ETV Bharat / state

নিউ গুৱাহাটীৰ MANO MOTORS ত অগ্নিকাণ্ড

author img

By

Published : Jan 21, 2021, 7:38 AM IST

Updated : Jan 21, 2021, 8:18 AM IST

MANO MOTORS Works মাৰুটিৰ চাৰ্ভিছ চেণ্টাৰ দ্বিতীয় মহলাত সংঘটিত হয় এই অগ্নিকাণ্ড । শ্বৰ্ট চাৰ্কিটৰ ফলতে এই ঘটনা অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি জানিব পৰা গৈছে ।

নিউ গুৱাহাটীৰ MANO MOTORS ত অগ্নিকাণ্ড
নিউ গুৱাহাটীৰ MANO MOTORS ত অগ্নিকাণ্ড

গুৱাহাটী,21 জানুৱাৰীঃ বুধবাৰে নিশা নিউ গুৱাহাটীৰ MANO MOTORত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় ৷ MANO MOTORS Works মাৰুটিৰ চাৰ্ভিছ চেণ্টাৰ দ্বিতীয় মহলাত সংঘটিত হয় এই অগ্নিকাণ্ড । শ্বৰ্ট চাৰ্কিটৰ ফলতে এই ঘটনা অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি জানিব পৰা গৈছে । ইপিনে অগ্নিকাণ্ডৰ ফলত কেইবাখনো বাহন জুইত জাহ যায় ৷ ঘটনাস্থলীত আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীৰ কেইবাখনো বাহন উপস্থিত হৈ জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় ৷

নিউ গুৱাহাটীৰ MANO MOTORS ত অগ্নিকাণ্ড

জানিব পৰা মতে,MANO MOTORSৰ দ্বিতীয় মহলাটোত প্ৰায় 12 খন কৈ চাৰিচকীয়া বাহন আছিল । অগ্নিকাণ্ডৰ ফলত প্ৰায় 30 লক্ষাধিক টকাৰ গাড়ীৰ লগতে জুইত ভস্মীভূত বহু গুৰুত্বপূৰ্ণ নথি পত্ৰ ৷ সৌভাগ্য ক্ৰমে প্ৰাণ ৰক্ষা পৰে প্ৰতিষ্ঠানটোত কৰ্মৰত কৰ্মচাৰীৰ।

লগতে পঢ়কঃ মন্ত্ৰী হিমন্তক উভতি ধৰিলে বিধায়ক নজৰুল হকে

Last Updated : Jan 21, 2021, 8:18 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.