ETV Bharat / state

সংখ্যালঘু ছাত্ৰ বৃত্তিৰ নামত সংঘটিত কেলেংকাৰীৰ বিৰুদ্ধে সৰৱ মমিনুল আৱাল - সংখ্যালঘু ছাত্ৰ বৃত্তিৰ নামত সংঘটিত কেলেংকাৰীৰ বিৰুদ্ধে সৰৱ মমিনুল আৱাল

মহানগৰীত শুকুৰবাৰে এক সংবাদমেল সম্বোধন কৰে সংখ্যালঘু ব’ৰ্ডৰ অধ্যক্ষ মমিনুল আৱালে ৷ আৱালে সংখ্যালঘু ছাত্ৰ বৃত্তিৰ নামত সংঘটিত হোৱা কেলেংকাৰীৰ প্ৰসংগত সৰৱ হৈ পৰে ৷ এই বৃত্তিৰ নামত ৰাজ্যত 501 কোটি 44 লাখ টকাৰ অনিয়ম সংঘটিত হৈছে ৷

Pressmeet of Mominul Awal guwahati assam etv bharat news
মমিনুল আৱালৰ সংবাদমেল
author img

By

Published : Aug 28, 2020, 6:42 PM IST

গুৱাহাটী,28 আগষ্ট: অসম সংখ্যালঘু উন্নয়ন ব’ৰ্ডৰ মহানগৰীৰ গণেশগুৰিস্থিত কাৰ্যালয়ত শুকুৰবাৰে এক সংবাদমেল সম্বোধন কৰে মমিনুল আৱালে ৷ আৱালে সংবাদমেলখনৰ জৰিয়তে সংখ্যালঘু ছাত্ৰ বৃত্তিৰ নামত সংঘটিত হোৱা কেলেংকাৰীৰ প্ৰসংগত সৰৱ হৈ পৰে ৷ এই বৃত্তিৰ নামত ৰাজ্যত 501 কোটি 44 লাখ টকাৰ অনিয়ম সংঘটিত হৈছে ৷ ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহৰ প্ৰধান শিক্ষকসকলে এই দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰে আৱালে ৷

মমিনুল আৱালৰ সংবাদমেল

উল্লেখ্য যে,চিআইডি-য়ে এই বিষয়ৰ তদন্ত কৰাৰ পিছতে নগাঁৱত এই বিষয়ত জড়িত থকাৰ সন্দেহত দুগৰাকী ব্যক্তিক কৰায়ত্ত কৰা হৈছে ৷ শুকুৰবাৰে সংখ্যালঘু উন্নয়ন ব’ৰ্ডৰ দুগৰাকী কৰ্মচাৰীক বিষয় সন্দৰ্ভত সোধ-পোছৰ বাবে আটক কৰা হৈছে ৷

লগতে চাওকঃ এবছৰ পূৰ্ণ হোৱাৰ দিশে এনআৰচিৰ চূড়ান্ত তালিকাৰ প্ৰকাশ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.