ETV Bharat / state

এক বজাৰ শীৰ্ষ দহটা বাতৰি... - Top 10 at 1 PM

এক বজাৰ শীৰ্ষ দহটা বাতৰি...

Top 10 at 1 PM
এক বজাৰ শীৰ্ষ দহটা বাতৰি...
author img

By

Published : Jun 25, 2020, 1:08 PM IST

কলা শাখাত অসমৰ ভিতৰতে শীৰ্ষ স্থানত শ্ৰদ্ধা বৰগোঁহাই

আজি পুৱা 9 বজাত ঘোষণা কৰা হ'ল অসম উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ৷ কলা শাখাৰ প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছে নগাঁৱৰ ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়ৰ ছাত্ৰী শ্ৰদ্ধা বৰগোঁহাইয়ে ৷

উৎসৱমুখৰ নগাঁৱৰ ৰামানুজন কণিষ্ঠ মহাবিদ্যালয়

উৎসৱমুখৰ পৰিৱেশ বিৰাজ কৰিছে নগাঁৱৰ ৰামানুজন কণিষ্ঠ মহাবিদ্যালয়ত । কলা আৰু বিজ্ঞান শাখাত মুঠ ১৯ গৰাকী ছাত্ৰ ছাত্ৰীয়ে স্থান লাভ কৰি সুনাম কঢ়িয়াই আনিছে বিদ্য়ালয়লৈ ৷

মুম্বাই আৰক্ষীৰ হাতত সুশান্ত সিঙৰ মৰণোত্তৰ পৰীক্ষাৰ চূড়ান্ত ৰিপৰ্ট

অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ মৰণোত্তৰ পৰীক্ষাৰ চূড়ান্ত তথ্য আহি পৰিছে মুম্বাই আৰক্ষীৰ হাতত । ৰিপৰ্ট অনুসৰি, অভিনেতাজনৰ শৰীৰত কোনো ধৰণৰ আঘাতৰ চিন নাই । আত্মহত্যাত মৃত্যু হোৱাটো স্পষ্ট হৈছে ।

নুনমাটি অসম জাতীয় বিদ্যালয়লৈ গৌৰৱ কঢ়িয়ালে সম্পুৰ্ণাই

কলা শাখাত সম্পুৰ্ণা বাৎসায়নৰ পঞ্চম স্থান দখল ৷ অসম জাতীয় বিদ্যালয়, নুনমাটিৰ ছাত্ৰী সম্পুৰ্ণা বাৎসায়ন ৷ সম্পুৰ্ণাই লাভ কৰিছে মুঠ 471 নম্বৰ ৷

উচ্চতৰ মাধ্যমিক পৰীক্ষাত বিজ্ঞান শাখাত স্থান লাভ গহপুৰৰ ব্ৰেনজিতৰ

সদৌ অসম উচ্চতৰ মাধ্যমিক পৰীক্ষাত গহপুৰৰ আৰু নগাঁৱৰ আৰু ৰামানুজন জুনিয়ৰ কলেজৰ ছাত্ৰ ব্ৰেনজিৎ হাজৰিকাই বিজ্ঞান শাখাত লাভ কৰে ষষ্ঠ স্থান । উল্লেখ্য যে, ২০১৮ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাতো স্থানলাভ কৰিবলৈ সক্ষম হৈছিল ব্ৰেনজিতে ।

বিজ্ঞান শাখাত সপ্তম স্থান দখল অংশুমালি শৰ্মাৰ

তেজপুৰৰ এগৰাকী খ্যাতনমা চিকিৎসক বিমান শৰ্মা আৰু স্বৰছিটা শৰ্মা বৰুৱাৰ দ্বিতীয় কন্যা অংশুমালি শৰ্মাই ভৱিষ্যতে এগৰাকী সু চিকিৎসক হোৱাৰ সপোন পুহি ৰাখিছে ৷

কলা শাখাত কলিয়াবৰৰ নম্ৰতা বৰুৱাৰ নৱম স্থান

কলা শাখাত কলিয়াবৰৰ নম্ৰতা বৰুৱাৰ নৱম স্থান ৷ মুঠ 467 নম্বৰ লাভ নম্ৰতাৰ ৷

দেশজুৰি ৭৫ লাখ লোকৰ কোভিড-১৯ পৰীক্ষা সম্পন্নঃ ভাৰতীয় স্বাস্থ্য গৱেষণা সংস্থা

ভাৰতীয় স্বাস্থ্য গৱেষণা সংস্থাই উল্লেখ কৰা অনুসৰি সমগ্ৰ দেশজুৰি ২৪ জুনলৈকে মুঠ ৭৫ লাখ লোকৰ কোভিড-১৯ নমুনা পৰীক্ষা কৰা হৈছে। বিগত ২৪ ঘণ্টাত ২,০৭,৮৭১ গৰাকী লোকৰ নমুনা পৰীক্ষা সম্ভৱ হৈ উঠিছে।

বাণিজ্য শাখাত পঞ্চম স্থান টীয়কৰ অংকুৰ জ্যোতি ভূঞাৰ

সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত বাণিজ্য শাখাত অসমৰ ভিতৰতে পঞ্চম স্থান লাভ কৰিছে যোৰহাট টীয়কৰ অংকুৰ জ্যোতি ভূঞাই ৷ যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ পৰা লাভ কৰিছে এই সাফল্য ৷

কলা শাখাত তৃতীয় স্থানপ্ৰাপ্ত পলী বৰাৰ শিক্ষক হোৱাৰ মন

উচ্চতৰ মাধ্যমিক চূড়ান্ত শিক্ষাবৰ্ষৰ ফলাফল ঘোষণা ৷ কলা শাখাত নগাঁৱৰ কনচেপ্ট জুনিয়ৰ কলেজৰ পলী বৰাই তৃতীয় স্থান দখলেৰে সুখ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.