আদালতলৈ নিয়াৰ সময়ত বিস্ফোৰক ভাষ্য আলোচনা পন্থী আলফা নেতা প্ৰাণময় ৰাজগুৰুৰ-
- "মই সংগ্ৰামৰ লগত জড়িত"
- "এই সংগ্ৰাম অব্যাহত থাকিব"
- "মোৰ দেশ, মোৰ জাতি, মোৰ স্বাভিমান"
- "অসম কেতিয়াও ভাৰতৰ অংগ নহয় আৰু হ'ব নিদিও"
- "দেশক ভাল পোৱা কেতিয়াও অপৰাধ নহয়"
- "আৰু সেইয়া যদি অপৰাধ তেন্তে মই অপৰাধী"
- "সংগ্ৰামৰ লগত মই জড়িত, বিস্ফোৰণৰ লগত নহয়"
- "ঘৰত উদ্ধাৰ হোৱা সেইয়া কোনো বিস্ফোৰক নহয়"