গুৱাহাটী, 18 মে’: দিহিং পাটকাই অভয়াৰণ্যত কয়লা খননৰ অনুমতি দিয়া কাৰ্যত জাঙুৰ খাই উঠিছে কৃষক মুক্তি সংগ্ৰাম সমিতি । কেন্দ্ৰীয় চৰকাৰৰ এনে সিদ্ধান্তক কঠোৰ ভাষাৰে সমালোচনা কৰে সংগঠনটোৰ সভাপতি ৰাজু বৰাই ।
কৰ'ণাৰ ভয়াৱহতাৰ মাজতে এয়া অসম বিৰোধী কাৰ্য কোনো কাৰণতে গ্ৰহণযোগ্য নহয় বুলি উল্লেখ কৰে সভাপতিগৰাকীয়ে । এই সিদ্ধান্তৰ প্ৰত্যাহাৰ নকৰিলে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ।
লগতে পঢ়ক: