ETV Bharat / state

উগ্ৰতাৰাৰ চুৰিকাণ্ডত ব্যৱহৃত বাহন উদ্ধাৰ - উগ্রতৰা মন্দিৰ

গাড়ীখন উদ্ধাৰ কৰিবলৈ সক্ষম হ'লেও এতিয়াও উদ্ধাৰ কৰিব পৰা নাই চুৰি কাৰ্যত ব্যৱহাৰ হোৱা এখন বাইক । লগতে জানিব পৰা মতে বিগ্ৰহৰ ত্ৰিশূল আৰু মুকুটটো উদ্ধাৰৰ বাবে অভিযান অব্যাহত ৰাখিছে লতাশিল থানাৰ আৰক্ষীয়ে ।

বিগ্ৰহ চুৰি কাৰ্যত ব্যৱহৃত গাড়ী উদ্ধাৰ লতাশিল আৰক্ষীৰ
author img

By

Published : May 5, 2019, 9:22 PM IST

গুৱাহাটী, ৫ মে': উগ্রতাৰা মন্দিৰৰ বিগ্ৰহ চুৰিত জড়িত চোৰকেইটাৰ পৰা ন-ন তথ্য উলিয়াবলৈ সক্ষম হৈছে আৰক্ষীয়ে । বিগ্ৰহ চুৰি কাৰ্যত ব্যৱহাৰ কৰা AS-01KC-3830 নম্বৰৰ গাড়ীখন দেওবাৰে লতাশিল আৰক্ষীয়ে মহানগৰীৰ পাঞ্জাবাৰীৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

বিগ্ৰহ চুৰি কাৰ্যত ব্যৱহৃত গাড়ী উদ্ধাৰ লতাশিল আৰক্ষীৰ

অৱশ্যে গাড়ীখন উদ্ধাৰ কৰিবলৈ সক্ষম হ'লেও এতিয়াও উদ্ধাৰ কৰিব পৰা নাই চুৰি কাৰ্যত ব্যৱহাৰ হোৱা এখন বাইক । লগতে জানিব পৰা মতে বিগ্ৰহৰ ত্ৰিশূল আৰু মুকুটটো উদ্ধাৰৰ বাবে অভিযান অব্যাহত ৰাখিছে লতাশিল থানাৰ আৰক্ষীয়ে ।

Intro:লতাশিল থানাৰ প্ৰশাসনৰ সফলতা। উগ্রতৰা মন্দিৰৰ বিগ্ৰহ চুৰিত জড়িত চোৰৰ পৰা এটা এটা কৈ তথ্য উলিয়াবলৈ সক্ষম হৈছে আৰক্ষীয়ে । বিগ্ৰহ চুৰি কাৰ্যত ব্যৱহাৰ কাৰ এখন গাড়ী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে লতাশিল থানাৰ আৰক্ষীয়ে । এটাৰ পিছত আন এটা তথ্য পোহৰলৈ আহি থকাৰ মাজতে আৰক্ষীয়ে কালি AS01KC3430 নামৰ গাড়ী খন ধৰিবলৈ সক্ষম হৈছে।

Body:আৰক্ষীৰ অভিযানত ন ন তথ্য পোহৰলৈ অহাৰ মাজতো এই অভিযানত আৰক্ষীয়ে উদ্ধাৰ কৰিব পৰা নাই চুৰি কাৰ্যত ব্যৱহাৰ হোৱা এখন বাইক। লগতে জানিব পৰা মতে বিগ্ৰহৰ ত্ৰিশূল আৰু মুকুট টো উদ্ধাৰৰ বাবে অব্যাহত আছে লতাশিল থানাৰ আৰক্ষীৰ অভিযান।

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.