ETV Bharat / state

3 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Nov 25, 2021, 3:03 PM IST

3 বজাৰ শীৰ্ষ 10 টা বাতৰি

TOP 10 AT 3 PM
3 বজাৰ শীৰ্ষ 10 টা বাতৰি

Assam Lok Sabha MPs in Parliament : কোন কিমান সক্ৰিয়, কোন নিমাতী কইনা ?

ৰাজধানী দিল্লীত বহা সংসদ(Parliament)ত সপ্তদশ লোকসভালৈ নিৰ্বাচিত হোৱা অসমৰ 14 গৰাকী সাংসদে(MP) যথাযতভাৱে উত্থাপন কৰে নে অসমৰ বিষয় তথা সমস্যাসমূহ ? বিগত আঢ়ৈ বছৰত এতিয়ালৈকে কোনগৰাকী অসমৰ লোকসভা(Assam Lok Sabha MP)ৰ সাংসদে কিমানবাৰ সংসদত ভাগ লৈছে আৰু কিমানটা প্ৰশ্ন সংসদত উত্থাপন কৰিছে ?

Poet Sananta Tanty Passes away : কাইলৈৰ দিনটো আমাৰ হোৱালৈ নৰ'ল কবি সনন্ত তাঁতিয়ে

কাইলৈৰ দিনটো আমাৰ হ'বৰ স্ৰষ্টা সনন্ত তাঁতিৰ দেহাৱসান (Poet Sananta Tanty Passes away) ৷ জটিল ৰোগত আক্ৰান্ত হৈ দিল্লীত চিকিৎসাধীন হৈ থকা বিশিষ্ট কবিগৰাকীয়ে ৬৯ বছৰ বয়সত বৃহস্পতিবাৰে নিশা ১.০৫ বজাত নিয়তিৰ ওচৰত হাৰ মানে ৷

municipal corporation polls in Tripura : শান্তিপূৰ্ণভাৱে অব্যাহত ভোটদান

ত্ৰিপুৰাৰ ৰাজ্যিক নিৰ্বাচন আয়োগে আগৰতলা পৌৰ নিগমকে ধৰি 20 খন আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰিছিল ৷ সেই অনুসৰি বৃহস্পতিবাৰৰ পুৱা 7 বজাৰ পৰা ৰাজ্যখনত আৰম্ভ হৈছে ভোটগ্ৰহণ(municipal corporation polls in Tripura) প্ৰক্ৰিয়া ৷

Former meghalaya CM mukul sangma joins TMC : 11 গৰাকী বিধায়কৰ সৈতে মুকুল চাংমাৰ TMC ত যোগদান

মেঘালয়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মুকুল চাংমাৰ তৃণমূল কংগ্ৰেছত যোগদান(mukul sangma joins TMC) ৷ চাংমাৰ সৈতে দলটোত যোগদান কৰে অন্য 11 গৰাকী বিধায়কে ৷ কংগ্ৰেছৰ শীৰ্ষ নেতাৰ সৈতে মতানৈক্য ঘটাৰ বাবে TMC ত যোগদানৰ সন্দেহ প্ৰকাশ ৷

Lancet অধ্যয়নৰ সৈতে আছে ক'ভেক্সিনৰ ক্লিনিকেল পৰীক্ষাৰ সাদৃশ্য : Bharat Biotech

Lancet Infectious Diseases অধ্যয়ন সম্পৰ্কে মন্তব্য আগবঢ়াই ক'ভেক্সিনৰ নিৰ্মাণকাৰী প্ৰতিষ্ঠান ভাৰত বায়'টেকে কয় যে এই অধ্যয়ন আৰু তেওঁলোকৰ ক্লিনিকেল পৰীক্ষাৰ ফলাফলৰ মাজত সামঞ্জস্য আছে ।

Police firing : তিনিচুকীয়াত ড্ৰাগছ সৰবাৰকাৰীলৈ আৰক্ষীৰ গুলীচালনা

ড্ৰাগছ সৰবৰাহকাৰীক লক্ষ্য কৰি তিনিচুকীয়া আৰক্ষীৰ গুলীবৰ্ষণ (Tinsukia police firing) । আৰক্ষীৰ গুলীত গুৰুতৰভাৱে আহত দুই ড্ৰাগছ সৰবৰাহকাৰী (drug paddler injured in police firing) ৷ এক গোপন সূত্ৰে AS-03Z-7172 নম্বৰৰ বাহনৰে ড্ৰাগছ লৈ অহা খবৰ লাভ কৰিয়ে তিনিচুকীয়াৰ সদৰ থানাৰ Town in Charge লক্ষী প্ৰকাশ দলেৰ নেতৃত্বত এটা দলে চলাইছিল অভিযান ৷

Assam Cabinet Meeting : চিকিৎসা মহাবিদ্যালয়কে ধৰি কি কি উপহাৰ পালে বঙাইগাঁওবাসীয়ে ?

বুধবাৰে অনুষ্ঠিত ৰাজ্যিক কেবিনেট বৈঠকত কেইবাটাও গুৰুত্ব সিদ্ধান্ত গ্ৰহণ কৰা হয় (important decision in assam cabinet meeting) ৷ বঙাইগাঁৱত চিকিৎসা মহাবিদ্যালয় নিৰ্মাণ কৰা বাবে 550 কোটি টকা NABARD ৰ পৰা অনুমোদন লাভ কৰিছে অসম চৰকাৰে ৷

Swedens first female PM resigns : নিৰ্বাচনৰ ২৪ ঘণ্টাৰ ভিতৰতে চুইডেনৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰীৰ পদত্যাগ

চুইডেনৰ প্ৰথম গৰাকী মহিলা প্ৰধানমন্ত্ৰী মাগদালেনা এণ্ডাৰছনে বুধবাৰে পদত্যাগ কৰে(Swedens first female PM resigns) । প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচন হোৱাৰ ১২ ঘণ্টাৰ ভিতৰতে তেওঁ পদত্যাগ কৰে । মিত্ৰজোঁটৰ গ্ৰীণ পাৰ্টিয়ে চৰকাৰৰ প্ৰতি সমৰ্থন প্ৰত্যাহাৰ কৰাৰ পাছতে এণ্ডাৰছনে পদত্যাগ কৰে ।

Ind vs NZ Test : টছত জিকি বেটিঙৰ সিদ্ধান্ত টীম ইণ্ডিয়াৰ

ভাৰত আৰু নিউজিলেণ্ড(India vs New Zealand)ৰ মাজত অনুষ্ঠিত হোৱা প্ৰথমখন টেষ্ট মেচ(Test Match)ত টছত জিকি বেটিং কৰাৰ সিদ্ধান্ত টীম ইণ্ডিয়া(Team India)ৰ ৷

Happy Birthday Rakhi Sawant : ৰাহুল গান্ধীৰে সৈতে বিয়াত বহিব বিচাৰিছিল ৰাখীয়ে

আজি ৰাখী সাৱন্তৰ জন্মদিন(Happy Birthday Rakhi Sawant) ৷ বলীউডৰ বহু বিতৰ্কিত তথা আইটেম গাৰ্লগৰাকীয়ে ভৰি দিলে 43 বছৰত ৷ ৰাখী সাৱন্তৰ প্ৰকৃত নাম হৈছে নীৰু ভেড়া ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.