ETV Bharat / state

এজন বিষয়াৰ বিদায় আৰু বিষয়া-কৰ্মচাৰীৰ চকুত চকুপানী!

author img

By

Published : Nov 12, 2019, 3:16 PM IST

Updated : Nov 12, 2019, 9:04 PM IST

এনআৰচিৰ প্ৰাক্তন সমন্বয়ক প্ৰতীক হাজেলাই বিদায় মাগিলে অসমৰ পৰা ৷

কান্দোৰত বিষয়া-কৰ্মচাৰী

গুৱাহাটী, 12 অক্টোবৰঃ আজি অসমৰ পৰা বিদায় মাগিলে এনআৰচিৰ প্ৰাক্তন সমন্বয়ক প্ৰতীক হাজেলাই ৷ ২৩ বছৰ অসমত থকাৰ পাচত আজি নিজ চহৰ মধ্য প্ৰদেশলৈ উৰা মাৰিলে বিষয়াগৰাকীয়ে ৷

অসমৰ পৰা বিদায় মাগিলে এনআৰচিৰ প্ৰাক্তন সমন্বয়ক প্ৰতীক হাজেলাই

গুৱাহাটী, 12 অক্টোবৰঃ আজি অসমৰ পৰা বিদায় মাগিলে এনআৰচিৰ প্ৰাক্তন সমন্বয়ক প্ৰতীক হাজেলাই ৷ ২৩ বছৰ অসমত থকাৰ পাচত আজি নিজ চহৰ মধ্য প্ৰদেশলৈ উৰা মাৰিলে বিষয়াগৰাকীয়ে ৷

অসমৰ পৰা বিদায় মাগিলে এনআৰচিৰ প্ৰাক্তন সমন্বয়ক প্ৰতীক হাজেলাই
Intro:অসমৰ পৰা বিদায় ললে NRC প্ৰধান প্ৰতীক হাজেলাBody:Ocvo...অশ্ৰুসিক্ত নয়নেৰে বিদায জনালে প্ৰতীক হাজেলাক । অসমৰ পৰা বিদায় ললে NRC প্ৰধান প্ৰতীক হাজেলা । ২৩ বছৰ অসমত থাকি বিমান যোগে অসমৰ পৰা বদলি হৈ মধ্যপ্ৰদেশলৈ যাত্ৰা কৰে হাজেলাই । বৰঝাৰ বিমানবন্দৰত বিদায় সম্বৰ্ধনা জনাই শুভকাংশি তথা NRC বিষয়া কৰ্মচাৰী সকলে । বিদায় সময়ত বিমানবন্দৰত আবেগিক হৈ পৰে NRC বিষয়া কৰ্মচাৰী সকলে । অসম বাসীক স্মৰণ আৰু ধন্যবাদ জনালে হাজেলাই । ৩বছৰ পিছত আকৌ উভতি আহিব প্ৰতীক হাজেলাই অসমলৈ বুলি । উল্লেখ্য যে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশমৰ্মে হাজেলাক এন আৰ চিৰ দায়িত্বৰ পৰা অব্যাহতি দিয়াৰ উপৰি মধ্য প্ৰদেশলৈ বদলি কৰা হৈছে । হাজেলাৰ জীৱনৰ প্ৰতি ভাবুকি অহা বুলি আৰ্জি পোৱাৰ পিছত উচ্চতম ন্যায়লয়ে দিছিল এই নিৰ্দেশ । প্ৰতীক হাজেলাৰ নেতৃত্বতে অসমত এন আৰ চিৰ সম্পূৰ্ণ তালিকা প্ৰকাশ হৈছিল যোৱা ৩১ আগষ্টত । অৱশ্যে এই তালিকাক লৈ বিভিন্ন পক্ষই বিভিন্ন প্ৰশ্ন উত্থাপন কৰি আহিছে । Conclusion:অসমৰ পৰা বিদায় লোৱাৰ সময়ত অসমত বহুতো স্মৃতি জড়িত হৈ থকা বুলি মন্তব্য কৰে ।

Bite..প্ৰতীক হাজেলা ।




দক্ষিণ কামৰূপ/আজাৰা পৰা অজয় দাস,etv bharat assam



Last Updated : Nov 12, 2019, 9:04 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.