ETV Bharat / state

কবি নীলমণি ফুকনলৈ ডিব্ৰুগড় বিশ্ববিদ্য়ালয়ৰ ‘ডি লিট’ ডিগ্ৰী - assam news

ডিব্ৰুগড় বিশ্ববিদ্যালয়ে প্ৰদান কৰে সন্মানীয় ‘ডি লিট’ ডিগ্ৰী ৷ সোমবাৰে কবিগৰাকীৰ মালিগাঁৱস্থিত বাসগৃহত উপস্থিত হৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ৰঞ্জিত তামুলী আৰু পঞ্জীয়ক ড0 হৰি চন্দ্ৰ মহন্তই ‘ডি লিট’ প্ৰদান কৰে ৷

কবি নীলমণি ফুকনলৈ ‘ডি লিট’ ডিগ্ৰী
author img

By

Published : Aug 19, 2019, 10:36 PM IST

গুৱাহাটী, 19 আগষ্টঃ যশস্বী কবি, কলা সমালোচক, শিক্ষাবিদ নীলমণি ফুকনক ‘ডি লিট’ ডিগ্ৰী প্ৰদান ৷ ডিব্ৰুগড় বিশ্ববিদ্যালয়ে প্ৰদান কৰে সন্মানীয় ‘ডি লিট’ ডিগ্ৰী ৷ সোমবাৰে কবিগৰাকীৰ মালিগাঁৱস্থিত বাসগৃহত উপস্থিত হৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ৰঞ্জিত তামুলী আৰু পঞ্জীয়ক ড0 হৰি চন্দ্ৰ মহন্তই ‘ডি লিট’ প্ৰদান কৰে । বিশিষ্ট কবিগৰাকীক ইয়াৰ পূৰ্বে সাহিত্য একাডেমীয়ে প্ৰদান কৰা দেশৰ অন্যতম সৰ্বোচ্চ সাহিত্য সন্মান সাহিত্য একাডেমী ফেল’শ্বিপ লাভ কৰে ৷ লগতে অসম সাহিত্য সভাই তেঁওক ‘অসমৰ জাতীয় কবি’ৰ মৰ্যাদা প্ৰদান কৰে ৷

আনহাতে, ‘ডি লিট’ সন্মান গ্ৰহণৰ পাচত বিশিষ্ট কবি নীলমণি ফুকনে কয়, “মৈত্ৰী, মমতা, মনুষ্যত্ব, সত্য, সৌন্দৰ্য, মানৱতাৰ সাধনাই কবিৰ চানেকী৷ এজন কবিৰ কাৰণে সৃষ্টিৰ অমল আনন্দৰ সমান কোনো পুৰস্কাৰ বা সন্মান হ’ব নোৱাৰে৷”

Intro:যশস্বী কবি, কলা সমালোচক, শিক্ষাবিদ নীলমণি ফুকনক ডিব্ৰুগড় বিশ্ববিদ্যালয়ে সন্মানীয় ‘ডি লিট’ ডিগ্ৰী প্ৰদান কৰে৷ সোমবাৰে পুৱাই কবিগৰাকীৰ মালিগাঁওস্থিত বাসগৃহত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ৰঞ্জিত তামুলী আৰু পঞ্জীয়ক ড০ হৰি চন্দ্ৰ মহন্তই ‘ডি লিট’ প্ৰদান কৰে। বিশিষ্ট কবিগৰাকীয়ে ইয়াৰ পূৰ্বে সাহিত্য একাডেমীয়ে প্ৰদান কৰা দেশৰ অন্যতম সৰ্বোচ্চ সাহিত্য সন্মান সাহিত্য একাডেমী ফেল’শ্বিপ লাভ কৰাৰ লগতে অসম সাহিত্য সভাই তেঁওক ‘অসমৰ জাতীয় কবি’ৰ মৰ্যাদা প্ৰদান কৰিছিল৷ এই সন্মান গ্ৰহণৰ পিছত বিশিষ্ট কবি নীলমণি ফুকনে কয়, “মৈত্ৰী, মমতা, মনুষ্যত্ব, সত্য, সৌন্দৰ্য, মানৱতাৰ সাধনাইতো কবিৰ চানেকী৷ এজন কবিৰ কাৰণে সৃষ্টিৰ অমল আনন্দৰ সমান কোনো পুৰস্কাৰ বা সন্মান হ’ব নোৱাৰে৷” Body:Hirul Haque Conclusion:Guwahati
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.