ETV Bharat / state

পলাশবাৰী আৰক্ষীৰ জালত দুৰ্ধৰ্ষ চোৰ

author img

By

Published : Feb 1, 2020, 11:02 PM IST

পলাশবাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে এটা দুৰ্ধৰ্ষ চোৰ ৷ বিগত কিছুদিন ধৰি আৰক্ষীৰ মূৰৰ কামোৰণি হৈ পৰিছিল ভোলা ৰাভা নামৰ চোৰটো ৷

পলাশবাৰী আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ
আৰক্ষীৰ জালত দুৰ্ধৰ্ষ চোৰ

দক্ষিণ কামৰূপ/আজাৰা, 1 ফেব্ৰুৱাৰী : বিগত কেইবাদিন ধৰি বৰঝাৰ বিমানবন্দৰৰ সমীপৰ বঙৰা, ৰাণীকে ধৰি দক্ষিণ কামৰূপৰ বিভিন্ন ঠাইত লুট-পাত চলাই অহা এটা দুৰ্ধৰ্ষ চোৰ গ্ৰেপ্তাৰ কৰে পলাশবাৰী আৰক্ষীয়ে ৷ বিভিন্ন ঠাইৰ মন্দিৰৰ লগতে ৰাণীৰ মাণীকপুৰৰ বংশীগোপাল মন্দিৰত চুৰিকাৰ্য চলোৱা ভোলা ৰাভা নামৰ চোৰটোক ৰাণীৰ বাহুপাৰাৰ পৰা আৰক্ষীয়ে আটক কৰে ৷

আৰক্ষীৰ জালত দুৰ্ধৰ্ষ চোৰ

চোৰটোৰ পৰা আৰক্ষীয়ে জব্দ কৰে গামোছা, বৰতাল, ৰূপৰ মূৰ্তি, কাঁহৰ বাচন-বৰ্তনকে ধৰি বহুতো মন্দিৰৰ সামগ্ৰী ৷ ভোলা ৰাভা নামৰ বকো নলাখাটৰ ধৃত চোৰটো বিগত কিছুদিনৰ পৰা আৰক্ষীৰ মূৰৰ কামোৰণী হৈ পৰিছিল ৷

আৰু পঢ়ক : নগাঁৱত যোগদান কৰিয়েই অপৰাধীৰ বিৰুদ্ধে অভিযান আৰক্ষী অধীক্ষকৰ

Intro:পলাশবাৰী আৰক্ষীৰ জালত বকোৰ দুধৰ্ষ মন্দিৰ চোৰ !
Body:Ocvo...বিগত কেইবাদিন ধৰি বৰঝাৰ বিমানবন্দৰৰ সমীপৰ বঙৰা,ৰাণীকে ধৰি দক্ষিণ কামৰূপৰ বিভিন্ন ঠাইত চোৰে চলাই গৈছিল লুট-পাত । বিভিন্ন ঠাইৰ মন্দিৰত হাত দি বিভিন্ন সামগ্ৰী চাফা কৰিছিল চোৰে । যোৱাকালিও ৰাণীৰ মাণীকপুৰৰ বংশীগোপাল মন্দিৰত চোৰে চলাইছিল লুট-পাত । মন্দিৰৰ পৰা ভোলা ৰাভা নামৰ বকোৰ চোৰজনে চুৰিকাৰ্য সংঘটিত কৰি ৰাণীৰ বাহুপাৰাত থিতাপি লৈ থকা অৱস্থাত পলাশবাৰী আৰক্ষী থানাৰ অন্তৰ্গত ৰাণী আৰক্ষী চকীয়ে এঘৰ লোকৰ ঘৰৰ পৰা আটক কৰে । লগতে চোৰজনৰ পৰা জব্দ কৰে গামোছা,বৰতাল,ৰূপৰ মুৰ্তি,ঘট,থাল,তাল,কাহৰ কাহিকে ধৰি বহুতো মন্দিৰৰ সামগ্ৰী । ভোলা ৰাভা নামৰ বকো নলাখাটৰ ধৃত চোৰজনে বিগত কেইবাদিনৰ পৰাই আৰক্ষীৰ মুৰৰ কামোৰণী হৈ পৰিছিল ।Conclusion:ৰাণী আৰক্ষী চকীৰ সহযোগত পলাশবাৰী আৰক্ষী থানাৰ এই সফলতাই হয়টো কিছু সকাহ দিব ৰাইজক ।

Bite..ভাৰপ্ৰাপ্ত বিষয়া,পলাশবাৰী আৰক্ষী থানা ।

দক্ষিণ কামৰূপ/আজাৰা পৰা অজয় দাস,etv bharat assam
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.