ETV Bharat / state

মহানগৰীত পিঞ্জৰাবদ্ধ নাহৰফুটুকী

author img

By

Published : Mar 26, 2019, 9:43 PM IST

নাহৰফুটুকীৰ আক্ৰমণত আঘাতপ্ৰাপ্ত হৈ চিকিৎসাধীন ৪ গৰাকী লোক

মহানগৰীত পিঞ্জৰাবদ্ধ নাহৰফুটুকী

গুৱাহাটী, 26 মাৰ্চঃ গুৱাহাটী মহানগৰীত মঙলবাৰে পিঞ্জৰাবদ্ধ হয় এটা নাহৰফুটুকী ৷ নীলাচৰ পাহাৰত কৰায়ত্ব কৰা হ'লনাহৰফুটুকীটো ৷ কামাখ্যাৰ সুখেন প্ৰসাদৰ ঘৰত পুৱা ৮টা বজাত প্ৰৱেশ কৰিছিল নাহৰফুটুকীটোয়ে ৷ পাচত বন বিভাগৰ লোকক খবৰ দিয়াত বন বিভাগৰ লোক উপস্থিত হৈ পিঞ্জৰাত আৱদ্ধ কৰে বাঘটো ৷ বাঘটোক আবদ্ধ কৰিবলৈ 7 ঘণ্টাধৰি যুজিঁব লগীয়া হয় বন বিভাগৰ লোকে ৷ নাহৰফুটুকীটোক ট্ৰেংকুলাইছ কৰি ৰাজ্যিক চিৰিয়াখানালৈ লৈ যোৱা হয়৷

মহানগৰীত পিঞ্জৰাবদ্ধ নাহৰফুটুকী

উল্লেখ্য যে, নাহৰফুটুকীৰ আক্ৰমণত ৪ গৰাকীকৈ লোক আঘাতপ্ৰাপ্ত হৈ চিকিৎসাধীন হ'বলগীয়া হৈছে ৷

Slug: A_GHY_26MAR_801_LEOPARD TRANGULIZE_HIRUL

প্ৰায় ৭ঘন্টাজোৰা শ্বাসৰুদ্ধকৰ অভিযানৰ পিছত পিঞ্জৰাবদ্ধ হ'ল নাহৰফুটুকীটো। 

বন বিভাগৰ লোকে বহু প্ৰচেষ্টাৰ অন্তত ট্ৰেংকুলাইছ কৰে নাহৰফুটুকীটো।

কামাখ্যাৰ সুখেন প্ৰসাদৰ ঘৰত পুৱা ৮টা বজাত প্ৰৱেশ কৰিছিল নাহৰফুটুকীটো। 

নাহৰফুটুকীৰ আক্ৰমণত ৪ গৰাকীকৈ লোক আঘাতপ্ৰাপ্ত হৈ চিকিৎসাধীন। 

সম্প্ৰতি ট্ৰেংকুলাইছ কৰি ৰাজ্যিক চিৰিয়াখানালৈ যায় নাহৰফুটুকীটোক। 

Visual-FTP
(Hirul Haque/Guwahati) 
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.