ETV Bharat / state

নৱবৰ্ষৰ প্ৰথমটো দিনতে বৃদ্ধি হ’ল গাখীৰৰ মূল্য

author img

By

Published : Jan 1, 2020, 9:29 PM IST

বৃহত্তৰ গুৱাহাটী গোপালক সংস্থাই 1 জানুৱাৰীৰ পৰা প্ৰতি লিটাৰ গাখীৰত 3 টকাকৈ বৃদ্ধি পাব বুলি উল্লেখ কৰে ৷ গো-পালনৰ বাবে ব্যৱহৃত সামগ্রীৰ মূল্য বৃদ্ধি হোৱাৰ বাবে প্ৰতি লিটাৰ গাখীৰত 3 টকা মূল্য বৃদ্ধি কৰাৰ কথা জানিবলৈ দিয়ে বৃহত্তৰ গুৱাহাটী গো-পালক সংস্থাৰ কাৰ্যকাৰী সভাপতি দিৱাকৰ ঢাকালে।

Milk price increse in Guwahati
নৱবৰ্ষৰ প্ৰথমটো দিনতে বৃদ্ধি হ’ল গাখীৰৰ মূল্য

গুৱাহাটী, 1 জানুৱাৰীঃ নৱবৰ্ষৰ প্ৰথমটো দিনতে গুৱাহাটী মহানগৰবাসীৰ বাবে এটা বেয়া খবৰ ৷ 1 জানুৱাৰীৰ পৰা প্ৰতি লিটাৰ গাখীৰত বৃদ্ধি পাব 3 টকাকৈ ৷ বৃহত্তৰ গুৱাহাটী গোপালক সংস্থাই গ্ৰহণ কৰিছে এই সিদ্ধান্ত ৷ উল্লেখ্য যে পূৰ্বে গাখীৰৰ খুঁটিত মূল্য আছিল 46 টকা আৰু 1 জানুৱাৰীৰ পৰা 3 টকা বৃদ্ধি কৰি 49 টকাত বিক্ৰী কৰা নিৰ্ধাৰিত কৰিছে গো-পালক সংস্থাই ৷ গো-পালনৰ বাবে ব্যৱহৃত সামগ্রীৰ মূল্য বৃদ্ধি হোৱাৰ বাবে প্ৰতি লিটাৰ গাখীৰত 3 টকা মূল্য বৃদ্ধি কৰাৰ কথা জানিবলৈ দিয়ে বৃহত্তৰ গুৱাহাটী গো-পালক সংস্থাৰ কাৰ্যকাৰী সভাপতি দিৱাকৰ ঢাকালে ৷

নৱবৰ্ষৰ প্ৰথমটো দিনতে বৃদ্ধি হ’ল গাখীৰৰ মূল্য

আনহাতে বৃহত্তৰ গুৱাহাটী দুগ্ধ ব্যৱসায়ী সংস্থাৰ সভাপতি পদম বছনেদোই উল্লেখ কৰে যে পূৰ্বে আমি গো-পালকৰ পৰা 46 টকা প্ৰতি লিটাৰত গাখীৰ ক্ৰয় কৰি হ’লচেলত 48.50 আৰু খুচুৰা মূল্যত 50 টকাত প্ৰতি লিটাৰত বিক্রী কৰিছিলো । আৰু 26 মাহৰ পিচত গো-পালকসকলে 3 টকাকৈ প্ৰতি লিটাৰত মূল্য বৃদ্ধি কৰিছে ৷ 1 জানুৱাৰী পৰা আমি হ‘লচেলত 51.50 আৰু খুচুৰা মূল্যত 54 টকাতকৈ বেছি প্ৰতি লিটাৰত বিক্রী কৰিম বুলি উল্লেখ কৰে।

আৰু পঢ়কঃ দৈজিঙত বছৰৰ অন্তিমটো দিন

Intro:গাখীৰত পহিলা জানুৱাৰী পৰা প্ৰতি লিটাৰ 3 টকাকৈ মূল্য বৃদ্ধি পাব

Body:নৱবৰ্ষৰ প্ৰথমটো দিনত গুৱাহাটী মহানগৰবাসীৰ বাবে বেয়া খবৰ। বৃহত্তৰ গুৱাহাটী গোপালক সংস্থাই 1 জানুৱাৰীৰ পৰা প্ৰতি লিটাৰত 3 টকা বৃদ্ধি কৰিছে। পূৰ্বে গাখীৰৰ খুটিৰ মূল্য আছিল 46 টকা আৰু 1 জানুৱাৰী পৰা 3 টকা বৃদ্ধি কৰি 49 টকাত বিক্ৰী কৰা নিৰ্ধাৰিত কৰিছে গো পালক সংস্থাই। গো পালনৰ বাবে ব্যৱহিত সামগ্রীৰ মূল্য বৃদ্ধি হোৱাৰ বাবে গাখীৰত প্ৰতি লিটাৰত 3 টকা মূল্য বৃদ্ধি কৰাৰ কথা জনেবিলৈ দিয়ে বৃহত্তৰ গুৱাহাটী গো পালক সংস্থাৰ কাৰ্য্যকৰী সভাপতি দিৱাকৰ ঢাকালে।

Bite ( Assamese and Hindi )

Conclusion:বৃহত্তৰ গুৱাহাটী গো পালক সংস্থাৰ তৰফৰ পৰা গাখীৰত প্ৰতি লিটাৰত 3 টকা মূল্য বৃদ্ধি কৰা সন্দৰ্ভত বৃহত্তৰ গুৱাহাটী দুগ্ধ ব্যৱসায়ী সংস্থাৰ সভাপতি পদম বছনেদ এ কয় যে পূৰ্বে আমি গো পালকৰ পৰা 46 টকা প্ৰতি লিটাৰত গাখীৰ ক্ৰয় কৰি হলচেলত 48.50 আৰু খুচুৰা মূল্যত 50 টকাত প্ৰতি লিটাৰত বিক্রী কৰিছিলোঁ । 26 মাহৰ পিচত গো পালক সকলে 3 টকাক প্ৰতি লিটাৰত মূল্য বৃদ্ধি কৰিছে 1 জানুৱাৰী পৰা আমি হলচেলত 51.50 আৰু খুচুৰা মূল্যত 54 টকাতকৈ বেছি প্ৰতি লিটাৰত বিক্রী কৰিম।

Bite পদম বছনেদ ( Assamese and Hindi )

Asrar Ansari
গুৱাহাটী
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.