গুৱাহাটী, 8 জুলাইঃ নৰ্থ-ইষ্ট এডুকেশ্বনেল ট্ৰাষ্টৰ উদ্যোগত আৰু অইল ইণ্ডিয়া লিমিটেডৰ সহযোগত বাটৰ নাট আৰু মূকাভিনয়ৰ কৰ্মশালা ৷ 1 জুলাইৰ পৰা 6 জুলাইলৈকে চলি থকা বাটৰ নাট আৰু মূকাভিনয় কৰ্মশালাৰ সোমবাৰে সামৰণি পৰে ৷ সামৰণিৰ দিনটোতে নেহৰু পার্ক, দীঘলীপুখুৰী, শ্ৰদ্ধাঞ্জলি কানন, ষ্ট্ৰীটজা, ৰুদ্ৰাক্ষ ম'ল আৰু চেন্ট্ৰেল ম'লত প্ৰদৰ্শন কৰা হয় বাটৰ নাট আৰু মূকাভিনয় । স্বচ্ছতাৰ সপক্ষে মানুহক সজাগ কৰাৰ উদ্দেশ্য লগতে প্লাষ্টিক ব্যৱহাৰ বৰ্জন কৰিবৰ বাবে মূকাভিনয়ৰ জৰিয়তে বাটৰ নাট প্ৰদৰ্শনেৰে জনসাধৰণক সজাগ কৰিবলৈ এই পদক্ষেপ গ্ৰহণ কৰে বুলি মন্তব্য নৰ্থ-ইষ্ট এডুকেশ্বনেল ট্ৰাষ্টৰ সদস্যৰ ৷
মহানগৰীত মূকাভিনয়ৰ জৰিয়তে স্বচ্ছতাৰ সপক্ষে কণ কণ শিশু - swchata
1 জুলাইৰ পৰা 6 জুলাইলৈকে চলি থকা বাটৰ নাট আৰু মূকাভিনয় কৰ্মশালাৰ সোমবাৰে সামৰণি পৰে ৷ সামৰণিৰ দিনটোতে নেহৰু পার্ক, দীঘলীপুখুৰী, শ্ৰদ্ধাঞ্জলি কানন, ষ্ট্ৰীটজা, ৰুদ্ৰাক্ষ ম'ল আৰু চেন্ট্ৰেল ম'লত প্ৰদৰ্শন কৰা হয় বাটৰ নাট আৰু মূকাভিনয় ৷
গুৱাহাটী, 8 জুলাইঃ নৰ্থ-ইষ্ট এডুকেশ্বনেল ট্ৰাষ্টৰ উদ্যোগত আৰু অইল ইণ্ডিয়া লিমিটেডৰ সহযোগত বাটৰ নাট আৰু মূকাভিনয়ৰ কৰ্মশালা ৷ 1 জুলাইৰ পৰা 6 জুলাইলৈকে চলি থকা বাটৰ নাট আৰু মূকাভিনয় কৰ্মশালাৰ সোমবাৰে সামৰণি পৰে ৷ সামৰণিৰ দিনটোতে নেহৰু পার্ক, দীঘলীপুখুৰী, শ্ৰদ্ধাঞ্জলি কানন, ষ্ট্ৰীটজা, ৰুদ্ৰাক্ষ ম'ল আৰু চেন্ট্ৰেল ম'লত প্ৰদৰ্শন কৰা হয় বাটৰ নাট আৰু মূকাভিনয় । স্বচ্ছতাৰ সপক্ষে মানুহক সজাগ কৰাৰ উদ্দেশ্য লগতে প্লাষ্টিক ব্যৱহাৰ বৰ্জন কৰিবৰ বাবে মূকাভিনয়ৰ জৰিয়তে বাটৰ নাট প্ৰদৰ্শনেৰে জনসাধৰণক সজাগ কৰিবলৈ এই পদক্ষেপ গ্ৰহণ কৰে বুলি মন্তব্য নৰ্থ-ইষ্ট এডুকেশ্বনেল ট্ৰাষ্টৰ সদস্যৰ ৷
এই পদক্ষেপ নৰ্থ ইষ্ট এডুকেশ্বনেল ট্ৰাষ্ট ৰ উদ্যোগত আৰু অইল ইণ্ডিয়া লিমিটেডৰ সহযোগত সফল হৈ উঠে। Conclusion:প্লাষ্টিক আমাৰ লগতে প্রকৃতিৰ বাবে যে সানি কাৰক সেই উদ্দেশ্যে হাতত ৰাখিয়েই এই কণ কণ শিশু সকলে মানুহক বুজাবলৈ চেষ্টা কৰে মুকাভিনয়ৰ জৰিয়তে।