ETV Bharat / state

অপৰহণকাৰীৰ কবলৰ পৰা উদ্ধাৰ কণমানি চৰিফুল ইছলাম

এটা কণমানি শিশুক অপহৰণ কৰি পৰিয়ালক দাবী কৰিছিল 1 কোটি টকা । অক্টোবৰৰ ৭ তাৰিখে জালুকবাৰীৰ শৰাইঘাট নগৰত ঘৰৰ সন্মুখত খেলি থকা অৱস্থাত দুৰ্বৃত্তই লৈ গৈছিল কণমানি চৰিফুল ইছলামক ।

উদ্ধাৰ কণমানি চৰিফুল ইছলাম
author img

By

Published : Oct 21, 2019, 11:12 PM IST

গুৱাহাটী, 21 অক্টোবৰ: মহানগৰীত চাঞ্চল্যকৰ এক অপৰহণ কাণ্ড । এটা কণমানি শিশুক অপহৰণ কৰি পৰিয়ালক দাবী কৰিছিল 1 কোটি টকা । অক্টোবৰৰ ৭ তাৰিখে জালুকবাৰীৰ শৰাইঘাট নগৰত ঘৰৰ সন্মুখত খেলি থকা অৱস্থাত দুৰ্বৃত্তই লৈ গৈছিল কণমানি চৰিফুল ইছলামক । কণমানিটোৱে আৰক্ষীক জনোৱা অনুসৰি, এটা চাৰিজনীয়া দুৰ্বৃত্তৰ দলে চকুত কাপোৰ বান্ধি লৈ গৈছিল তেওঁক । মানকাচাৰৰ এটা ঘৰত ৰাখি মাৰধৰ কৰিছিল শিশুটোক । তাৰ পিছত দুৰ্বৃত্তৰ দলটোৱে পৰিয়ালৰ লোকক ধনদাবী কৰিছিল । এই সমগ্ৰ ঘটনা সন্দৰ্ভত জালুকবাৰী আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছিল পৰিয়ালটোৱে । আৰক্ষীয়ে পৰিয়ালৰ লোকৰ সহযোগত মানকাচাৰৰ ঘন জংঘলৰ পৰা উদ্ধাৰ কৰে শিশুটিক । কিন্তু ঘটনাস্থলীৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয় চাৰিজনীয়া দুৰ্বৃত্তৰ দলটো ।

Intro:মহানগৰীত চাঞ্চল্যকৰ এক অপৰহণ কাণ্ড। এটা কনমানি শিশুক অপহৰণ কৰি পৰিয়ালক দাবী কৰিছিল ১কোটি টকা। যোৱা ৭ তাৰিখে জালুকবাৰী শৰাইঘাট নগৰত ঘৰৰ সন্মুখত খেলি থকা অৱস্থাত দুৰ্বৃত্তই লৈ গৈছিল কণমানি চৰিফুল ইছলামক। কণমানিটোৱে আৰক্ষীক জনোৱা অনুসৰি এটা চাৰিজনীয়া দুৰ্বৃত্তৰ দলে চকুত কাপোৰ বান্ধি লৈ গৈছিল তেওঁক। মানকাচাৰৰ এটা ঘৰত ৰাখি মাৰধৰ কৰিছিল শিশুটোক। তাৰ পিছত দুৰ্বৃত্তৰ দলটোৱে পৰিয়ালৰ লোকক ধনদাবী কৰিছিল। এই সমগ্ৰ ঘটনা সন্দৰ্ভত জালুকবাৰী আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছিল পৰিয়ালটোৱে। আৰক্ষীয়ে পৰিয়ালৰ লোকৰ সহযোগত মানকাচাৰৰ ঘন জংঘলৰ পৰা উদ্ধাৰ কৰে শিশুটিক। কিন্তু ঘটনাস্থলীৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয় চাৰিজনীয়া দুৰ্বৃত্তৰ দলটো।Body:Hirul Haque Conclusion:Guwahati
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.