গুৱাহাটী, 22 মাৰ্চঃ জনতা সান্ধ্য আইনৰ বাবে বন্ধ হৈ পৰিছে বাছ চলাচল ৷ সেই সময়তে ৰে'ল যাত্ৰীৰ বাবে বিশেষ সকাহ কঢ়িয়াই আনিছে গুৱাহাটী ৰে'লৱে ষ্টেচন কৰ্তৃপক্ষই ৷ গুৱাহাটী ৰে'লৱে ষ্টেচনত যাত্ৰীৰ বাবে বিশেষ বাছৰ সুবিধা প্ৰদান কৰিছে ৰে'লৱে কৰ্তৃপক্ষই ৷ দেওবাৰে 12 খনকৈ যাত্ৰীবাহী ৰে'লত আহিবলগীয়া যাত্ৰীৰ বাবে এই বিশেষ সুবিধা প্ৰদান কৰিলে মহানগৰীৰ পল্টন বজাৰস্থিত ৰে'লৱে ষ্টেচনত ৷
লগতে পঢ়কঃ ডিব্ৰুগড়ত জনতা কাৰ্ফিউৰ প্ৰতি সহাঁৰি ৰাইজৰ