- PFI ক নিষিদ্ধ ঘোষণা কেন্দ্ৰীয় চৰকাৰৰ (Centre bans PFI)
- PFI ৰ নিষিদ্ধকৰণৰ সিদ্ধান্তক আদৰণি ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ (Himanta Biswa Sarma React on PFI Ban)
- এই পদক্ষেপ গ্ৰহণৰ বাবে প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীক ধন্যবাদ জ্ঞাপন ড৹ শৰ্মাৰ
- কা' আন্দোলন, গৰুখুটীৰ উচ্ছেদত PFI আৰু CFI ৰ হস্তক্ষেপ দেখা বুলিও উল্লেখ মুখ্যমন্ত্ৰীগৰাকীৰ