ETV Bharat / state

বিত্ত মন্ত্ৰীৰ বিত্তীয় বৰ্ষৰ আয়-ব্যয়ৰ সাময়িক খতিয়ান

বিত্ত মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ২০১৮-১৯ বিত্তীয় বৰ্ষৰ আয় ব্যয়ৰ সাময়িক খতিয়ান দাঙি ধৰিলে বিজেপি নেতা সুভাষ দত্ত আৰু জয়ন্ত মল্ল বৰুৱাই ৷ সোমবাৰে বিজেপিৰ হেঙেৰাবাৰীস্থিত মুখ্য কাৰ্যালয়ত সংবাদ মেল সম্বোধন কৰি খতিয়ান দাঙি ধৰে বিজেপি নেতাদুগৰাকীয়ে ৷ লগতে স্বাধীনতাৰ পিছত প্ৰথমবাৰলৈ 15 হাজাৰ কোটি বিত্তীয় বাজেটৰ খৰচ স্পৰ্শ কৰা বুলিও মন্তব্য কৰে সংবাদমেলত ৷

author img

By

Published : Jul 29, 2019, 11:10 PM IST

বিত্ত মন্ত্ৰীৰ বিত্তীয় বৰ্ষৰ আয়-ব্যয়ৰ সাময়িক খতিয়ান

সংবাদমেলত দাঙি ধৰা খতিয়ানসমূহ এনেধৰণৰ......

  1. পূৰ্বতে এনে ধৰণে বাজেট দাখিল কৰা খতিয়ান কোনো দলে দাঙি ধৰা নাছিল
  2. কিন্তু বিজেপি চৰকাৰ অহাৰ পৰা দ্বিতীয়বাৰৰ বাবে বাজেট দাখিলৰ খতিয়ান দাঙি ধৰা হৈছে
  3. কংগ্ৰেছৰ দিনত বিত্তীয় ব্যৱস্থা দুৰ্নীতিৰে ভৰি পৰিছিল
  4. বিজেপি চৰকাৰ অহাৰ পিছৰ পৰা সকলো সলনি হৈছে
  5. কংগ্ৰেছৰ সময়ত বিত্তীয় বাজেটৰ ব্যয় পৰিমাণ 13 হাজাৰ কোটি টকাৰ হিচাপ দিব পৰা নাছিল
  6. 2018-19 বৰ্ষত বি জে পি চৰকাৰৰ ব্যয় পৰিমাণ হৈছে 70658 কোটি টকা
  7. কংগ্ৰেছ চৰকাৰতকৈ বিজেপি চৰকাৰে বিত্তীয় বাজেটত 30 হাজাৰ কোটি টকা ব্যয় বৃদ্ধি কৰিছে
  8. বিজেপি চৰকাৰে 1,47,141 জন কৃষকৰ 25 শতাংশ ৰাজ সাহায্য আঁচনি ৰূপায়ণ কৰে
  9. বিজেপিৰ দিনতে এক হাজাৰ কাঠৰ দলঙৰ 604 খন দলং পকীকৰণৰ কাম আৰম্ভ হৈছে
  10. বিজেপি চৰকাৰৰ দিনতে বৃদ্ধ পেঞ্চন লাভ কৰিছে 1,15,511 গৰাকীয়ে
  11. বিজেপি চৰকাৰৰ দিনতে বিশেষভাৱে সক্ষম লোকসকললৈ আগবঢ়োৱা হয় 1 হাজাৰ টকা
  12. বিজেপি চৰকাৰৰ দিনতে কৰ্মৰত অৱস্থাত মৃত্যু হোৱা 1100 জন কৰ্মচাৰীলৈ সম্পূৰ্ণ দৰমহা প্ৰদান
  13. 11,158 জন বাগিচাৰ চৰ্দাৰে লাভ কৰে ম'বাইল ফোন
  14. তাৰোপৰি গাঁও অঞ্চলত নিৰ্মাণ কৰা হৈছে 1,084 হাজাৰ পকী ঘৰ

