গুৱাহাটী, 2 মেঃ লতাশিল আৰক্ষী থানাৰ পৰা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত বৃহস্পতিবাৰে উপস্থিত কৰোৱা হয় উগ্ৰতাৰা বিগ্ৰহ চুৰি কাণ্ডৰ লগত জড়িত 6 জন অভিযুক্তক ৷ অভিযুক্ত কেইজন ক্ৰমে-চামছুৰ আলি,মিন্টু ৰয়,আদিল আলি,ৰেচমা বেগম,চান হুছেইন আৰু ৰাহুল আলি ৷ আনহাতে, আদালতত হাজিৰ কৰি অভিযুক্ত কেইজনক আৰক্ষীৰ জিম্মাত লোৱা হ'ব বুলি জানিবলৈ দিয়ে লতাশিল আৰক্ষীয়ে।
আদালতত হাজিৰ উগ্ৰতাৰা বিগ্ৰহ চুৰিকাণ্ডৰ 6 অভিযুক্ত - ইটিভি ভাৰত অসম
অভিযুক্ত কেইজন ক্ৰমে-সামছুৰ আলি,মিন্টু ৰয়,আদিল আলি, ৰেচমা বেগম, চান হুছেইন আৰু ৰাহুল আলি

উগ্ৰতাৰা বিগ্ৰহ চুৰিকাণ্ডৰ 6 জন অভিযুক্ত
গুৱাহাটী, 2 মেঃ লতাশিল আৰক্ষী থানাৰ পৰা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত বৃহস্পতিবাৰে উপস্থিত কৰোৱা হয় উগ্ৰতাৰা বিগ্ৰহ চুৰি কাণ্ডৰ লগত জড়িত 6 জন অভিযুক্তক ৷ অভিযুক্ত কেইজন ক্ৰমে-চামছুৰ আলি,মিন্টু ৰয়,আদিল আলি,ৰেচমা বেগম,চান হুছেইন আৰু ৰাহুল আলি ৷ আনহাতে, আদালতত হাজিৰ কৰি অভিযুক্ত কেইজনক আৰক্ষীৰ জিম্মাত লোৱা হ'ব বুলি জানিবলৈ দিয়ে লতাশিল আৰক্ষীয়ে।
উগ্ৰতাৰা বিগ্ৰহ চুৰিকাণ্ডৰ 6 জন অভিযুক্ত
উগ্ৰতাৰা বিগ্ৰহ চুৰিকাণ্ডৰ 6 জন অভিযুক্ত
Intro:লতাশিল ৰ পৰা CJM কৰ্টলৈ লৈ অহা হল বিগ্ৰহ চুৰিত অভিযুক্ত 6 জন অভিযুক্তক। ক্ৰমে বাওঁফালৰ পৰা সামছুৰ আলি , মিন্টু ৰয়, আদিল আলি, ৰেচমা বেগম আৰু চান হুছেইন আৰু ৰাহুল আলি ক। লতাশিল আৰক্ষীয়ে থানাৰ পৰা লৈ আহিল অভিযুক্ত সকলক।
Body:কৰ্টত হাজিৰ কৰি অভিযুক্ত কেইজনক আৰক্ষীৰ জিম্মাত লোৱা হব বুলি জানিবলৈ দিলে আৰক্ষীয়ে।
Conclusion: