ETV Bharat / state

এফালে প্ৰতিবাদ আনফালে জাপান-ভাৰতৰ প্ৰধানমন্ত্ৰীক আদৰাৰ প্ৰস্তুতি চৰকাৰৰ

author img

By

Published : Dec 12, 2019, 12:21 AM IST

১৫ ডিচেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীলৈ আহিব জাপানৰ প্ৰধানমন্ত্ৰী শ্বিনজ' আবে আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । এফালে ৰাজ্য জুৰি দাউদাউকৈ জ্বলিছে "কেব" বিৰোধী প্ৰতিবাদৰ জুই আনফালে এই প্ৰতিবাদক আংগুষ্ঠ প্ৰদৰ্শন কৰি ৰাজ্য চৰকাৰে চলাইছে জাপান আৰু ভাৰতৰ প্ৰধানমন্ত্ৰীদ্বয়ক আদৰাৰ জোৰদাৰ প্ৰস্তুতি ৷

one side protest and another side assam governmrnt impress to japan PM
এফালে প্ৰতিবাদ আনফালে জাপান-ভাৰতৰ প্ৰধানমন্ত্ৰীক আদৰাৰ প্ৰস্তুতি

গুৱাহাটী, ১১ ডিচেম্বৰ: এফালে ৰাজ্যজুৰি দাউদাউকৈ জ্বলিছে "কেব" বিৰোধী প্ৰতিবাদৰ জুই আনফালে এই প্ৰতিবাদক আংগুষ্ঠ প্ৰদৰ্শন কৰি ৰাজ্য চৰকাৰে চলাইছে জাপান আৰু ভাৰতৰ প্ৰধানমন্ত্ৰীদ্বয়ক আদৰাৰ ব্যাপক প্ৰস্তুতি । ১৫ ডিচেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীলৈ আহিব জাপানৰ প্ৰধানমন্ত্ৰী শ্বিনজ' আবে আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ।

১৫ আৰু ১৬ ডিচেম্বৰত গুৱাহাটীত অনুষ্ঠিত হ'বলগীয়া ভাৰত-জাপান সন্মিলনত ভাগ ল'বলৈ আহিব দুয়ো দেশৰ প্ৰধানমন্ত্ৰী দুগৰাকী । ইতিমধ্যে দুয়োকে আদৰিবলৈ ৰাজ্য চৰকাৰে গুৱাহাটী মহানগৰীৰ বিভিন্ন অঞ্চল আলোকসজ্জা, ৰং-চুণেৰে সজাই তুলিছে যদিও আজি জি এছ ৰোডত অগনন প্ৰতিবাদকাৰীয়ে চৰকাৰৰ এই আয়োজনত চেঁচা পানী ঢালে ।

বিশেষকৈ জি এছ ৰোডৰ দুয়োপাৰে প্ৰধানমন্ত্ৰীদ্বয়ক বিভিন্ন নৃত্য-গীতেৰে আদৰিবলৈ চৰকাৰে সাজিছিল কেইবাখনো অস্থায়ী মঞ্চ । প্ৰতিবাদকাৰীয়ে বুধবাৰে ইয়াৰে বেছিভাগ মঞ্চই ভাঙি চুৰমাৰ কৰে । কেৱল সিমানেই নহয়, পথৰ দুয়োকাষৰ নতুনকৈ ৰং দিয়া দেৱালতো লিখা হয় "কেব" বিৰোধী শ্ল'গান ।

এফালে প্ৰতিবাদ আনফালে জাপান-ভাৰতৰ প্ৰধানমন্ত্ৰীক আদৰাৰ প্ৰস্তুতি

আৰু পঢ়ক : ৰাজ্য সভাৰ মজিয়াত মাজুলীক অপমান বিজেপি সাংসদ

Intro:গুৱাহাটী, ১১ ডিচেম্বৰ: এফালে ৰাজ্য জুৰি দাউদাউকৈ জ্বলিছে "কেব" বিৰোধী প্ৰতিবাদৰ জুই আনফালে এই প্ৰতিবাদক আংগুষ্ঠ প্ৰদৰ্শন কৰি ৰাজ্য চৰকাৰে চলাইছে জাপান আৰু ভাৰতৰ প্ৰধানমন্ত্ৰীদ্বয়ক আদৰাৰ জোৰদাৰ প্ৰস্তুতি । ১৫ ডিচেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীলৈ আহিব জাপানৰ প্ৰধানমন্ত্ৰী শ্বিনজ' আবে আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ।

Body:১৫ আৰু ১৬ ডিচেম্বৰত গুৱাহাটীত অনুষ্ঠিত হবলগীয়া ভাৰত-জাপান সন্মিলনত ভাগ লবলৈ আহিব দুয়ো দেশৰ প্ৰধানমন্ত্ৰী দুগৰাকী । ইতিমধ্যে দুয়োকে আদৰিবলৈ ৰাজ্য চৰকাৰে গুৱাহাটী মহানগৰীৰ বিভিন্ন অঞ্চল আলোকসজ্জা, ৰং-চুণেৰে সজাই তুলিছে যদিও আজি জি এছ ৰোডত অগনন প্ৰতিবাদকাৰীয়ে চৰকাৰৰ এই আয়োজনত চেচা পানী ঢালে ।

Conclusion:বিশেষকৈ জি এছ ৰোডৰ দুয়োপাৰে প্ৰধানমন্ত্ৰীদ্বয়ক বিভিন্ন নৃত্য-গীতেৰে আদৰিবলৈ চৰকাৰে সাজিছিল কেইবাখনো অস্থায়ী মঞ্চ । প্ৰতিবাদকাৰীয়ে আজি ইয়াৰে বেছিভাগ মঞ্চই ভাঙি চুচুৰ্মৈ কৰে । কেৱল সিমানেই নহয়, ৰাষ্টাৰ দুয়োকাষৰ নতুনকৈ ৰং দিয়া দেৱালতো লিখা হয় "কেব" বিৰোধী শ্ল'গান ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.