ETV Bharat / state

সৌভাগ্য আঁচনিৰ নামত পলাশবাৰীত বৃহৎ কেলেংকাৰী - ইটিভি ভাৰত

ধন আদায় দিলেহে আঁচনিৰ সুবিধা লাভ কৰে ৰাইজে

etv bharat
author img

By

Published : Feb 25, 2019, 11:39 AM IST

গুৱাহাটী, ২৫ ফেব্ৰুৱাৰী : শক্তি বিভাগৰ সৌভাগ্য আঁচনিয়ে নমাই আনিছে দুৰ্ভাগ্য। সৌভাগ্য আঁচনিৰ সুবিধা লাভাৰ্থে জনসাধাৰণে বিক্ৰী কৰিবলগীয়াত পৰিছে ভড়ালৰ ধান কিম্বা গোহালীৰ গৰু। কাৰণ ভেটি নিদিলে লাভ নকৰে আঁচনিৰ সুবিধা।

soubhagya scheme

দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টিৰ কালাপাৰী চৰ অঞ্চলৰ ৰাইজে লাভ কৰা নাই শক্তি বিভাগৰ সৌভাগ্য আঁচনিৰ সুবিধা। কাৰণ আঁচনি প্ৰদায়ী দালালক প্ৰদান কৰিবলৈ তেওঁলোকৰ হাতত নাই ধন। ৰাইজৰ অভিযোগৰ ভিত্তিত ইটিভি ভাৰতৰ সাংবাদিক উপস্থিত হৈছিল অঞ্চলটোত। তাৰ পাচতেই ওৰ ওলাল সমগ্ৰ ঘটনাৰ। চৰকাৰী আঁচনি চৰ অঞ্চলটোৰ লোকৰ কাষ চপাত হেঙাৰৰূপে থিয় দিছে একাংশ দালালে। সৌৰ চাকি আৰু চ'লাৰ প্লেট বিতৰণৰ নামত অঞ্চলটোৰ জনাসাধাৰণৰ পৰা দালালে সংগ্ৰহ কৰে ৩ হাজাৰ টকাকৈ। ইটিভি ভাৰতৰ সাংবাদিকক প্ৰত্যক্ষ কৰি পলায়ন কৰে জনৈক হুছেইন নামৰ দালালজনে। বিভাগীয় ঠিকাদাৰৰ লগতো মিতিৰালি কৰি জনৈক হুছেইনে আঁচনিৰ বৃহৎ পৰিমাণৰ ধন সৰকোৱা বুলি অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে।

CORRUPTION IN FREE ELECTRIFICATION 

ANCHOR - বিদ্যূত বিভাগৰ সৌভাগ্য আঁচনিয়ে নমাই আনিছে দূৰ্ভাগ্য৷ সৌভাগ্য আচঁনিয়ে লাভ কৰিবলৈ বিক্ৰী কৰিছে ভড়ালৰ ধান কিম্বা গোহালীৰ গৰু ৷ কাৰণ ভেটি নিদিলে নাপায় গ্ৰাহকে আচনি ৷ 

VOICE OVER - হয়।। কেন্দ্ৰীয় চৰকাৰে নিৰূপণ কৰা বিদ্যূত বিভাগৰ সৌভাগ্য আচনীয়ে গ্ৰাহকৰ মাজত নমাই আনিছে দূৰ্ভাগ্যহে ৷ কাৰণ ভেটি নিদিলে গ্ৰাহকে লাভ নকৰে এই আচনীৰ সুবিধা ৷ যাৰ ফলত দুখিয়া ৰাইজে বিক্ৰি কৰিবলগীয়া হৈছে ভড়ালৰ ধান কিম্বা গৰু ছাগলী৷ হয় প্ৰথমে এই দৃশ্য চাওক৷ এইজন সাধাৰণ বাইক আৰোহী নহয়_এইজনেই সেইজন লোক যিয়ে সৌভাগ্য আচনিক দূৰ্ভাগ্য আঁচনিত ৰূপান্তৰিত কৰিছে 
হয, এইজন আবুল হুছেইন, সাংবাদিকৰ কেমেৰা দেখি এনেদৰে পলায়ন কৰিছে ধুৰন্ধৰ দালালজনে ৷ এই ঘটনা সংঘটিত হৈছে পলাশবাৰী সমষ্টিৰ কালাপানী চৰ অঞ্চলত ৷ 
BYTE
এইসকল সৌভাগ্য আচনিৰ হিতাধিকাৰী ৷ সৌৰ চাকি সংগ্ৰহ কৰিবলৈ বন্দাপৰ দিছে এইসকল হিতাধিকাৰী ৷ সৌৰ চাকি আৰু চ'লা প্লেত বিতৰণৰ নামত এই সকল হিতাধিকাৰীয়ে আদায় দিছে ৩ হাজাৰকৈ টকা ৷ এইজন দালালে ৰূপি আবুল হুছেইনে বিভাগীয় ঠিকাদাৰ লগত গোপন মিতিৰালি কৰি সংগ্ৰহ কৰিছে এই বৃহত পৰিমানৰ টকা ৷ 
BYTE
এতিয়া প্ৰশ্ন হয়-ইতি পুৰ্বে কংগ্ৰেছে প্ৰৱৰ্তন আচনিত দুুৰ্নীতি কৰা লোকক বিজেপিয়ে কঠোৰ হাতেৰে দমন কৰাৰ চেষ্টা অব্যাহত ৰখাৰ সময়তে বিজেপিৰ অভিলাসী আচনিত দুৰ্নীতি কৰা ব্যক্তিক ৰক্ষনা-বেক্ষণ দিব নেকি ৰাজ্য চৰকাৰে? আবুল হুছেনৰ দৰে দালাল বোৰ আইনৰ চকুত ধুলি দি সাৰি যাব নেকি ৷ সেইয়া ৰাইজৰ বাবে লাখটকীয়া প্ৰশ্ন।।

SLUG:
A_GHY_801_25FEB_ELECTRIFICATION_CURROPTION_VIS+BITE_S_KHAN

FEED : FTP 
SCRIPT : MAIL
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.