ETV Bharat / state

সোমবাৰৰ পৰা দৰ্শনাৰ্থীৰ বাবে মুকলি হ'ব ধৰ্মীয় উপাসনাস্থলী

author img

By

Published : Jun 7, 2020, 10:53 PM IST

উপাসনা স্থলী সমূহত সামাজিক দূৰত্ব মানি চলা , চেনিটাইজ কৰা , থাৰ্মনেল আদিৰে স্কেন কৰাৰ বাবে কঠোৰ নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰৰ ৷ পৰিচালনা সমিতি সমূহৰ মাজত দেখা গৈছে ব্যাপক ব্যস্ততা ৷

religious places will be opened from 8th june
পুনৰ আৰম্ভ হ'ব দেশৰ উপসনাস্থলী সমূহৰ কাম-কাজ

গুৱাহাটী , 7 জুনঃ বিগত আঢ়ৈ মাহজুৰি সমগ্ৰ দেশজুৰি লকডাউন বলবৎ হৈ থকাৰ ফলত আন আন অনুষ্ঠান প্ৰতিষ্ঠান সমূহৰ লগতে বন্ধ হৈ আছিল দেশৰ ধৰ্মীয় উপাসনাস্থলীসমূহো ৷ আঢ়ৈ মাহৰ বিৰতিৰ পাছত ৮ জুনৰ পৰা দেশৰ ধৰ্মীয় উপাসনাস্থলীসমূহ দৰ্শনাৰ্থী তথা ভক্ত সকলৰ বাবে পুনৰ মুকলি কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে ৷ উল্লেখযোগ্য যে , গুৱাহাটীত আছে প্ৰায় ২০০ ৰো অধিক সৰু বৰ উপাসনা স্থলী য'ত দৈনিক হাজাৰ হাজাৰ ভক্তপ্ৰাণ ৰাইজ সমবেত হয় ।

কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তৰ পাছতেই ব্যস্ত হৈ পৰিছে উপাসনাস্থলী সমূহৰ পৰিচালনা সমিতি সমূহ ৷ সোমবাৰৰ পৰা উপাসনাস্থলী সমূহ মুকলি কৰি দিয়াৰ সিদ্ধআন্তক লৈ সন্তোষ প্ৰকাশ কৰিছে ভক্তপ্ৰাণ ৰাইজে ৷ কিন্তু সকলো উপাসনা স্থলীতে সামাজিক দূৰত্ব মানি চলা , চেনিটাইজ, থাৰ্মনেল আদিৰে স্কেন কৰাৰ বাবে কঠোৰ নিৰ্দেশ দিছে কেন্দ্ৰীয় চৰকাৰে ৷ চৰকাৰী নিৰ্দেশ অমান্য কৰিলেই পুনৰ বন্ধ কৰি দিয়া হ'ব উপাসনা স্থলীসমূহ ৷

লগতে পঢ়কঃষ্টাৰ্ট আপৰ সফলতাৰ বুজ ল'লে মুখ্যমন্ত্ৰী সোণোৱালে

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.