ETV Bharat / state

11 বজাৰ শীৰ্ষ 10 বাতৰি... - উচ্চতম ন্যায়ালয়

11 বজাৰ শীৰ্ষ 10 বাতৰি...

TOP 10 AT11 AM
11 বজাৰ শীৰ্ষ 10 বাতৰি...
author img

By

Published : Aug 31, 2021, 10:59 AM IST

এ আই ইউ ডি এফৰে কংগ্ৰেছৰ মিত্ৰতা ভংগ : কংগ্ৰেছৰ ক'ৰ কমিটিৰ বৈঠকত সিদ্ধান্ত

সোমবাৰে অসম বিধানসভাৰ কংগ্ৰেছ বিধায়িনী দলৰ কক্ষত দলৰ সভাপতি ভূপেন বৰাৰ অধ্যক্ষতাত অনুষ্ঠিত হয় প্ৰদেশ কংগ্ৰেছৰ ক'ৰ কমিটিৰ বৈঠক । এই ক'ৰ কমিটিৰ বৈঠকত আনুষ্ঠানিকভাৱে এ আই ইউ ডি এফৰে মিত্ৰতা ভংগ কৰিবলৈ আৰু মহাজোটৰ পৰা এ আই ইউ ডি এফক বিদায় দিবলৈ প্ৰস্তাৱ গ্ৰহণ কৰা হয় ।

চাহ জনগোষ্ঠীৰ সৱলীকৰণৰ বাবে চৰকাৰে গঠন কৰিব 7 খন কমিটী

চাহ জনজাতি কল্যাণ বিভাগৰ উদ্যোগত হামদেৰ মনেৰ কথা শীৰ্ষক এক বৈঠক অনুস্থিত হয় । চাহ জনগোষ্ঠীৰ সৱলীকৰণৰ দিশে চাহ জনগোষ্ঠীৰ বুদ্ধিজীৱী আৰু নেতৃত্বস্থানীয় ব্যক্তিসকলৰ সৈতে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰীসভাৰ সদস্যসকলৰ এক বাৰ্তালাপ অনুষ্ঠান হয় ।

শৈক্ষিক পৰিৱেশ পুনৰুদ্ধাৰ সন্দৰ্ভত 34 টা ছাত্ৰ সংগঠনেৰে মিলিত শিক্ষামন্ত্ৰী

"গুৱাহাটী মহানগৰীত যদিহে ৰাজ্যৰ অন্যান্য প্ৰান্তৰ পৰা অহা শিক্ষাৰ্থীৰ বাবে আসনৰ নাটনি হয়, তেতিয়া হ'লে বিয়লি আৰু নৈশ শাখাত নামভৰ্তিৰ ব্যৱস্থা কৰা হ'ব ৷" এই আশ্বাস প্ৰদান কৰিছে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ৷

অৰ্জুনৰ দৰে মোৰো এতিয়া এটাই লক্ষ্য, বিজেপিক উৎখাত কৰা: গৌৰৱ গগৈ

বৰ্তমানৰ মুখ্যমন্ত্ৰী ডঃ হিমন্তবিশ্ব শৰ্মাই আশা সকলো কাম-কাজ বাদ দি বিধায়ক কিনা অভিযানতহে নামি পৰিছে । সোমবাৰে কংগ্ৰেছৰ ক'ৰ কমিটিৰ বৈঠকত ভাগ লোৱাৰ অন্তত সাংবাদিকৰ আগত এই মন্তব্য কৰে সাংসদ গৰাকীয়ে ৷

মিত্ৰতা ভংগ : অকলে উপ-নিৰ্বাচনত নামিব AIUDF

তিনি সমষ্টিৰ উপ নিৰ্বাচনত অকলেই নিৰ্বাচন খেলিব AIUDF য়ে । গোসাঁইগাঁও, তামুলপুৰ, ভবানীপুৰ সমষ্টিত নিৰ্বাচন খেলিব দলটোৱে ৷

৪ ছেপ্তেম্বৰত কাৰ্বি আংলঙৰ ৬ উগ্ৰপন্থী সংগঠনৰ সৈতে কেন্দ্ৰৰ শান্তি চুক্তি

বেংগলী ফেডাৰেচনৰ সভাপতি দীপক দে'ৰ পুত্তলিকা দাহ কৰি লখিমপুৰত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে অসমীয়া যুৱ মঞ্চই ৷ শৃংখল চলিহাৰ বিৰুদ্ধে বেংগলী ফেডাৰেচনে ৰুজু কৰা গোচৰ প্ৰত্যাহাৰ কৰাৰ দাবীত সংগঠনটোৱে সাব্যস্ত কৰে এই প্ৰতিবাদ ৷

জনা-নজনা : বিশ্বৰ সৰ্ববৃহৎ পৰিয়ালটো

এটা পৰিয়ালত সৰ্বাধিক কিমানগৰাকী সদস্য থাকিব পাৰে ! এই প্ৰশ্নৰ সঠিক উত্তৰ হয়তো দিব পৰা নাযায় ৷ কিন্তু আপুনি জানেনে, বিশ্বৰ সৰ্ববৃহৎ পৰিয়ালটো ক’ত আছে আৰু ইয়াৰ সদস্য সংখ্যা কিমান ?

উচ্চতম ন্যায়ালয়ৰ ৯ গৰাকী নতুন ন্যায়াধীশৰ আজি শপতগ্ৰহণ

প্ৰথমবাৰৰ বাবে আজি একেলগে উচ্চতম ন্যায়ালয়(Supreme Court)ৰ ৯ গৰাকী ন্যায়াধীশে শপত গ্ৰহণ কৰিব । মঙলবাৰে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে শপত ল'বলগীয়া ৯ গৰাকী নতুন ন্যায়াধীশৰ ভিতৰত আছে তিনিগৰাকী মহিলা ন্যায়াধীশ ।

scrub typhus কি আৰু কিদৰে কৰিব ইয়াৰ প্ৰতিকাৰ

উত্তৰ প্ৰদেশৰ মথুৰাত প্ৰায় দুই ডজন লোক আক্ৰান্ত হোৱা scrub typhus প্ৰকৃততে কি আৰু আপুনি এই ৰোগত আক্ৰান্ত নহ’বলৈ কি কৰিব লাগিব ? আহক জানো সেই সন্দৰ্ভত কিছু কথা-

Star Jalsha ৰ ধাৰাবাহিকত কৰিমগঞ্জৰ তনুশ্ৰী

অসমবাসীৰ বাবে আন এক ভাল খবৰ । এইবাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ বাংলা ভাষাৰ টিভি চেনেলত অভিনয় কৰাৰ সুযোগ লাভ কৰিছে অসমৰ এগৰাকী যুৱতীয়ে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.