ETV Bharat / state

শীঘ্ৰে ৰাজ্যত চলিব খিলঞ্জীয়া মুছলমানৰ জৰীপ - অসম চৰকাৰৰ সংখ্যালঘু কল্যাণ আৰু উন্নয়ন বিভাগৰ মন্ত্ৰী ৰঞ্জিত দত্ত

সংখ্যালঘু বিভিন্ন দল-সংগঠনে খিলঞ্জীয়া মুছলমানসকলৰ সুৰক্ষা তথা বিভিন্ন ব্যৱস্থা হাতত লোৱাৰ বাবে ৰাজ্য চৰকাৰৰ ওচৰত দাবী জনাই আহিছিল । এই দাবীৰ প্ৰতি সঁহাৰি জনায় অতিশীঘ্ৰে খিলঞ্জীয়া মুছলমানৰ জৰীপ চলাব ৰাজ্য চৰকাৰে ।

indigenous Muslim survey
ৰাজ্যত চলিব খিলঞ্জীয়া মুছলমানৰ জৰীপ
author img

By

Published : Feb 11, 2020, 7:34 PM IST

গুৱাহাটী, 11 ফেব্ৰুৱাৰী : অবৈধ অনুপ্ৰৱেশকাৰী মুছলমানৰ বাবে অস্তিত্বৰ সংকটত ভুগিব লগীয়া হৈছে অসমৰ খিলঞ্জীয়া মুছলমান ৷ সংখ্যালঘু বিভিন্ন দল-সংগঠনে খিলঞ্জীয়া মুছলমানসকলৰ সুৰক্ষা তথা বিভিন্ন ব্যৱস্থা হাতত লোৱাৰ বাবে ৰাজ্য চৰকাৰৰ ওচৰত দাবী জনাই আহিছিল । এই দাবীৰ প্ৰতি সঁহাৰি জনায় অতিশীঘ্ৰে খিলঞ্জীয়া মুছলমানৰ জৰীপ চলাব ৰাজ্য চৰকাৰে ।

ৰাজ্যত চলিব খিলঞ্জীয়া মুছলমানৰ জৰীপ

এই জৰীপ সন্দৰ্ভত মংগলবাৰে জনতা ভৱনত অনুষ্ঠিত হয় এখন গুৰুত্বপূৰ্ণ বৈঠক । গৰিয়া-মৰিয়া, দেশী, জলহা আদি জনগোষ্ঠীয় সংগঠনৰ লগতে বৈঠকত উপস্থিত থাকে অসম চৰকাৰৰ সংখ্যালঘু কল্যাণ আৰু উন্নয়ন বিভাগৰ মন্ত্ৰী ৰঞ্জিত দত্ত তথা বিষয়া-কৰ্মচাৰী ৷ বিজেপিৰ সংখ্যালঘু কোষৰ সভাপতি মমিনুল আৱালো উপস্থিত থাকে এই অনুষ্ঠানত ৷ খিলঞ্জীয়া মুছলমানসকলৰ বিভিন্ন সমস্যাৰ বিষয়ে আলোচনা কৰা হয় এই বৈঠকত । ইফালে গৰিয়া, মৰিয়া, দেশী, জলহা আদি জনগোষ্ঠী ভিত্তিক জৰীপ তথা লোকগণনা কৰিবলৈ সংগঠনসমূহে আহ্বান জনাই চৰকাৰক ।

লগতে পঢ়ক : এটা ফেচবুক পোষ্ট দি বন্দুকৰ পথলৈ সমীৰণ..

Intro:অতিশীঘ্ৰে খিলঞ্জীয়া মুছলমানৰ জৰীপ চলাব ৰাজ্য চৰকাৰে। অবৈধ অনুপ্ৰৱেশকাৰী মুছলমানৰ বাবে অস্তিত্বৰ সংকটত ভুগিবলগীয়া হৈছে অসমীয়া মুছলমানসকল। সংখ্যালঘু বিভিন্ন দল-সংগঠনে খিলঞ্জীয়া মুছলমানসকলৰ সুৰক্ষা তথা বিভিন্ন ব্যৱস্থা হাতত লোৱাৰ বাবে ৰাজ্য চৰকাৰৰ ওচৰত দাবী জনাই আহিছিল। এই দাবীৰ প্ৰতি সঁহাৰি জনাই ৰাজ্য চৰকাৰে হাতত লৈছে কেতবোৰ নতুন পদক্ষেপ। এই জৰীপ সন্দৰ্ভত মংগলবাৰে জনতা ভৱনত অনুষ্ঠিত হয় এক গুৰুত্বপূৰ্ণ বৈঠকত। যত গৰিয়া, মৰিয়া, দেশী, জলহা আদি জনগোষ্ঠীৰ সংগঠন আৰু অসম চৰকাৰ সংখ্যালঘু কল্যাণ আৰু উন্নয়ন বিভাগৰ মন্ত্ৰী ৰঞ্জিত দত্ত তথা বিষয়া তথা কৰ্মচাৰী উপস্থিত থাকে। খিলঞ্জীয়া মুছলমানসকলৰ বিভিন্ন সমস্যাৰ বিষয়ে আলোচনা কৰা হয় এই বৈঠকত। ইফালে গৰিয়া, মৰিয়া, দেশী, জলহা আদি জনগোষ্ঠী ভিত্তিক জৰীপ তথা লোকগণনা কৰিবলৈ সংগঠনসমূহ আহ্বান জনাই চৰকাৰক। Body:Hirul Haque Conclusion:Guwahati
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.