ETV Bharat / state

উত্তৰ পূৱ সীমান্ত ৰে'লৱেৰ অভিৱৰ্তন

বৃহস্পতিবাৰে মহানগৰীৰ মালিগাঁওস্থিত উত্তৰ-পূৱ ৰে'লৱেৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হয় ৰে'ল বিভাগৰ অভিৱৰ্তন।

author img

By

Published : Apr 12, 2019, 5:34 AM IST

উত্তৰ পূৱ সীমান্ত ৰে'লৱেৰ অভিৱৰ্তন

গুৱাহাটী, 12 এপ্ৰিল: ৰে'ল বিভাগৰ বিভিন্ন সমস্যা তথা এবছৰীয়া কৰ্মৰাজি আলোচনা কৰাৰ বাবে প্ৰতিবছৰে আয়োজন কৰা হয় এই অভিৱৰ্তনৰ। অভিৱৰ্তনত ৰে'লৰ বিভিন্ন বিভাগৰ উচ্চপদস্থ বিষয়া আৰু মহা প্ৰৱন্ধকৰ উপস্থিত থাকে। বিভাগটোৱে পৰৱৰ্তী সময়চোৱাত কেনেধৰণে আগবাঢ়ি যাব অভিৱৰ্তনত এই সন্দৰ্ভত বিতংভাৱে আলোচনা কৰা হয়। ৰে'ল বিভাগৰ কৰ্মচাৰীসকলক উৎসাহ যোগোৱাৰ উদ্দেশ্যে বহুকেইটা শিতানত প্ৰদান কৰা হয় বঁটা।

ৰে'ল বিভাগৰ বিভিন্ন সমস্যা তথা এবছৰীয়া কৰ্মৰাজি আলোচনা কৰাৰ বাবে প্ৰতিবছৰে আয়োজন কৰা হয় এই অভিৱৰ্তনৰ। অভিৱৰ্তনত ৰে'লৰ বিভিন্ন বিভাগৰ উচ্চপদস্থ বিষয়া আৰু মহা প্ৰৱন্ধকৰ উপস্থিত থাকে। বিভাগটোৱে পৰৱৰ্তী সময়চোৱাত কেনেধৰণে আগবাঢ়ি যাব অভিৱৰ্তনত এই সন্দৰ্ভত বিতংভাৱে আলোচনা কৰা হয়। ৰে'ল বিভাগৰ কৰ্মচাৰীসকলক উৎসাহ যোগোৱাৰ উদ্দেশ্যে বহুকেইটা শিতানত প্ৰদান কৰা হয় বঁটা।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.