ETV Bharat / state

বিহুৱা আৰু কলা-কুশলীক আৰ্থিক সাহাৰ্য্য প্ৰদান ক্ৰীড়া আৰু যুৱ কল্যাণ পৰিষদৰ

author img

By

Published : May 21, 2020, 10:25 AM IST

মহানগৰী গুৱাহাটীত থকা মুঠ 150 গৰাকী বিহুৱা তথা কলা-কুশলীক অনলাইন যোগে 1,500 টকাকৈ এককালীন সাহাৰ্য প্ৰদান কৰে ক্ৰীড়া আৰু যুৱ কল্যাণ পৰিষদৰ সচিব লক্ষ্য কোঁৱৰে ।

কৰ'ণা ভাইৰাছ
বিহুৱা আৰু কলা-কুশলীক আৰ্থিক সাহাৰ্য্য প্ৰদান ক্ৰীড়া আৰু যুৱ কল্যাণ পৰিষদৰ

গুৱাহাটী,21মে': ৰাজ্যজুৰি কৰ'ণা ভাইৰাছৰ আতংকৰ লগতে লক ডাউনৰ ফলত আৰ্থিকভাৱে সংকটত পৰিছে বহু লোক ৷ ইয়াৰ মাজতে লক ডাউনৰ বাবে বিহুৰ সময়ত উপাৰ্জনৰ পৰা বঞ্চিত হৈছিল বিহুৱা তথা কলা কুশলী ৷ তেনে সময়তে সংকটৰ সন্মুখীন হোৱা বিহুৱা তথা কলা-কুশলীক সহায়ৰ বাবে আগবাঢ়ি আহিল ক্ৰীড়া আৰু যুৱ কল্যাণ পৰিষদ ৷

বুধবাৰে মহানগৰী গুৱাহাটীত থকা মুঠ 150 গৰাকী বিহুৱা তথা কলা-কুশলীক অনলাইন যোগে 1,500 টকাকৈ এককালীন সাহাৰ্য প্ৰদান কৰে ক্ৰীড়া তথা যুৱ কল্যাণ পৰিষদৰ সচিব লক্ষ্য কোঁৱৰে ।আনহাতে, পৰৱৰ্তী সময়ত লোকশিল্পী সকলক কেনেদৰে সহায়-সহযোগিতা কৰা হ'ব তাৰ ওপৰতো চিন্তা-চৰ্চা কৰা হ'ব বুলি জানিবলৈ দিয়ে লক্ষ্য কোঁৱৰে ৷

লগতে পঢ়কঃকৰ'ণা যোদ্ধাৰ উৎসাহৰ বাবে গীত মুকলি অসম আৰক্ষীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.