ETV Bharat / state

১৫ ডিচেম্বৰত গুৱাহাটীলৈ আহিব জাপানৰ প্ৰধানমন্ত্ৰী

১৫ আৰু ১৬ ডিচেম্বৰত গুৱাহাটীত অনুষ্ঠিত হ'ব ইণ্ডো-জাপান সন্মিলন । সেই চামিটত ভাগ ল'বলৈকে গুৱাহাটীলৈ আহি আছে জাপানৰ প্ৰধানমন্ত্ৰী গৰাকীৰ লগতে জাপান চৰকাৰৰ এটা বৃহৎ প্ৰতিনিধি দল

author img

By

Published : Dec 4, 2019, 1:42 PM IST

জাপানৰ প্ৰধানমন্ত্ৰী
১৫ ডিচেম্বৰত গুৱাহাটীলৈ আহিব জাপানৰ প্ৰধানমন্ত্ৰী

গুৱাহাটী, ৪ ডিচেম্বৰঃ ১৫ ডিচেম্বৰত দুদিনীয়া ভ্ৰমণসূচী লৈ গুৱাহাটীলৈ আহিব জাপানৰ প্ৰধানমন্ত্ৰী শ্বিনজ' আবে । ১৫ আৰু ১৬ ডিচেম্বৰত গুৱাহাটীত অনুষ্ঠিত হ'ব ইণ্ডো-জাপান সন্মিলন। সন্মিলনত ভাগ ল'বলৈ গুৱাহাটীলৈ আহি আছে জাপানৰ প্ৰধানমন্ত্ৰী গৰাকীৰ লগতে জাপান চৰকাৰৰ এটা বৃহৎ প্ৰতিনিধি দল । একে দিনাই অৰ্থাৎ ১৫ ডিচেম্বৰত দুদিনীয়া ভ্ৰমণসূচীলৈ ইণ্ডো-জাপান সন্মিলনত ভাগ ল'বলৈ বুলি গুৱাহাটীলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীও ।

যাৰ বাবে "কেব" বিৰোধী আন্দোলনত গুৱাহাটীকে ধৰি সমগ্ৰ ৰাজ্যজুৰি এক প্ৰকাৰৰ অস্থিৰ পৰিৱেশ সৃষ্টি হোৱাৰ সময়তে ৰাজধানী চহৰখনক নতুনকৈ চূণ-তেল সানি সজাই পৰাই তোলাৰ লগতে দুজনকৈ প্ৰধানমন্ত্ৰীৰ আদৰণিৰ ব্যৱস্থা কৰাত এতিয়া ভীষণ ব্যস্ত সোণোৱাল চৰকাৰ ।

লগতে পঢ়কঃনতুন দিল্লীত মুখ্যমন্ত্ৰী সোণোৱালক ক'লা পতাকা প্ৰদৰ্শন

Intro:গুৱাহাটী, ৪ ডিচেম্বৰঃ যি সময়ত " কেব " বিৰোধী আন্দোলনত গুৱাহাটীকে ধৰি সমগ্ৰ ৰাজ্য উত্তাল হৈ পৰিছে, একপ্ৰকাৰ অস্থিৰ হৈ উঠিছে জনজীৱন, সেই সময়তে ৰাজধানী চহৰখনক নতুনকৈ চূণ-তেল সানি সজাই পৰাই তোলাৰ আপ্ৰাণ চেষ্টা আৰম্ভ কৰিছে চৰকাৰে । Body:কিয়নো, ১৫ ডিচেম্বৰত দুদিনীয়া ভ্ৰমণসূচী লৈ গুৱাহাটীলৈ আহিব জাপানৰ প্ৰধানমন্ত্ৰী শ্বিনজ' আবে । ১৫ আৰু ১৬ ডিচেম্বৰত গুৱাহাটীত অনুষ্ঠিত হব ইণ্ডো-জাপান চামিট । সেই চামিটত ভাগ লবলৈকে গুৱাহাটীলৈ আহি আছে জাপানৰ প্ৰধানমন্ত্ৰী গৰাকীৰ লগতে জাপান চৰকাৰৰ এটা বৃহৎ প্ৰতিনিধি দল ।Conclusion:একে দিনাই অৰ্থাৎ ১৫ ডিচেম্বৰত দুদিনীয়া সূচী লৈ সেই চামিটত ভাগ লবলৈ বুলি গুৱাহাটীলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীও । গতিকে সাতে পাঁচে মিলি ৰাজ্য চৰকাৰৰ এতিয়া সীমাহীন ব্যস্ততা । এফালে " কেব " বিৰোধী আন্দোলন প্ৰতিহত কৰা আৰু আনফালে দুজনকৈ প্ৰধানমন্ত্ৰীৰ আদৰণিৰ ব্যৱস্থা কৰাত এতিয়া ভীষণ ব্যস্ত সোণোৱাল চৰকাৰ ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.