Intro:অসম বিধান সভাত বিত্ত মন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ২০১৮-১৯ বিত্তীয় বৰ্ষৰ আয় ব্যয়ৰ (সাময়িক ) খতিয়ান সম্পৰ্কীয় প্ৰতিবেদন সম্পৰ্কত ভাৰতীয় জনতা পাৰ্টীৰ হেঙেৰাবাৰী ৰ মুখ্য কাৰ্যলয়ত দলৰ পেনেলিষ্ট সুভাষ দত্ত আৰু জয়ন্ত মল্ল বৰুৱাৰ সংবাদমেল

Body:পূৰ্বতে এনে ধৰণে বাজেট দাখিল কৰা খতিয়ান কোনো দলে দাঙি ধৰা নাছিল

বি জে পি চৰকাৰ অহাৰ পৰা দ্বিতীয় বাৰৰ বাবে দাঙি ধৰিছে

কংগ্ৰেছৰ দিনত বিত্ত ব্যৱস্থা দুৰ্নীতিৰে ভৰি পৰিছিল

বি জে পি চৰকাৰ অহাৰ পিছৰ পৰা সলনি হৈছে

কংগ্ৰেছৰ সময়ত বিত্তীয় বাজেটৰ ব্যায় পৰিমাৰ 13 হাজাৰ কোটি টকাৰ হিচাপ দিব পৰা নাছিল

2018-19 বৰ্ষত বি জে পি চৰকাৰে ব্যায় পৰিমাণ হৈছে 70658 কোটি

আগৰ চৰকাৰে 40 বা 45 শতাংশহে খৰছ কৰিছিল

70 শতাংশ খৰছ কৰা হৈছে এইবাৰৰ বিত্তীয় বাজেটত

30 হাজাৰ কোটি টকা ব্যায় কংগ্ৰেছ চৰকাৰতকৈ বৃদ্ধি কৰিছে বি জে পি চৰকাৰে

1,47,141 জন কৃষকৰ 25 শতাংশ ৰাজ সাহায্য আঁচনি ৰূপায়ন কৰিবলৈ সক্ষম হৈছে

এক হাজাৰ কাঠৰ দলংৰ 604 খন দলং পকীকৰণ কাম আৰম্ভ হৈছে

নতুনকৈ দহ লাখ অন্তৰ্ভুক্ত হোৱা বৃদ্ধ বৃদ্ধাই বৃদ্ধ পেঞ্চন লাভ কৰিছে

1,15,511 জন শাৰীৰিক ভাবে বিশেষ সক্ষম লোকে এক হাজাৰ টকাকৈ লাভ কৰিবলৈ সক্ষম হৈছে বি জে পি চৰকাৰৰ দিনত

কৰ্মৰত অৱস্থাত মৃত্যুবৰণ কৰা 1100 জন কৰ্মচাৰী পৰিয়ালক সম্পূৰ্ণ দৰমহা দিয়া হৈছে

11,158 জন বাগিচাৰ চৰ্দাৰে মোবাইল ফোন লাভ কৰিছে

1,084 হাজাৰ ঘৰ নিৰ্মান কৰা হৈছে গাওঁ অঞ্চলত

Conclusion:জয়ন্ত মল্ল বৰুৱা- গ্ৰেছ চৰকাতকৈ আমাৰ দিনত বিত্ত ব্যৱস্থাত পৰিৱৰ্তন হৈছে

বিত্তীয় সংস্কাৰৰ আজি খতিয়ান এক উদাহৰণ

স্বাধীনতাৰ পিছত প্ৰথমবাৰলৈ 15 হাজাৰ কোটি বিত্তীয় বাজেটৰ খৰছ স্পৰ্শ কৰিলে মিত্ৰজোত চৰকাৰ

কেইবা বছৰমান পিছত আমি 100 শতাংশ খৰছ কৰিবলৈ সক্ষম হম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.