ETV Bharat / state

ৰাজেশ হিম্মৎসিংকাৰ ভঙাগড়ৰ বাসগৃহত উদ্ধাৰ বৃহৎ পৰিমাণৰ হেৰ’ইন - হেৰ’ইন

হিম্মৎসিংকাৰ ভঙাগড়ৰ কামাখ্যা নগৰস্থিত বাসগৃহত CID আৰু আৰক্ষীৰ যুটীয়া অভিযানত উদ্ধাৰ বৃহৎ পৰিমাণৰ হেৰ’ইন

ৰাজেশ হিম্মৎসিংকাৰ ভঙাগড়ৰ বাসগৃহত উদ্ধাৰ বৃহৎ পৰিমাণৰ হেৰ’ইন
author img

By

Published : Sep 10, 2019, 2:36 PM IST

  • ৰাজেশ হিম্মৎসিংকাৰ ভঙাগড়ৰ বাসগৃহত উদ্ধাৰ বৃহৎপৰিমাণৰ হেৰ’ইন
  • হিম্মৎসিংকাৰ ভঙাগড়ৰ কামাখ্যা নগৰস্থিত বাসগৃহত CID আৰু আৰক্ষীৰ যুটীয়া অভিযানত উদ্ধাৰ
  • ৩৮ টা কন্টেইনাৰত আছিল উদ্ধাৰ কৰা হেৰ'ইনখিনীৰ
  • বাসগৃহৰ ছোফাৰ তলত লুকুৱাই ৰখা হৈছিল ড্ৰাগছৰ কণ্টেইনাৰকেইটা
  • CIDৰ কাৰ্যালয়ত হিম্মৎসিংকাৰ লগতে গাড়ী চালক শত্ৰুঘ্ন কান্তিক হাজিৰ হোৱাৰ নিৰ্দেশ
  • মঙলবাৰে দিনৰ ১১ বজাত CIDৰ কাৰ্যালয়ত হিম্মৎসিংকা আৰু গাড়ী চালক শত্ৰুঘ্ন কান্তিকক হাজিৰ হোৱাৰ নিৰ্দেশ
  • বৰ্তমানলৈ CID ৰ কাৰ্যালয়ত হাজিৰ হোৱা নাই হিম্মৎসিংকা আৰু হিম্মৎসিংকাৰ চালক শত্ৰুঘ্ন কান্তিক

Intro:ৰাজেশ হিম্মৎসিংকাৰ ভঙাগড়ৰ বাসগৃহত উদ্ধাৰ বৃহৎপৰিমাণৰ হেৰ’ইনBody:ৰাজেশ হিম্মৎসিংকাৰ ভঙাগড়ৰ বাসগৃহত উদ্ধাৰ কৰা হয় বৃহৎপৰিমাণৰ হেৰ’ইন। হিম্মৎসিংকাৰ ভঙাগড়ৰ কামাখ্যা নগৰস্থিত বাসগৃহত CID আৰু আৰক্ষীৰ যুটীয়া অভিযানত উদ্ধাৰ কৰা হয় বৃহৎ পৰিমাণৰ হেৰ’ইন খিনি । হিম্মৎসিংকাৰ ঘৰৰ পৰা উদ্ধাৰ কৰা বৃহৎ পৰিমাণৰ হেৰ'ইন খিনি ৩৮ টা কন্টেইনাৰত আছিল । বাসগৃহৰ ছোফাৰ তলত লুকুৱাই ৰাখিছিল ড্ৰাগছৰ কণ্টেইনাৰকেইটা। হিম্মৎসিংকাৰ লগতে গাড়ী চালক শত্ৰুঘ্ন কান্তিক হাজিৰ হোৱাৰ নিৰ্দেশ দিয়া হৈছে CIDৰ কাৰ্যালয়ত । আজি দিনৰ ১১ বজাত হাজিৰ হোৱাৰ নিৰ্দেশ হিম্মৎসিংকা আৰু গাড়ী চালকক । কিন্তু বৰ্তমানলৈ CID ৰ কাৰ্যালয়ত হাজিৰ হোৱা নাই হিম্মৎসিংকা আৰু হিম্মৎসিংকাৰ চালক শত্ৰুঘ্ন কান্তিক । এই সম্পৰ্কে আৰক্ষীৰ অভিযান অব্যাহত ।

Asrar Ansari
Guwahati Conclusion:Asrar Ansari
Guwahati
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.