1. বোকাজানৰ অসম নাগালেণ্ড সীমান্তত উত্তপ্ত পৰিস্থিতি । ইনাৰ লাইন পাৰ্মিটক লৈ সৃষ্টি হৈছে এই উত্তেজনা ৷
2 ইনাৰ লাইন পাৰ্মিট ব্যৱস্থাৰ বিৰোধিতা মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ৷
3 ৰহা টোল গেট বন্ধ কৰাৰ দাবীত AJYCP ৰ উত্তাল প্ৰতিবাদ ৷ 20 জনৰো অধিক প্ৰতিবাদকাৰীক আটক আৰক্ষীৰ ৷
4 জনজাতিকৰণ আৰু পৃথক কমতাপুৰ ৰাজ্য গঠনৰ দাবীত চিৰাঙৰ বাসুগাঁৱৰ আক্ৰাছুৰ বিশাল গণ সমাৱেশ ।
5 ক্ৰমাৎ সুস্থ হৈ উঠিছে জুবিন গাৰ্গ ৷ কণ্ঠশিল্পীগৰাকীৰ স্বাস্থ্যৰ বুজ ল'বলৈ দেওবাৰে নেমকেয়াৰ হাস্পতালত উপস্থিত ৰিপুন বৰা আৰু আছুৰ নেতৃবৰ্গ।
6. নৰ্থ ইষ্ট দিল্লীৰ হিংসাত্মক ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা 45 জনলৈ বৃদ্ধি ৷
7. শ্বাহীনবাগত 144 ধাৰা জাৰি ৷ 29 ফেব্ৰুৱাৰীত CAA বিৰোধী আন্দোলনক লৈ সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতি ৷
8. চীনত কৰ'ণা ভাইৰাচত মৃত্যু হোৱা লোকৰ সংখ্যা 2,870 জনলৈ বৃদ্ধি ৷ বৰ্তমানলৈ দেশখনত এই ভাইৰাছত আক্ৰান্ত হৈছে 79,824 জন ব্যক্তি ৷
9. মহিলা T20 বিশ্বকাপত ছেমি ফাইনেলত স্থান লাভ দক্ষিণ আফ্ৰিকা আৰু ইংলেণ্ড মহিলা ক্ৰিকেট দলৰ ৷
10. সোমবাৰে মুকলি কৰা হ'ব ৰোহিত চেট্টিৰ পৰিচালনাত নিৰ্মিত ছবি 'সূৰ্য্যবংশী'ৰ ট্ৰেইলাৰ ৷
আৰু পঢ়কঃ ৰাজ্যসভালৈ পুনৰ বিশ্বজিৎ দৈমাৰীক প্ৰক্ষেপ বিপিএফ দলৰ