ETV Bharat / state

গুৱাহাটীত টেট উত্তীৰ্ণ শিক্ষকৰ প্ৰতিবাদী - গুৱাহাটী

চাকৰি নিয়মীয়াকৰণ কৰাৰ দাবীৰে ৰাজ্যজুৰি প্ৰতিবাদ সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষকৰ ৷ সমগ্ৰ বিষয়টোত মুখ্যমন্ত্ৰীক হস্তক্ষেপ বিচাৰি ৰাজ্যৰ সকলো জিলাতে শিক্ষকসকলে সাব্যস্ত কৰে প্ৰতিবাদ ৷

সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষকৰ প্ৰতিবাদী
author img

By

Published : Mar 7, 2019, 4:27 PM IST

গুৱাহাটী, 7 মাৰ্চঃ বৃহস্পতিবাৰে সমগ্ৰ ৰাজ্যৰ লগতে গুৱাহাটীটো সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষকৰ প্ৰতিবাদী কাৰ্যসূচী ৷ জিলা উপায়ুক্তৰ সন্মুখত প্ৰতিবাদ শিক্ষক সমাজৰ ৷

সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষকৰ প্ৰতিবাদী
চৰকাৰে বিনাচৰ্তে তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণ কৰাৰ দাবীত এই প্ৰতিবাদ ৷ চৰকাৰে নতুনকৈ বিজ্ঞাপন দি শিক্ষক সকলক পুনৰ পৰীক্ষাত বহাৰ প্ৰক্ৰিয়াক কোনো কাৰণতে মানি লোৱা নহ'ব বুলি হুংকাৰ প্ৰদান কৰে শিক্ষকসকলে৷ সেয়ে সমগ্ৰ বিষয়টোত মুখ্যমন্ত্ৰীক হস্তক্ষেপ বিচাৰি ৰাজ্যৰ সকলো জিলাতে শিক্ষকসকলে সাব্যস্ত কৰে প্ৰতিবাদ ৷

সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ন শিক্ষকৰ প্ৰতিবাদী কাৰ্যসুচী ৷ জিলা উপায়ুক্তৰ সন্মুখত প্ৰতিবাদ শিক্ষক সমাজৰ ৷ চৰকাৰে বিনাচৰ্তে তেওঁলোকৰ চাকৰি নিয়মীয়াকৰন কৰাৰ দাবীত এই প্ৰতিবাদ ৷ চৰকাৰে নতুনকৈ বিজ্ঞাপন দি শিক্ষক সকলক পুনৰ পৰীক্ষাত বহাৰ প্ৰক্ৰীয়াক কোনো কাৰনতে নামানে শিক্ষক সমাজে ৷ সেয়ে সমগ্ৰ বিষয়টোত মুখ্যমন্ত্ৰী হস্তক্ষেপ বিচাৰি ৰাজ্যৰ সকলো জিলাতে ৰূপায়ন কৰিছে এই প্ৰতিবাদ ৷ ৰাজ্যৰ 33 হাজাৰ শিক্ষকে এই প্ৰতিবাদৰ জৰিয়তেই চৰকাৰ পুনৰবাৰ সকিয়ালে ৷

Lipika deka...Guwahati
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.