বাঘজানৰ তৈলখাদ পৰিদৰ্শন বিশেষজ্ঞৰ দলৰ
বাঘজানৰ অগ্নিকাণ্ড সংঘটিত তৈলখাদটো পৰিদৰ্শন কৰে বিশেষজ্ঞৰ দলে ৷ দলটোৱে বিজিআৰৰ 5 নম্বৰ খাদটো পৰিদৰ্শন কৰে ৷
হৃদৰোগত আক্ৰান্ত কোভিড-19 ৰোগীৰ মৃত্যুৰ সম্ভাৱনা অধিক
শেহতীয়াকৈ প্ৰকাশিত এক গৱেষণাত পোহৰলৈ আহিছে যে, হৃদযন্ত্ৰৰ ৰোগ (myocardial injury) থকা কোভিড-19 আক্ৰান্ত লোকসকলৰ মৃত্যুৰ সম্ভাৱনা অধিক ৷
বাঘজানৰ জুই নুমুৱাবলৈ সন্মিলিতভাৱে কাম চলি আছে- চন্দ্ৰমোহন পাটোৱাৰী
বাঘজানৰ ক্ষতিগ্ৰস্ত লোকসকলক অইলৰ তৰফৰ পৰা এককালীনভাৱে ৩০ হাজাৰ টকাকৈ দিয়াৰ ব্যৱস্থা কৰাৰ লগতে পৰৱৰ্তী সময়ত ক্ষয়-ক্ষতিৰ বুজ লৈ ক্ষতিপূৰণ দিয়া হ'ব বুলি ঘোষণা কৰে চন্দ্ৰমোহন পাটোৱাৰীয়ে ৷
তিনিচুকীয়াত পুনৰ 8 গৰাকীকৈ লোক আক্ৰান্ত COVID-19ত
বহিঃৰাজ্যৰ পৰা আহি তিনিচুকীয়াৰ দুখনকৈ হোটেলত কোৱাৰেণ্টাইন হৈ থকা 8 গৰাকীকৈ লোকৰ দেহত ধৰা পৰিল COVID-19ৰ অৱস্থিতি ৷
অসমৰ জৈৱ-বৈচিত্ৰলৈ অহা ভাবুকিক অইল ইণ্ডিয়াই কেৰেপ নকৰেঃ ভাস্কো ডি শইকীয়া
শুকুৰবাৰে বাঘজানৰ ঘটনা সন্দৰ্ভত গান্ধীবস্তিস্থিত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰি দলটোৰ সভাপতি ভাস্কো ডি শইকীয়াই চৰকাৰ আৰু অইল কৰ্তৃপক্ষক ভিন্ন দাবী উত্থাপন কৰে ৷
কোৱাৰেন্টাইন কেন্দ্ৰৰ আচবাবত অগ্নিসংযোগ একাংশৰ
ওদালগুৰি জিলাৰ মাজবাটৰ এটা কোৱাৰান্টাইন কেন্দ্ৰত অঘটন । শুকুৰবাৰে মাজবাট কলেজৰ কোৱাৰেন্টাইন কেন্দ্ৰৰ বিচনা-আচবাব আদিত অগ্নিসংযোগ কৰে কেন্দ্ৰটোত কোৱাৰেন্টাইন হৈ থকা একাংশ লোকে ।
হাইলাকান্দিত শিৱ মন্দিৰৰ মূৰ্তি ভঙাক কেন্দ্ৰ কৰি উত্তাল প্ৰতিবাদ
হাইলাকান্দিত শিৱ মন্দিৰৰ মূৰ্তি ভঙাকলৈ সৃষ্টি হয় উত্তেজনাময় পৰিৱেশৰ । পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ বাবে আৰক্ষীৰ লাঠি চাৰ্জ । লাঠি চাৰ্জত আহত কেইবাগৰাকী প্ৰতিবাদকাৰী ।
৯৯৯ টকাত জিঅ'ই ঘোষণা কৰিছে বছৰৰ বাবে আমাজন প্ৰাইমৰ সদস্যপদ
৯৯৯ টকাত কোনো ধৰণৰ অতিৰিক্ত খৰছ নোহোৱাকৈ বছৰৰ বাবে আমাজন প্ৰাইমৰ সদস্যপদ লাভ কৰিব পাৰিব ৰিলায়েঞ্চ জিঅ'ৰ গ্ৰাহকে । শুকুৰবাৰে টেলিক'ম কোম্পানীটোৱে জিঅ'ফাইবাৰ ব্যৱহাৰকাৰীৰ বাবে এই সুবিধা ঘোষণা কৰিছে ।
বকোত শাল গছৰ অপৈণত কুণ্ডাভৰ্তি বাহন জব্দ
বকো অঞ্চলত এক অভিযান চলাই বামুনীগাঁও আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ এটা দলে এখন কাঠভৰ্তি এখন ডিআই বাহন জব্দ কৰে । শুকুৰবাৰৰ এই সফল অভিযানৰ নেতৃত্ব দিছিল বন বিষয়া কুশল দাসে ।
কেইবা শহস্ৰাধিক লোকৰ প্ৰতিবাদে কঁপালে মাৰ্ঘেৰিটাৰ ৰাজপথ
মাৰ্ঘেৰিটাৰ উত্তৰ-পূব কয়লা ক্ষেত্ৰৰ উৎপাদন কাৰ্য বন্ধ কৰি দিয়াৰ পিচতে,২০ জুনৰ ভিতৰত দেশৰ অন্য কয়লা ক্ষেত্ৰলৈ উদ্যোগটোৰ কৰ্মচাৰী সকলক বদলি কৰাৰ জাননী প্ৰেৰণ কৰাৰ লগে লগে প্ৰতিবাদমুখৰ হৈ পৰিল মাৰ্ঘেৰিটাৰ ৰাজপথ ৷