ETV Bharat / state

বিয়লি 5 বজাৰ শীৰ্ষ 10 বাতৰি

author img

By

Published : Aug 15, 2021, 5:13 PM IST

বিয়লি 5 বজাৰ শীৰ্ষ 10 বাতৰি

TOP 10 NEWS AT 5 PM
বিয়লি 5 বজাৰ শীৰ্ষ 10 বাতৰি

স্বাধীনতা দিৱসত অসমবাসীলৈ মুখ্যমন্ত্ৰীৰ দহটা আহ্বান...

স্বাধীনতা দিৱস(Independence Day)ৰ পতাকা উত্তোলন কৰি অসমবাসীলৈ দহটা আহ্বান মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ৷ এজন মুখ্যমন্ত্ৰী বা এখন চৰকাৰে এখন ৰাজ্যক দেশৰ পাঁচখন শ্ৰেষ্ঠ ৰাজ্যৰ এখন হিচাপে গঢ়ি তুলিব নোৱাৰে । ইয়াৰ বাবে ৰাজ্যৰ প্ৰতিগৰাকী নাগৰিকৰ সহযোগিতাৰ প্ৰয়োজন ৷

ত্ৰিৰংগাৰ তলৰ পৰাই মূলসুঁতিলৈ আহিবলৈ পৰেশ বৰুৱাক আহ্বান মুখ্যমন্ত্ৰীৰ

মুখ্যমন্ত্রী হিচাপে প্ৰথমবাৰৰ বাবে স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰিলে ড৹ হিমন্ত বিশ্ব শৰ্মাই । পতাকা উত্তোলনৰ পাছতে মুখ্যমন্ত্ৰীগৰাকীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে । কিন্তু কি আছিল মুখ্যমন্ত্ৰীগৰাকীৰ এই ঘোষণা ?

জিলা ঘোষণাৰ পিছত প্ৰথমবাৰৰ বাবে বজালীত উদযাপন স্বাধীনতা দিৱস

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ দৰে বজালী জিলাতো দেওবাৰে অনাড়ম্বৰভাৱে পালন কৰা হয় ৭৫ সংখ্যক স্বাধীনতা দিৱস ৷ জিলা হিচাপে মৰ্যদা লাভ কৰাৰ পিছত পোন প্ৰথমবাৰৰ বাবে বজালীত পালন কৰা হয় স্বাধীনতা দিৱস ৷

মহকুমা প্ৰশাসনৰ উদ্যোগত বিলাসীপাৰাত স্বাধীনতা দিৱস

দেশ তথা ৰাজ্যৰ লগতে বিলাসীপাৰাতো মহকুমা প্ৰশাসনৰ উদ্যোগত 75 সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হয় ৷ বিলাসীপাৰাৰ ৰাজহুৱা খেলপথাৰত দেশত 75 সংখ্যক স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰে বিলাসীপাৰাৰ মহকুমাধিপতি জয় শিৱানীয়ে ৷

পথৰুঘাটৰ ৰণে ৰিঙিয়াই...

পাহৰণিৰ গৰ্ভত কৃষকৰ চৰম ত্যাগ আৰু আত্মবলিদানৰ এক জ্বলন্ত উদাহৰণ পথৰুঘাট ৷ ১৮৯৪ চনৰ ২৮ জানুৱাৰী ৷ খাজনা বৃদ্ধিৰ প্ৰতিবাদত দৰং জিলাৰ ছিপাঝাৰ অঞ্চলৰ পথৰুঘাটত মিলিত হয় অসমৰ বহু দূৰ-দূৰণিৰ গাঁৱলীয়া কৃষক ৰাইজ ৷

কৰ্তব্যৰত অৱস্থাতে আত্মঘাতী হ’ল বি এছ এফ জোৱান

স্বাধীনতা দিৱসৰ দিনটোতে নিজ বন্দুকেৰে গুলিয়াই আত্মঘাতী হ’ল এগৰাকী বি এছ এফ জোৱান ৷ কৰিমগঞ্জৰ কাৰখানা পুতনি অঞ্চলৰ ভাৰত-বাংলাদেশ সীমান্তত নিজ কৰ্তব্যত নিয়োজিত হৈ থকা সময়তেই এই চৰম পদক্ষেপ গ্ৰহণ কৰে জোৱানগৰাকীয়ে ৷ আত্মঘাতী হোৱা জোৱানগৰাকী বি এছ এফ (BSF)ৰ 134 নম্বৰ বেটেলিয়ানৰ মনবীৰ সিং বুলি জানিব পৰা গৈছে ৷

টিংখাঙত 'ককা' ই স্মৰণ কৰিলে স্বাধীনতা সংগ্ৰামৰ মধুৰ স্মৃতি

ভাৰত স্বাধীন হোৱাৰ ঐতিহাসিক ক্ষণৰ সাক্ষী আছিল তেওঁ । তেতিয়া তেওঁৰ বয়স নিচেই কম ৷ সেই কুমলীয়া বয়সতে তেওঁ দেউতাকৰ সৈতে জড়িত হৈ পৰিছিল ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ বিভিন্ন কাৰ্যসূচীত। আজিও তেওঁ মনত সাচি ৰাখিছে তাহানিৰ সেই মধুৰতম স্মৃতিবোৰ।

ত্ৰিপুৰাত বাঁওপন্থীৰ পৰা সহায় বিচাৰিলে তৃণমূলে

ত্ৰিপুৰাত দলৰ স্থিতি সবল কৰাৰ উদ্দেশ্যে বাঁওপন্থীৰ পৰা সহায় বিচাৰিলে তৃণমূল কংগ্ৰেছে ৷ ক্ষমতাচ্যুত হোৱাৰ পাচত বিগত তিনি বছৰত বাঁওপন্থীয়ে সবল বিৰোধীৰ ভূমিকা ল'ব পৰা নাই বুলি মন্তব্য পশ্চিমবংগৰ শিক্ষামন্ত্ৰী ব্ৰাত্য বাসুৰ ৷

19 বছৰীয়া ভাৰতীয় স্বাধীনতা সংগ্ৰামী খুদিৰাম বসুৰ স্মৃতি...

জাফৰপুৰৰ অমৰ শ্বহীদ খুদিৰাম বসু (Khudiram Bose) ৷ যিয়ে বৃটিছ শাসন ব্যৱস্থাক আচৰিত কৰি 19 বছৰ বয়সতে সৰ্বোচ্চ ত্যাগ কৰিছিল ৷ ভাৰতীয় স্বাধীনতা আন্দোলনত ভাগ লোৱা এইগৰাকী মহান নায়কৰ সৈতে জড়িত বহু স্মৃতি এতিয়াও মুজাফৰপুৰত সংৰক্ষিত হৈ আছে ।

বন বিভাগৰ কাৰ্যালয়ৰ ভেটিত শেলুৱৈ গজাৰ উপক্ৰম

এটা বিশেষ বন বিভাগৰ কাৰ্যালয় ৷ কেৱল এটা লেম্প আৰু দুখন চাইকেল সাৰথি বনকৰ্মী তথা বন বিষয়াৰ ৷ এই বন বিষয়াৰ কাৰ্যালয়ৰ দুৰৱস্থাই প্ৰমাণ কৰিছে চৰকাৰৰ বিকশিত অসমৰ ফোঁপোলা ছবি ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.