ETV Bharat / state

9 বজাৰ শীৰ্ষ 10 টা বাতৰি - ড৹ প্ৰফুল্ল কুমাৰ নাথ

9 বজাৰ শীৰ্ষ 10 টা বাতৰি

TOP 10 AT 9 AM
9 বজাৰ শীৰ্ষ 10 টা বাতৰি
author img

By

Published : Sep 7, 2021, 9:02 AM IST

কাগজ কলৰ কৰ্মচাৰী পৰিষদৰ সৈতে ৰাজ্য চৰকাৰৰ গুৰুত্বপূৰ্ণ বৈঠক

জাগীৰোড আৰু কাছাৰ কাগজ কলৰ কৰ্মচাৰী সকলৰ বাবে সু-খবৰ ৷ অচিৰেই অন্ত পৰাৰ দিশে মিল দুটাৰ দীৰ্ঘদিনীয়া সমস্যা ৷

তিনিমাহৰ অন্তত অভয়াকুটি হত্যাকাণ্ডৰ চাৰ্জশ্বীট দাখিল

দুই নাবালিকাক ধৰ্ষণ(Rape) কৰি হত্যা(Murder) কৰা অভয়াকুটি কাণ্ডৰ অভিযোগনামা দাখিল হৈছে আদালতত । সোমবাৰে 850 পৃষ্ঠাৰ অভিযোগনামা দাখিল কৰে কোকৰাঝাৰ আৰক্ষীয়ে(Kokrajhar Police) ৷

বঙ্গাল-বঙ্গালনী গ্ৰস্থ বিতৰ্ক : স্থিতি স্পষ্ট কৰিলে অধ্যাপক ড৹ প্ৰফুল্ল কুমাৰ নাথে

বঙ্গাল-বঙ্গালনী নাটক লৈ বিতৰ্কৰ সৃষ্টি হোৱাৰ পিছতে সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদমেল সম্বোধন কৰে ড৹ প্ৰফুল্ল কুমাৰ নাথে ৷ ড৹ নাথে কয় য়ে, জ্ঞাতে বা অজ্ঞাতে কিবা ভুল হ’ব পাৰে ।

কামৰূপ আৰক্ষীৰ এনকাউন্টাৰ: গুলিবিদ্ধ দুধৰ্ষ অপৰাধী নেকিবুৰ ৰহমান

ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে এনকাউন্টাৰৰ ঘটনা ৷ শেহতীয়াকৈ অসমৰ প্ৰায় প্ৰতিখন জিলাতে সংঘটিত হৈছে এনকাউন্টাৰৰ ঘটনা ৷ অপৰাধীৰ বিৰুদ্ধে কঠোৰ হৈছে অসম আৰক্ষী !

বজালীত 20 টা প্ৰকল্পৰ বাবে 290 বিঘা ভূমি আবন্টন: মন্ত্ৰী ৰণজিৎ কুমাৰ দাস

নৱ গঠিত বজালী জিলাক পুৰ্ণাংগ ৰূপ দিয়াৰ লক্ষ্যৰে বিশেষ উদ্যোগ গ্ৰহণ কৰিছে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ৷ সোমবাৰে বজালী জিলা কাৰ্যালয়ৰ সন্মুখৰ 31 নং ৰাষ্ট্ৰীয় ঘাইপথত মন্ত্ৰী গৰাকীয়ে মুকলি কৰে "আমাৰ বাগিচা আমাৰ ফুলনি" শীৰ্ষক বিশেষ আঁচনি ৷ লগতে ঘোষণা কৰে কেইবাটাও বৃহৎ প্ৰকল্পৰ কথা ৷

৮ ছেপ্তেম্বৰত NFR মজদুৰ ইউনিয়নে পালন কৰিব সকিয়নী দিৱস

মোডী চৰকাৰে ৰে'লৰ লাভজনক সম্পত্তিসমূহ ব্যক্তিগতখণ্ডক গটাই দিয়াৰ প্ৰতিবাদত ৮ ছেপ্তেম্বৰত এন.এফ. ৰেলৱে মজদুৰ ইউনিয়নে পালন কৰিব সকিয়নী দিৱস ৷

12 ছেপ্তেম্বৰত অনুষ্ঠিত হ'ব NEET-UG পৰীক্ষা

নিৰ্ধাৰিত সূচী অনুসৰি 12 ছেপ্তেম্বৰতে অনুষ্ঠিত হ'ব NEET-UG পৰীক্ষা ৷ পৰীক্ষা স্থগিত ৰাখিবলৈ কৰা আবেদন অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ ৷ 12 ছেপ্তেম্বৰৰ দিনটোত অন্য কেইবাটাও পৰীক্ষাৰ তাৰিখ থকাৰ বাবে NEET-UG পৰীক্ষা স্থগিত ৰখাৰ বাবে ন্যায়ালয়ত আবেদন জনোৱা হৈছিল ৷

Nipah Virusৰ সংক্ৰমণৰ উৎস বিচাৰি তৎপৰ কেৰালা

Nipah Virusৰ ভাইৰাছৰ প্ৰাদুৰ্ভাৱ প্ৰতিহত কৰাৰ উদ্দেশ্যে তৎপৰ কেৰালা ৷ নিপা ভাইৰাছ(Nipah virus)ৰ সংক্ৰমণৰ ফলত কেৰালাৰ Kozhikode জিলাত এজন 12 বছৰীয়া ল'ৰাৰ মৃত্যুৰ পাচতে তৎপৰ হৈ উঠিছে ৰাজ্যখন ৷

COVID-19 ক লৈ কঠোৰ Facebook: বন্ধ কৰিলে উৰা বাতৰি প্ৰচাৰ কৰা পেজ

শেহতীয়াকৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বিডেনে ইউটিউব, টুইটাৰ, ফেচবুক আৰু গুগলৰ দৰে কোম্পানীবোৰক কৰ’ণাৰ সন্দৰ্ভত ভুল তথ্য বিয়পাটো বন্ধ কৰিবলৈ আহ্বান জনাইছিল ৷

অ’ভেলত ইংলেণ্ডৰ বিপৰীতে ভাৰতৰ ঐতিহাসিক জয়

সোমবাৰে ভাৰত-ইংলেণ্ডৰ মাজত অনুষ্ঠিত হৈ থকা পাঁচখনীয়া টেষ্ট শৃংখলাৰ চতুৰ্থখন টেষ্টত আয়োজক দলটোৰ বিপৰীতে ঐতিহাসিক জয় লাভ কৰে ভাৰতে ৷ সম্প্ৰতি ভাৰতে এই শৃংখলাত 2-1 ৰ অগ্ৰগতি লাভ কৰিছে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.