ETV Bharat / state

মুখ্যমন্ত্ৰীৰ বাসগৃহ শুৱনি কৰিবলৈ সাজু চ্যুকাফা

author img

By

Published : Apr 19, 2021, 8:30 PM IST

স্বৰ্গদেউ চাওলুং চ্যুকাফাৰ এখন বিশালকায় প্ৰতিচ্ছবি ইতিমধ্যে সাজু হৈ উঠিছে । মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বৰ্তমানৰ চৰকাৰী বাসভৱন ব্ৰহ্মপুত্ৰ ৰাজ্যিক অতিথিশালাত কাইলৈ অৰ্থাৎ মঙলবাৰে স্থাপন কৰা হ’ব সুবিশাল স্বৰ্গদেউ চাওলুং চ্যুকাফাৰ প্ৰতিচ্ছবিখন ।

মুখ্যমন্ত্ৰীৰ বাসগৃহ শুৱনি কৰিবলৈ সাজু চ্যুকাফা
মুখ্যমন্ত্ৰীৰ বাসগৃহ শুৱনি কৰিবলৈ সাজু চ্যুকাফা

গুৱাহাটী,19 এপ্ৰিল: স্বৰ্গদেউ চাওলুং চ্যুকাফাৰ এখন বিশালকায় প্ৰতিচ্ছবি ইতিমধ্যে সাজু হৈ উঠিছে । মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বৰ্তমানৰ চৰকাৰী বাসভৱন ব্ৰহ্মপুত্ৰ ৰাজ্যিক অতিথিশালাত কাইলৈ অৰ্থাৎ মঙলবাৰে স্থাপন কৰা হ’ব সুবিশাল স্বৰ্গদেউ চাওলুং চ্যুকাফাৰ প্ৰতিচ্ছবিখন । অসম পৰ্যটন উন্নয়ন নিগমে শিল্পী ৰবীন বৰৰ হতুৱাই ব্ৰহ্মপুত্ৰ ৰাজ্যিক অতিথিশালাত স্থাপনৰ বাবে অংকন কৰোৱাইছে এই প্ৰতিচ্ছবি । এইগৰাকী প্ৰখ্যাত শিল্পী এতিয়া ব্যস্ত ন ফুট ওখ আৰু ছয় ফুট বহল চ্যুকাফাৰ এই প্ৰতিচ্ছবিত অন্তিম স্পৰ্শ দিয়াত ।

চিত্ৰশিল্পী ৰবীন বৰৰ আন এক সৃষ্টি

উল্লেখ্য যে,ৰাষ্ট্ৰপতিৰ পৰা বলীউডৰ শিল্পীলৈ, বিখ্যাত ক্ৰিকেটাৰৰ পৰা সংগীত শিল্পীলৈ, সকলোৰে জীৱন্ত প্ৰতিচ্ছবি অংকন কৰিছে শিল্পী ৰবীন বৰে ৷

লগতে পঢ়ক: বৰমাত পথ দুৰ্ঘটনা: বাইক আৰোহীৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.