ETV Bharat Exclusive : তৃণমূলত যোগদানৰ পিছত ৰিপুণ বৰাৰ আছুতীয়া সাক্ষাৎকাৰ
"সুবিধাবাদী হোৱা হ’লে মই বিজেপিলৈ গ’লোহেতেন"- তৃণমূলত যোগদান কৰা প্ৰাক্তন কংগ্ৰেছ নেতা ৰিপুণ বৰাৰ বিস্ফোৰক মন্তব্য(First reaction of Ripun Bora after joins TMC) ৷
কৰিমগঞ্জত ফ্লপ শ্ব’ত পৰিণত মিছন বসুন্ধৰা আঁচনি
কৰিমগঞ্জত ফ্লপ শ্ব’ত পৰিণত হৈছে মিছন বসুন্ধৰা আঁচনি(Mission Basundhara scheme turns flop show in Karimganj) ৷ এটা মহৰীয়ে এজন ব্যক্তিৰ নামত থকা মাটি তিনিবাৰকৈ ভুৱা পৰিচয়ৰে নামজাৰি কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ যাৰ বাবে আইনৰ কাষ চাপিছে ভুক্তভোগী ৷
ধুমুহা-বৰষুণত ৰাজ্যত 20 লোকৰ প্ৰাণহানি
মাৰ্চ মাহৰ শেষৰ পৰা ৰাজ্যত অব্যাহত আছে ধুমুহা-বৰষুণৰ তাণ্ডৱ ৷ এক প্ৰতিবেদনত প্ৰকাশ পাইছে যে, চলিত বৰ্ষত হোৱা ধাৰাসাৰ বৃষ্টিপাত তথা ধুমুহা, বজ্ৰপাতৰ ফলত ৰাজ্যত মৃত্যু ঘটিছে প্ৰায় 20 গৰাকীকৈ লোকৰ(20 killed due to storms and lightning strikes) ৷
Road accident in Meghalaya: মেঘালয়ত মৃত্যু তামিলনাডুৰ টেবুল টেনিছ খেলুৱৈৰ
তামিলনাডুৰ যুৱ টেবুল টেনিছ খেলুৱৈ দীনদয়ালন বিশ্ব (Tamil Nadu table tennis player D Vishwa dies) ৰ মেঘালয়ত পথ দুৰ্ঘটনা(Road accident in Meghalaya)ত মৃত্যু ৷
মাছৰ কাৰখানাত বিষাক্ত গেছ নিৰ্গত হৈ মৃত্যু 5 শ্ৰমিকৰ
দেওবাৰে নিশা মাংগালোৰত সংঘটিত হৈছে এক শোকাৱহ ঘটনা ৷ এটা মাছৰ কাৰখানা(Gas leak from fish factory) ৰ পৰা বিষাক্ত গেছ নিৰ্গত হৈ মৃত্যুমুখত পৰিছে পাঁচজনকৈ শ্ৰমিক(5 workers died after inhaling poisonous gas at Mangalore)৷
ত্ৰিপুৰাত বুজন পৰিমাণৰ ড্ৰাগছসহ আটক দুজনক
দেশত ড্ৰাগছৰ দৰে নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে কঠোৰ হৈছে আৰক্ষী-প্ৰশাসন(Police against drugs) । ইতিমধ্যে বিভিন্ন ৰাজ্যত আৰক্ষী-প্ৰশাসনে ড্ৰাগছ বিৰোধী অভিযান অব্যাহত ৰাখি ব্যাপক সাফল্যও লাভ কৰিবলৈ সক্ষম হৈছে (Continued anti-drug campaign across the country) ।
Guwahati Latasil Bihu Sanmilan: শিৱসাগৰৰ শতাব্দী কলিতালৈ ঐতিহাসিক লতাশিল বিহু সম্ৰাজ্ঞীৰ খিতাপ
গুৱাহাটীৰ লতাশিল খেলপথাৰত অনুষ্ঠিত বিহু সন্মিলনৰ ফলাফল ঘোষণা (Guwahati Latasil Bihu Sanmilan) ৷ এইবাৰৰ ঐতিহাসিক লতাশিল বিহু সম্ৰাজ্ঞীৰ মুকুট জিলিকিল শিৱসাগৰৰ শতাব্দী কলিতা শিৰত ৷
কলিয়াবৰত ধুমুহা-বৰষুণৰ ফলত ব্যাহত উজনি-নামনিৰ যাতায়ত
কলিয়াবৰৰ চতিয়ালত দেওবাৰে শেষ নিশা হোৱা ধুমুহা বৰষুণৰ ফলত গছ বাগৰি বন্ধ হৈ পৰে ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ(37 National Highway) ৷ ৰাষ্ট্ৰীয় ঘাইপথটোত দুখনকৈ বাহনৰ ওপৰত গছ বাগৰি পৰাত ক্ষতিগ্ৰস্ত হয় বাহনকেইখন ৷
Fake anti corruption officer : ভুৱা পৰিচয়েৰে ধন দাবী কৰা স্বামী-স্ত্ৰী আটক
দুৰ্নীতি নিবাৰক শাখাৰ বিষয়া বুলি পৰিচয় দি ধন দাবী কৰা স্বামী-স্ত্ৰীক মহানগৰীত আটক(Husband and wife arrested for demanding money) ৷
জেৰুজালেমৰ আল-আকছা মছজিদ চৌহদক লৈ পুনৰ ইজৰাইল-পেলেষ্টানৰ ভয়াৱহ সংঘাত !
এবছৰৰ পূৰ্বে ইজৰাইলী নিৰাপত্তা বাহিনী আৰু পেলেষ্টাইনীৰ মাজত জেৰুজালেমত হোৱা এনেধৰণৰ সংঘৰ্ষই পিছলৈ ১১ দিনীয়া গাজা যুদ্ধলৈ পৰিণত হৈছিল (violence in jerusalem) ।