ETV Bharat / state

3 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Mar 28, 2022, 2:58 PM IST

3 বজাৰ শীৰ্ষ 10 টা বাতৰি

top-10-at-3-pm
3 বজাৰ শীৰ্ষ 10 টা বাতৰি

চিত্ৰশিল্পী নীলিম মহন্তৰ মুক্তিৰ দাবীত উত্তাল লখিমপুৰ

অৰুণাচলৰ সচিবালয়ৰ দেৱালত NO MORE DAMS লিখি দেওবাৰে নিশা গ্ৰেপ্তাৰ হয় শিল্পী নীলিম মহন্ত(Artist Nilim Mahanta arrested by Arunachal Police) । ইয়াৰ পাছতেই নীলিম মহন্তৰ মুক্তিৰ দাবীত উত্তপ্ত হৈ পৰে লখিমপুৰ ৷ ১২ ঘন্টাৰ ভিতৰত শিল্পীগৰাকীক বিনাচৰ্তে মুকলি কৰি লখিমপুৰলৈ প্ৰত্যাৱৰ্তন কৰাৰ দাবী জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৷

Birbhum killings : তৃণমূল কংগ্ৰেছৰ নেতাক চিবিআইৰ জেৰা

কলকতা উচ্চ ন্যায়ালয়ে বীৰভূমৰ হত্যাকাণ্ডৰ তদন্তৰ দায়িত্ব অৰ্পণ কৰিছিল চিবিআইক(Calcutta HC orders CBI Probe in Birbhum case) ।

মূল্যবৃদ্ধিক লৈ উত্তাল বিধানসভা: বিৰোধীৰ সদন ত্যাগ

অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে সদনত বিৰোধীৰ প্ৰতিবাদ(Price rise of essential commodities) ৷ অধ্যক্ষৰ স্থিতিত ক্ষুব্ধ হৈ সদন ত্যাগ বিৰোধী বিধায়কৰ ।

Encounter in Rangia: আৰক্ষীৰ গুলীত আহত ড্ৰাগছ সৰবৰাহকাৰী

পুনৰ অসম আৰক্ষী এনকাউন্টাৰ ৷ এইবাৰ ৰঙিয়াত চলিল অসম আৰক্ষীৰ এনকাউন্টাৰ (Police encounter at Rangia) ৷ আৰক্ষীৰ গুলীত আহত হৈছে এটা ড্ৰাগছ সৰবৰাহকাৰী(Drug peddler injured in police encounter) ৷

কলগাছিয়াত ভাৰত বন্ধৰ সমৰ্থকক আটক

কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন আৰু কৰ্মচাৰী ফেডাৰেচনসমূহৰ যৌথ মঞ্চই দুদিনীয়াকৈ ভাৰত বন্ধৰ আহ্বান জনাইছে ৷ সেই অনুসৰি সোমবাৰৰে পৰা দুদিনীয়াকৈ আৰম্ভ হৈছে ভাৰত বন্ধ কাৰ্যসূচী ৷

নিউ মাৰ্কেটৰ অগ্নিকাণ্ডত ক্ষতিগ্ৰস্তৰে মত বিনিময় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

24 মাৰ্চৰ পুৱতি নিশা ডিব্ৰুগড়ৰ নিউ মাৰ্কেটত সংঘটিত হৈছিল এক ভয়ংকৰ অগ্নিকাণ্ড(Massive fire at New Town Dibrugarh) ৷ এই অগ্নিকাণ্ডত ক্ষতিগ্ৰস্ত লোকসকলৰ কাষত সহায়ৰ উদ্দেশ্যে দেওবাৰে উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল(Union Minister Sarbananda Sonowal at Dibrugarh) ৷

বতাহ-বৰষুণত খহিল গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী নিৰ্মীয়মান দলঙৰ ৰেলিং লঞ্চাৰ

আধুনিক প্ৰযুক্তিৰে নিৰ্মীয়মান গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী দলঙৰ(Guwahati-North Guwahati bridge) ৰেলিং লঞ্চাৰখন শুকুৰবাৰে নিশা অহা বতাহ-বৰষুণত ভাঙি পৰে ৷

মাটিৰ তলত উদ্ধাৰ 750 কেজি গাঞ্জা

নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহৰ বিৰুদ্ধে নিৰন্তৰ আৰক্ষীৰ অভিযান (Anti drug operation) অব্যাহত থকাৰ পাচতো কিন্তু সৰবৰাহকাৰী থমকি ৰোৱা নাই ৷ নতুন নতুন কৌশলেৰে সৰবৰাহ কৰি আহিছে নিচাযুক্ত সামগ্ৰী (Drug smuggling in North east)৷ এইবাৰ মাটিৰ তলত ওলাইছে গাঞ্জা ৷

IPL 2022 : অভিষেক মেচত চেন্নাই চুপাৰ কিংছৰ বিৰুদ্ধে জয়লাভ কলকাতা নাইট ৰাইডাৰ্চৰ

মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত শনিবাৰে অনুষ্ঠিত হয় আইপিএল (IPL 2022)ৰ অভিষেক মেচ ৷ কলকাতা নাইট ৰাইডাৰ্ছ(KKR) আৰু চেন্নাই চুপাৰ কিংছ(CSK) ৰ মাজত অনুষ্ঠিত হোৱা এই খেল খনত পৰাজয়ৰ সন্মুখীন হয় চেন্নাই চুপাৰ কিংছ (CSK lose first match in IPL 2022) ৷

Hrithik Shaba latest news: শ্বাবা আজাদক 'পাগল' বুলি অভিহিত কৰিলে হৃত্বিক ৰোশনে

প্ৰেমৰ বাতৰিৰে চৰ্চাত থকা হৃত্বিক আৰু শ্বাবাৰ আহিছে এক নতুন খবৰ (Hrithik Shaba latest news) ৷ সামাজিক মাধ্যমত হৃত্বিকে শ্বাবাক পাগল বুলি সম্বোধন কৰিলে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.