ETV Bharat / state

পুৱাৰ 11 বজাৰ শীৰ্ষ 10 বাতৰি - 11 বজাৰ শীৰ্ষ 10 বাতৰি

পুৱাৰ 11 বজাৰ শীৰ্ষ 10 বাতৰি

TOP 10 AT 11 AM
পুৱাৰ 11 বজাৰ শীৰ্ষ 10 বাতৰি
author img

By

Published : Jun 12, 2020, 11:08 AM IST

Updated : Jun 12, 2020, 1:00 PM IST

বাঘজানৰ ঘটনা তদন্তৰ বাবে তিনিজনীয়া কমিটী গঠন

বাঘজান তৈলক্ষেত্ৰৰ অগ্নিকাণ্ডৰ ঘটনাক লৈ ৩জনীয়া উচ্চস্তৰীয় কমিটী গঠন কেন্দ্ৰীয় পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰণালয়ৰ ৷ ডাইৰেক্টৰেট জেনেৰেল অৱ হাইড্ৰ'কাৰ্বনৰ ডাইৰেক্টৰ জেনেৰেল এছ চি এল দাস , ONGC ৰ প্ৰাক্তন অধ্যক্ষ বি চি বৰা, ONGC ৰ প্ৰাক্তন সঞ্চালক টি কে সেনগুপ্তাক লৈ গঠন কৰিছে কমিটি খন ।

বিধ্বংসী অগ্নিকাণ্ডত জাহ গ'ল দুটা ঘৰৰ দহ লক্ষাধিক টকাৰ সম্পত্তি

পাথাৰকান্দিৰ তিনোখাল'ত ভয়ংকৰ অগ্নিকাণ্ড । ভষ্মীভূত দুটাকৈ বাসগৃহৰ লগতে এখন দোকান ।

আমগুৰিত সাংসদ পুঁজিৰ গৃহ নিৰ্মাণত ব্যাপক অনিয়মৰ অভিযোগ

আমগুৰিৰৰ মাউৎ গাঁও খেলপথাৰৰ খেলুৱৈৰ সাজ-সজ্জাৰ কোঠা নিৰ্মাণত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ৷

চতিয়াৰ কন্যকা পাম পৰিদৰ্শন মুখ্যমন্ত্ৰী সোণোৱালৰ, সংবাদমেল সম্বোধন

চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ 'কন্যকা' বহুমুখী পাম পৰিদৰ্শন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ৷ ইয়াৰ পাচতে সংবাদমেল সম্বোধন মুখ্যমন্ত্ৰীগৰাকীৰ ৷

হোজাইৰ পাচত লংকাত ৰেলৰ চেইন টানি পলাল যাত্ৰী

হোজাই ষ্টেচনৰ পাচত লংকাত পুনৰ ৰেলৰ চেইন টানি যাত্ৰীৰ পলায়ন। উজনিমুৱা শ্ৰমিক ব্ৰহ্মপুত্ৰ মেইলৰ চেইন টানি পলায়ন যাত্ৰীৰ। ঢলপুখুৰী ষ্টেচন পাৰ হৈ লংকা 2 নং গেটৰ ওচৰত চেইন টানিলে ৰেল যাত্ৰীয়ে।

টিংখাঙত পুনৰ 2 জন কোভিড-19 পজিটিভ

ডিব্ৰুগড় জিলাৰ টিংখাঙত দুজন যুৱকৰ দেহত পোৱা গৈছে কোভিড-19 ৰ অৱস্থিতি ৷ চেন্নাইৰ পৰা আহি মৰাণ জৱাহৰ নৱোদয় বিদ্যালয়ত কোৱাৰেন্টাইন হৈ আছিল যুৱক দুজন ৷

ৰাইজৰ মাজলৈ গৈ বিপদত পৰিল কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী

কোৱাৰেনণ্টাইন নিয়ম উলংঘনৰ অভিযোগ কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ বিৰুদ্ধে ৷ এদিন কোৱাৰেন্টাইনত থাকিয়েই কেন্দ্ৰীয় মন্ত্ৰী তেলীয়ে তিনিচুকীয়া আৱৰ্ত ভৱনত গৈ আলোচনাত মিলিত হোৱাৰ লগতে বাঘজানৰ পৰিস্থিতি বুজ ল'বলৈ গৈছিল মন্ত্ৰীগৰাকী ৷

হাউলী চহৰত গ্ৰেপ্তাৰ ৮ জনীয়া দূধৰ্ষ ডকাইতৰ দল

হাউলী চহৰত গ্ৰেপ্তাৰ ৮ জনীয়া দূধৰ্ষ ডকাইতৰ দল ৷ হাউলী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পংকজ দাসৰ নেতৃত্বত হাউলী আৰক্ষীয়ে চলাইছিল অভিযান ৷

গোৱাত পুনৰ 30 জন কোভিড-19 ত আক্ৰান্ত

শেহতীয়াকৈ গোৱাত নতুনকৈ কোভিড-19 ত আক্ৰান্ত হৈছে 30 জন লোক ৷ ইয়াৰ লগে লগে গোৱাত কৰ'ণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা হয় 417 জন ৷

পুৰীৰ জগন্নাথ ৰথ যাত্ৰাত ব্যৱহাৰ হ'ব অসমীয়া গামোচা

এইবাৰ অসমীয়া ধ্বজা বহনকাৰী অসমীয়া গামোচা ব্যৱহাৰ হ'ব জগন্নাথ ৰথ যাত্ৰাত ৷23 জুনৰ পৰা আৰম্ভ হ'ব লগা জগন্নাথ ৰথ যাত্ৰাত এইবাৰ ব্যৱহাৰ হ'ব অসমীয়া গামোচা ৷

Last Updated : Jun 12, 2020, 1:00 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.