ETV Bharat / state

কাঁহ শংখ ধ্বনিৰে আদৰি অনা হ'ল উগ্ৰতাৰা মন্দিৰৰ বিগ্ৰহ

বিগ্ৰহ আদৰিবলৈ দেৱালয়ত ভক্তৰ ভিৰ । উৰুলিৰে আদৰি আনি আনন্দত উচুপি উঠিল উপস্থিত ৰাইজ

কাঁহ শংখ ধ্বনিৰে আদৰি অনা হল উগ্ৰতাৰা মন্দিৰৰ বিগ্ৰহ
author img

By

Published : May 2, 2019, 11:58 PM IST

Updated : May 3, 2019, 1:59 AM IST

গুৱাহাটী,২ মেঃ লতাশিলৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতৰ পৰা কাঁহ শংখ ধ্বনিৰে আদৰি অনা হ'ল উগ্ৰতাৰা মন্দিৰৰ বিগ্ৰহ । সম্পূৰ্ণ ৫ মাহ ১৭ দিনৰ পিছত উভতি অহা বিগ্ৰহ আদৰি আনিবলৈ দেৱালয়ত অগণন ভক্তই ভিৰ কৰে। বিগ্ৰহক উৰুলিৰে আদৰি আনি আনন্দত উচুপি উঠে উপস্থিত ৰাইজ।

কাঁহ শংখ ধ্বনিৰে আদৰি অনা হল উগ্ৰতাৰা মন্দিৰৰ বিগ্ৰহ

দেৱালয়ত অস্থায়ীভাৱে স্থাপন কৰা এই বিগ্ৰহ চাবলৈ স্থানীয় লোকৰ লগতে দূৰ দূৰণিৰ ভক্ত সকলেও ভিৰ কৰেহি দেৱালয়ত ।

Intro:CJM কৰ্টৰ পৰা কাঁহ শংখ ধ্বনিৰে আদৰি অনা হল উগ্ৰতাৰা মন্দিৰৰ বিগ্ৰহ। বিগ্ৰহ আদৰিবলৈ দেৱালয়ত ভক্তৰ ভীৰ। বিগ্ৰহক তিৰোতা সকলে উৰুলিৰে আদৰৰণি জনাই আনন্দত উচুপি উঠে।

Body:সম্পূৰ্ণ 5 মাহ 17 দিনৰ পিছত উভতি অহা মাক চাবলৈ হেতা উপৰা এতিয়া দেৱালয়ত। দেৱালয়ত অস্থায়ী ভাবে স্থাপন কৰা মা চাবলৈ স্থানীয় লোকৰ লগতে দূৰৰ ভক্ত সকলেও ভিৰ কৰিছে দেৱালয়। বহু দিনৰ পিছত উভতি অহা মাক দেখি কণ কণ শিশু সকলৰ পৰা সকলোৰে দুচকু সেমেকি উঠে।মা বহু দিনৰ পিছত ঘূৰি অহাৰ বাবে সুখী সকলো ভক্ত।

Conclusion:
Last Updated : May 3, 2019, 1:59 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.