ETV Bharat / state

লুইতৰ বুকুত 'ৰিভাৰ কাইট ফেষ্টিভেল'ৰ সফল সামৰণি - সুধাকণ্ঠ

দেওবাৰে 'ৰিভাৰ কাইট ফেষ্টিভেল'ৰ অন্তিম দিন ৷ 5 ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হৈছিল এই ফেষ্টিভেল ৷ ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে আয়োজন কৰা হৈছিল এই উৎসৱৰ ৷

river-kite-festival-organised-in-ghy
লুইতৰ বুকুত 'ৰিভাৰ কাইট ফেষ্টিভেল'ৰ সফল সামৰণি
author img

By

Published : Feb 7, 2021, 9:07 PM IST

গুৱাহাটী, 7 ফেব্ৰুৱাৰী : ব্ৰহ্মপুত্ৰৰ পাৰত চিলা মহোৎসৱৰ আয়োজন ৷ নদীৰ পাৰক পৰিস্কাৰ কৰি ৰাখি সম্পদ হিচাপে ব্যৱহাৰ কৰাৰ এক অভিনৱ প্ৰয়াস এজাক যুৱ প্ৰজন্মৰ ৷ তাৰকাযুক্ত হোটেলত গতানুগতিক অভিযাত্যৰ বিপৰীতে নদীৰ পাৰত বিগত দহ বছৰ ধৰি উদযাপন হৈ আহিছে 'কাইট ৰিভাৰ ফেষ্টিভেল' ৷

লুইতৰ বুকুত 'ৰিভাৰ কাইট ফেষ্টিভেল'ৰ সফল সামৰণি

চলিত বৰ্ষতো 5 ফেব্ৰুৱাৰীৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জীৱন ইনিচিয়েটিভে আয়োজন কৰিছে 'ৰিভাৰ কাইট ফেষ্টিভেল' ৷ দেওবাৰে এই চিলা মহোৎসৱৰ অন্তিমটো দিন ৷ 'কাইট ৰিভাৰ ফেষ্টিভেল'ৰ জৰিয়তে কেনেকৈ নদীৰ পাৰ সমূহক পৰিস্কাৰ কৰি ৰাখি এক সম্পদলৈ পৰিণত কৰিব পাৰি তাৰেই নিদৰ্শন দাঙি ধৰিছে এই উৎসৱটিৰ জৰিয়তে ৷ বিশেষকৈ এই মহোৎসৱত পেলনীয়া সামগ্ৰীৰে বিভিন্ন ধৰণৰ সৌন্দৰ্য বৰ্ধক সামগ্ৰী প্ৰস্তুত কৰি সৰ্বসাধাৰণৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ৷ ইফালে, পেলনীয়া সামগ্ৰীৰে আটক ধুনীয়াকৈ নিৰ্মাণ কৰি উলিয়াইছে সুধাকণ্ঠৰ প্ৰতিচ্ছবি ৷

লগতে পঢ়ক : কদমগুৰিত দিবা-নৈশ প্ৰাইজমাণি ভলীবল প্ৰতিযোগিতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.