গুৱাহাটী, 6 মাৰ্চ : পাহাৰীয়া ৰাজ্য মেঘালয়ত বিজেপিক লগত লৈ চৰকাৰ গঠন কৰা কনৰাড চাংমাৰ ৰাজনৈতিক দল এন পি পি অগ্ৰসৰ হৈছে উত্তৰ-পূৱৰ প্ৰধান আঞ্চলিক ৰাজনৈতিক দল হোৱাৰ দিশে । মেঘালয়ৰ লগতে অৰুণাচল প্ৰদেশ, মণিপুৰ, মিজৰাম আৰু নাগালেণ্ডৰ পাচত এইবাৰ অসমৰ দিশে অগ্ৰসৰ হৈছে এন পি পি । বুধবাৰে গণেশগুৰিৰ গণেশ মন্দিৰ উদ্যানত এন পি পিয়ে আৰম্ভ কৰিলে এন পি পিৰ অসম শাখা । মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ উপস্থিতি এন পি পিৰ অসম শাখাৰ মুকলি অনুষ্ঠানত দলটোৰ অসম শাখাৰ বিভিন্ন পদৰ প্ৰাৰ্থীসকলক নিযুক্তি পত্ৰ প্ৰদান কৰা হয় ।
উত্তৰ-পূৱৰ প্ৰধান আঞ্চলিক ৰাজনৈতিক দল হোৱাৰ পথত এন পি পি - গুৱাহাটী
উত্তৰ-পূৱৰ 25টা লোকসভা সমষ্টিতে প্ৰাৰ্থী প্ৰদান কৰিব এন পি পিয়ে
গুৱাহাটী, 6 মাৰ্চ : পাহাৰীয়া ৰাজ্য মেঘালয়ত বিজেপিক লগত লৈ চৰকাৰ গঠন কৰা কনৰাড চাংমাৰ ৰাজনৈতিক দল এন পি পি অগ্ৰসৰ হৈছে উত্তৰ-পূৱৰ প্ৰধান আঞ্চলিক ৰাজনৈতিক দল হোৱাৰ দিশে । মেঘালয়ৰ লগতে অৰুণাচল প্ৰদেশ, মণিপুৰ, মিজৰাম আৰু নাগালেণ্ডৰ পাচত এইবাৰ অসমৰ দিশে অগ্ৰসৰ হৈছে এন পি পি । বুধবাৰে গণেশগুৰিৰ গণেশ মন্দিৰ উদ্যানত এন পি পিয়ে আৰম্ভ কৰিলে এন পি পিৰ অসম শাখা । মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ উপস্থিতি এন পি পিৰ অসম শাখাৰ মুকলি অনুষ্ঠানত দলটোৰ অসম শাখাৰ বিভিন্ন পদৰ প্ৰাৰ্থীসকলক নিযুক্তি পত্ৰ প্ৰদান কৰা হয় ।
Body:পাহাৰীয়া ৰাজ্য মেঘালয়ত বিজেপিক লগত লৈ চৰকাৰ গঠন কৰা কনৰাড চাংমাৰ ৰাজনৈতিক দল এন পি পিয়ে অগ্ৰসৰ হৈছে উত্তৰ পূৱৰ প্ৰধান আঞ্চলিক ৰাজনৈতিক দল হোৱাৰ পথত। মেঘালয়ৰ লগতে অৰুণাচল প্ৰদেশ, মণিপুৰ, মিজৰাম আৰু নাগালেণ্ডৰ পিছত অসমৰ দিশে অগ্ৰসৰ হৈছে এন পি পি। বুধবাৰে গণেশগুৰিৰ গণেশ মন্দিৰ উদ্যানত এন পি পিয়ে আৰম্ভ কৰিলে এন পি পিৰ অসম শাখা। মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ উপস্থিতি এন পি পিৰ অসম শাখাৰ মুকলি অনুষ্ঠানত দলটোৰ অসম শাখাৰ বিভিন্ন পদৰ প্ৰাৰ্থী সকলক নিযুক্তি পত্ৰ প্ৰদান কৰা হয়। কিছুদিন পূৰ্বে অসম গণ পৰিষদ ত্যাগ কৰা দিলীপ বৰাক এন পি পিৰ অসম শাখাৰ সম্বনয়ক হিচাপে নিযুক্তি প্ৰদান কৰা হয়। বাইট : কনৰাড চাংমাৰ, মুখ্যমন্ত্ৰী, মেঘালয়
Conclusion:এন পি পিৰ অসম শাখা মুকলি কৰি এক সংবাদ মেলত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই সাংবাদিকক কয় যে উত্তৰ পূৱৰ বিভিন্ন সমস্যা আৰু দাবী ৰাষ্ট্ৰীয় পৰ্যায়ত এন পি পিয়ে উত্থাপন কৰিব। নাগৰিকত্ব সংশোধনী বিধেয়ক খনৰ বিৰোধিতা কৰা এনে পি পিয়ে উত্তৰ পূৱৰ সকলো ৰাজনৈতিক আৰু অৰাজনৈতিক দল সংগঠন সমূহক একগোট হৈ এই বিলখনৰ বিৰোধিতা কৰাৰ আহ্বান জনায়।