ETV Bharat / state

বিপিএফে দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

author img

By

Published : May 6, 2020, 8:58 PM IST

বিটিচিত ৰাজ্যপালৰ শাসনৰ বিৰুদ্ধে বিপিএফে দাখিল কৰা আবেদন সন্দৰ্ভত বুধবাৰে শুনানি গ্ৰহণ কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে। ৰাজ্যপালৰ পক্ষত থাকি কোকৰাঝাৰৰ সাংসদ নৱ শৰণীয়াই গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা আবেদনৰ বাবে 8 মে'লৈ পিছুওৱা হয় গোচৰৰ শুনানি।

guwahati high court on BTC
বিপিএফে দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

গুৱাহাটী,6 মে'ঃ বিটিচিত ৰাজ্যপালৰ শাসনৰ বিৰুদ্ধে বিপিএফে দাখিল কৰা আবেদন সন্দৰ্ভত বুধবাৰে শুনানি গ্ৰহণ কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে। এই গোচৰত ৰাজ্যপালৰ তৰফৰ পৰা গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰে শপতনামা। ইফালে ৰাজ্যপালৰ পক্ষত থাকি কোকৰাঝাৰৰ সাংসদ নৱ শৰণীয়াই গুৱাহাটী উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰে । যাৰ বাবে পুনৰ পিছুওৱা হয় গোচৰৰ শুনানি। অধিবক্তাই জানিবলৈ দিয়া অনুসৰি অহা ৮ মে'ত গোচৰটোৰ পূৰ্ণাংগ শুনানি সম্পূৰ্ণ কৰা হ'ব।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.