ETV Bharat / state

পশ্চিমবংগৰ বিধায়কৰ মৃত্যু সন্দৰ্ভত চিবিআইৰ তদন্তৰ দাবী ৰঞ্জিত দাসৰ - দেবেন্দ্ৰ নাথ ৰয়

এখন ৰাজ্যৰ এজন বিধায়কক যদি কেৱল বিৰোধী দলৰ বিধায়ক হোৱাৰ বাবেই হত্যা কৰা হয় তথা পৰিকল্পিতভাৱে হত্যা কৰি আত্মহত্যাৰ ৰূপ দিবলৈ চেষ্টা কৰা হয় তেন্তে তেনে ৰাজ্যত এজন সাধাৰণ নাগৰিকৰ জীৱনৰ নিৰাপত্তা ক'ত ? -ৰঞ্জিত দাস

পশ্চিমবংগৰ বিধায়কৰ মৃত্যু সন্দৰ্ভত চিবিআইৰ তদন্তৰ দাবী ৰঞ্জিত দাসৰ

author img

By

Published : Jul 17, 2020, 9:23 PM IST

Updated : Jul 18, 2020, 8:46 AM IST

নিউজ ডেস্ক, 17 জুলাইঃ পশ্চিমবংগৰ ভাৰতীয় জনতা পাৰ্টিৰ বিধায়ক দেবেন্দ্ৰ নাথ ৰয়ৰ ডাঙৰীয়াৰ ৰহস্যজনক মৃত্যুৰ তথা পৰিকল্পিতভাৱে হত্যা কৰি আত্মহত্যাৰ ৰূপ দিবলৈ চেষ্টা কৰা ঘটনাৰ বাবে ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সভাপতি ৰণজিৎ কুমাৰ দাসে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক চি বি আইৰ তদন্তৰ বাবে অনুৰোধ জনায় ৷

এখন ৰাজ্যৰ এজন বিধায়কক যদি কেৱল বিৰোধী দলৰ বিধায়ক হোৱাৰ বাবেই হত্যা কৰা হয় তথা পৰিকল্পিতভাৱে হত্যা কৰি আত্মহত্যাৰ ৰূপ দিবলৈ চেষ্টা কৰা হয় তেন্তে তেনে ৰাজ্যত এজন সাধাৰণ নাগৰিকৰ জীৱনৰ নিৰাপত্তা ক'ত ? এজন সাধাৰণ নাগৰিকে তেনে ৰাজ্যত সুনিশ্চিত জীৱনৰ নিৰাপত্তা কেনেকৈ লাভ কৰিব ? এইদৰে প্ৰশ্ন উত্থাপন কৰে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে ৷

বিধায়ক গৰাকীৰ হত্যাৰ উচিত তদন্ত কামনা কৰিছো আৰু দোষীয়ে কঠোৰ শাস্তি পোৱাৰ কামনা কৰা লগতে বিধায়ক গৰাকীৰ আমাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে ৷

লগতে চাওকঃ কলিয়াবৰৰ ৰাজপথলৈ ওলাই আহিল গঁড়

Last Updated : Jul 18, 2020, 8:46 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.