ETV Bharat / state

পবিত্ৰ ঈদ উপলক্ষে গুৱাহাটীত চেনেহৰ মেহফিল

স্বেচ্ছাসেৱী সংস্থা দলংৰ উদ্যোগত পবিত্ৰ ঈদ উপলক্ষে অহা 15 জুনত অনুষ্ঠিত কৰা হ’ব চেনেহৰ মেহফিল ৷

author img

By

Published : Jun 12, 2019, 1:30 AM IST

পবিত্ৰ ঈদ উপলক্ষে গুৱাহাটীত চেনেহৰ মেহফিল

গুৱাহাটী,12 জুনঃ অহা 15 জুন অৰ্থাৎ শনিবাৰে সন্ধিয়া 5.30 বজাত গুৱাহাটীৰ জিলা পুথি ভঁৰালৰ সমীপৰ লক্ষীধৰ বৰা ক্ষেত্ৰত আয়োজন কৰা হ’ব চেনেহৰ মেহফিল অনুষ্ঠান । স্বেচ্ছাসেৱী সংস্থা দলংৰ উদ্যোগত পবিত্ৰ ঈদ উপলক্ষে আয়োজন কৰা হ’ব এই অনুষ্ঠানৰ ৷ এই অনুষ্ঠানত জিকিৰ, কাৱালী, বৰগীত লগতে সংগীতৰ বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰিছে আয়োজক সকলে ।

অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকিব প্ৰথিতযশা সংস্কৃত পণ্ডিত মহম্মদ হানিফ খান । ৰাষ্ট্ৰীয় সাম্প্ৰদায়িক সম্প্ৰীতিৰ বঁটা আৰু পদ্মশ্ৰী সন্মানেৰে বিভূষিত এই ব্যক্তি জনৰ উপস্থিতিত অনুষ্ঠানত মতামত বিনিময়ৰ কাৰ্যসূচীও অনুষ্ঠিত কৰা হ’ব বুলি সংবাদ মাধ্যমত জানিবলৈ দিয়ে আয়োজকে ।

Intro:স্বেচ্ছাসেৱী সংস্থা দলংৰ উদ্যোগত পবিত্ৰ ঈদ উপলক্ষে চেনেহৰ মেহফিল শীৰ্ষক এক অনুষ্ঠানৰ আয়োজন কৰা হয় । 15 জুন শনিবাৰে সন্ধিয়া 5.30 বজাত গুৱাহাটীৰ জিলা পুথি ভঁৰালৰ সমীপৰ লক্ষীধৰ বৰা ক্ষেত্ৰত আয়োজন কৰা হৈছে এই অনুষ্ঠান।এই অনুষ্ঠানত জিকিৰ , কাৱালী,বৰগীত লগতে সংগীতৰ বৰ্ণাঢ্য কাৰ্যসূচী ৰ আয়োজন কৰিছে আয়োজক সকলে । অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকিব প্ৰথিতযশা সংস্কৃত পণ্ডিত
মহম্মদ হানিফ খান ।ৰাষ্ট্রীয় সাম্প্ৰদায়িক সম্প্ৰীতিৰ বঁটা আৰু পদ্মশ্রী সন্মানেৰে বিভূষিত এই ব্যক্তি জনৰ উপস্থিতিত অনুষ্ঠানত মতামত বিনিময়ৰ কাৰ্যসূচীও অনুষ্ঠিত হব বুলি কলে আয়োজকে।

Body:আমাৰ সমাজৰ সম্প্ৰীতিৰ সাতামপুৰুলহিয়া দলংখন সুদৃঢ় কৰাৰ প্ৰয়াসেৰে ঈদ উপলক্ষে এই অনুষ্ঠানত অংশীদাৰ হবলৈ সকলোকে নিমন্ত্ৰণ জনালে আয়োজক সকলে।
bite:-সত্যব্ৰত দেৱমিশ্ৰ।

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.