ETV Bharat / state

গুৱাহাটীত অসম চুক্তিৰ ছয় নং দফা কাৰ্যকৰী কৰণ কমিটিৰ সপ্তমখন বৈঠক - গুৱাহাটীৰ শুকুৰবাৰে অনুষ্ঠিত হয় অসম চুক্তিৰ ৬ নম্বৰ দফা কাৰ্য্যকৰী কৰণৰ বাবে গঠিত কমিটিৰ সপ্তমটো বৈঠক

গুৱাহাটীৰ শুকুৰবাৰে অনুষ্ঠিত হয় অসম চুক্তিৰ ৬ নম্বৰ দফা কাৰ্যকৰী কৰণৰ বাবে গঠিত কমিটিৰ সপ্তমখ‘ বৈঠক । বৈঠকত উপস্থিত থাকে ১৪ জনীয়া কমিটিখনৰ সদস্য-সদস্যাসকল ৷

ছয় নং দফা কাৰ্য্যকৰীকৰণৰ বাবে গঠিত কমিটিৰ সপ্তমটো বৈঠক
author img

By

Published : Oct 11, 2019, 11:50 PM IST

গুৱাহাটী,11 অক্টোবৰঃ গুৱাহাটীৰ খানাপাৰাস্থিত প্ৰশাসনিক প্ৰাধিকাৰী মহাবিদ্যালয়ত শুকুৰবাৰে বিয়লি 2 বজাৰ পৰা অনুষ্ঠিত হয় অসম চুক্তিৰ ৬ নম্বৰ দফা কাৰ্যকৰী কৰণৰ বাবে গঠিত কমিটিৰ সপ্তমখন বৈঠক । বৈঠকত উপস্থিত থাকে ১৪ জনীয়া কমিটিখনৰ সদস্য অৱসৰপ্ৰাপ্ত ন্যায়ধীশ বিপ্লৱ কুমাৰ শৰ্মা, ৰমেশ বৰপাত্ৰগোঁহাই, নিলায় দত্ত, সুভাষ চন্দ্ৰ দাস, সৃষ্টিধৰ দত্ত, ৱাছবিৰ হুছেইন, সমুজ্জল ভট্টাচাৰ্য্য, লুৰিণজ্যোতি গগৈ, মৃণাল মিৰি আৰু সমিতিখনৰ অন্যান্য সদস্য সকল । কেন্দ্ৰীয় চৰকাৰে গঠন কৰি দিয়া ১৪ জনীয়া এই কমিটিখনে অসম চুক্তিৰ ৬ নম্বৰ দফা কাৰ্যকৰী কৰিবলৈ আগন্তক ৬ মাহৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব লাগিব । ইতিমধ্যে ৬ মাহৰ সময়সীমাৰ ৩ মাহ অতিক্ৰম কৰিছে । প্ৰায় তিনি ঘণ্টা ধৰা আলোচনাৰ সময়ছোৱাত অসম চুক্তিৰ ৬ নম্বৰ দফা কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত বিভিন্ন বিষয়ৰ ওপৰত আলোচনা হয় । বৈঠকৰ অন্তত আছুৰ উপদেষ্টা সমুজ্জল কুমাৰ ভট্টাচাৰ্য্যই জানিবলৈ দিয়ে যে, কমিটিখনে ৰাজ্যৰ বুদ্ধিজীৱি, জাতীয় দল-সংগঠনৰ লগতে সাহিত্য সভাৰ লগত আলোচনাত মিলিত হ'ব । অহা ১৯ তাৰিখে অসম চুক্তিৰ ৬ নম্বৰ দফা কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত ৰাজ্যৰ বিভিন্ন সংবাদ মাধ্যমৰ সম্পাদকসকলৰও মতামত গ্ৰহণ কৰিব । ইফালে কেন্দ্ৰীয় চৰকাৰে এন আৰ এলৰ অংশীদাৰিত্ব ব্যক্তিগতকৰণ কৰাৰ সিদ্ধান্তত আছুৰ উপদেষ্টা গৰাকীয়ে বিৰোধীতা কৰাৰ কথা ব্যক্ত কৰে ৷

ছয় নং দফা কাৰ্য্যকৰীকৰণৰ বাবে গঠিত কমিটিৰ সপ্তমটো বৈঠক

আৰু পঢ়ক

Intro:গুৱাহাটীৰ খানাপাৰাস্থিৰ প্ৰশাসনিক প্ৰাধিকাৰী মহাবিদ্যালয়ত শুকুৰবাৰে বিয়লি ২.০০ বজাৰৰ পৰা অনুষ্ঠিত হয় অসম চুক্তিৰ ৬ নম্বৰ দফা কাৰ্য্যকৰী কৰণৰ বাবে গঠিত কমিটিৰ সপ্তমটো বৈঠক।

Body:বৈঠকত উপস্থিত থাকে ১৪ জনীয়া কমিটিখনৰ অৱসৰপ্ৰাপ্ত ন্যায়ধীশ বিপ্লৱ কুমাৰ শৰ্মা, ৰমেশ বৰপত্ৰগোঁহাই, নিলায় দত্ত, সুভাষ চন্দ্ৰ দাস, সৃষ্টিধৰ দত্ত, ৱাছবিৰ হুছেইন, সমুজ্জল ভট্টাচাৰ্য্য, লোৰিনজ্যোতি গগৈ, মৃণাল মিৰি আৰু সমিতিখনৰ অন্যান্য সদস্য সকল। কেন্দ্ৰীয় চৰকাৰে গঠন কৰি দিয়া ১৪ জনীয়া এই কমিটিখনে অসম চুক্তিৰ ৬ নম্বৰ দফা কাৰ্য্যকৰী কৰিবলৈ আগন্তক ৬ মাহৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব লাগিব। ইতিমধ্যে ৬ মাহৰ সময়সীমাৰ ৩ মাহ অতিক্ৰম কৰিছে।

প্ৰায় তিনি ঘণ্টা ধৰা আলোচনাৰ সময়ছোৱাত অসম চুক্তিৰ ৬ নম্বৰ দফা কাৰ্য্যকৰী কৰাৰ ক্ষেত্ৰত বিভিন্ন বিষয়ৰ ওপৰত আলোচনা হয়। বৈঠকৰ অন্তত আছুৰ উপদেষ্টা সমুজ্জল কুমাৰ ভট্টাচাৰ্য্যই জানিবলৈ দিয়ে যে কমিটিখনে ৰাজ্যৰ বুদ্ধিজীৱি, জাতীয় দল-সংগঠনৰ লগতে সাহিত্য সভাৰ লগত আলোচনাত মিলিত হ'ব। আহ ১৯ তাৰিখে অসম চুক্তিৰ ৬ নম্বৰ দফা কাৰ্য্যকৰী কৰাৰ ক্ষেত্ৰত বিভিন্ন সংবাদ মাধ্যমৰ সম্পাদক সকলৰো মতামত গ্ৰহণ কৰিব।

বাইট : সমুজ্জল কুমাৰ ভট্টাচাৰ্য্য

Conclusion:উল্লেখ্য যে অসম চুক্তিৰ ৬ নম্বৰ দফা কাৰ্য্যকৰী কৰাৰ প্ৰথমটো বৈঠক দিল্লীত অনুষ্ঠিত হৈছিল।কেন্দ্ৰীয় চৰকাৰে এন আৰ এল ব্যক্তিগত কাৰণ কৰাৰ সিদ্ধান্তত আছুৰ উপদেষ্টা গৰাকীয়ে বিৰোধীতা কৰিছে।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.