ETV Bharat / state

ৰাইজে হাতে-লোটে ধৰি কিলালে চোৰক - মালিগাঁৱত চুৰিকাণ্ড

এটা চুৰিকাণ্ডক কেন্দ্ৰ কৰি মালিগাঁৱত সৃষ্টি হয় এই উত্তপ্ত পৰিস্থিতিৰ । এখন দোকানৰ পৰা সামগ্ৰী চুৰি কৰিবলৈ আহোঁতে হাতে-লোটে ৰাইজে কৰায়ত্ত কৰে এটা চোৰক । ৰাইজে চোৰটোক ধৰি খুঁটাত বান্ধি উত্তম মধ্যম শোধাই । ঘটনা সন্দৰ্ভত জালুকবাৰী আৰক্ষী খবৰ দিয়ে যদিও আৰক্ষী ঘটনাস্থলীত উপস্থিত হোৱাৰ পূৰ্বেই পলায়ন কৰে চোৰটো । চোৰটো আমিনগাঁৱৰ দীপেন দাস বুলি জানিব পৰা গৈছে ৷

চুৰিকাণ্ডক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি
author img

By

Published : Nov 16, 2019, 9:57 AM IST

মালিগাঁও, 16 নৱেম্বৰঃ শুকুৰবাৰে সন্ধিয়া মহানগৰীৰ মালিগাঁৱত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ । এক চুৰিকাণ্ডক কেন্দ্ৰ কৰি সৃষ্টি হয় এই উত্তপ্ত পৰিস্থিতিৰ । এখন দোকানৰ পৰা সামগ্ৰী চুৰি কৰিবলৈ আহোঁতে হাতে-লোটে ৰাইজে ধৰে এটা চোৰক । ৰাইজে চোৰটোক ধৰি খুঁটাত বান্ধি উত্তম মধ্যম শোধাই । ঘটনা সন্দৰ্ভত জালুকবাৰী আৰক্ষীক খবৰ দিয়ে যদিও আৰক্ষী ঘটনাস্থলীত উপস্থিত হোৱাৰ পূৰ্বে পলায়ন কৰে চোৰটো । চোৰটো আমিনগাঁৱৰ দীপেন দাস বুলি জানিব পৰা গৈছে ৷

চুৰিকাণ্ডক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি

উল্লেখযোগ্য যে, বিগত কেইবাদিন ধৰি জালুকবাৰী আৰক্ষীৰ নিৰ্লিপ্ততাৰ সুযোগ লৈ চোৰে ত্ৰাসৰ সৃষ্টি কৰিছে সমগ্ৰ মালিগাঁৱ অঞ্চলত । সঘনাই সংঘটিত হৈ আছে চুৰিকাণ্ড । আৰক্ষীৰ তহলদাৰী ব্যৱস্থা আছে যদিও সেই ব্যৱস্থাক কেৰেপ নকৰে চোৰে । তহলদাৰী ব্যৱস্থা অধিক কটকটীয়া কৰিবলৈ দাবী জনাই অঞ্চলটোৰ ৰাইজে । উল্লেখযোগ্য যে, যোৱা সপ্তাহত চাৰিটাকৈ চুৰিকাণ্ড সংঘটিত হৈছিল অঞ্চলটোত ।

Intro:
শুকুৰবাৰে সন্ধিয়া মহানগৰীৰ মালিগাঁৱত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। এক চুৰিকাণ্ডক কেন্দ্ৰ কৰি সৃষ্টি হয় এই উত্তপ্ত পৰিস্থিতিৰ। এখন দোকানৰ পৰা সামগ্ৰী চুৰি কৰিবলৈ আহোঁতে হাতে-লোটে ৰাইজে ধৰে এটা চোৰক। ৰাইজে চোৰটোক ধৰি খুঁটাত বান্ধি উত্তম মধ্যম শোধাই। ঘটনা সন্দৰ্ভত জালুকবাৰী আৰক্ষী খবৰ দিয়ে যদিও আৰক্ষী ঘটনাস্থলীত উপস্থিত হোৱাৰ পূৰ্বে পলায়ন কৰে চোৰটো। চোৰটো আমিনগাঁৱৰ দীপেন দাস বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে বিগত কেইদিন ধৰি জালুকবাৰী আৰক্ষীৰ নিৰ্লিপ্ততাৰ সুযোগ লৈ চোৰে ত্ৰাসৰ সৃষ্টি কৰিছে সমগ্ৰ মালিগাঁৱত। সঘনাই সংঘটিত হৈ আছে চুৰিকাণ্ড। আৰক্ষীৰ তহলদাৰী ব্যৱস্থা আছে যদিও সেই ব্যৱস্থাক কেৰেপ নকৰে চোৰে। তহলদাৰী ব্যৱস্থা অধিক কটকটীয়া কৰিবলৈ দাবী জনাই অঞ্চলটোৰ ৰাইজে। উল্লেখযোগ্য যে যোৱা সপ্তাহত চাৰিটাকৈ চুৰিকাণ্ড সংঘটিত হৈছিল অঞ্চলটোত। Body:Guwahati Conclusion:Hirul Haque
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.