ETV Bharat / state

শ্বহীদ ন্যাসত আছুৰ সংবাদমেল - AASU press meet on CAA news

আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে জনায় যে, নাগৰিকত্ব সংশোদনী আইনখনৰ বিৰোধীতা ৰাষ্ট্ৰসংঘয়ো কৰিছে ৷ অসমে কোনোধৰণৰ বিদেশীৰ বোজা গ্ৰহণ নকৰে বুলিও ব্যক্ত কৰে আছুৰ সাধাৰণ সম্পাদকগৰাকীয়ে ৷ আছুৰ উপদেষ্টা সমুজ্বল কুমাৰ ভট্টাচাৰ্যই জনায় যে, পূৰ্বতে ৰাজ্যৰ কামৰূপ, দৰং, নগাঁও, শিৱসাগৰ, গাৰো হিলছৰ লগতে কেইবাঠাইতো ইনাৰ লাইনৰ ব্যৱস্থা আছিল যদিও কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে 2019 চনৰ 11 ডিচেম্বৰত উক্ত ইনাৰ লাইন পাৰমিত ব্যৱস্থা কাঢ়ি লৈ গৈছে ৷

Guwahati AASU press meet
শ্বহীদ ন্যাসত আছুৰ সংবাদমেল
author img

By

Published : Dec 29, 2019, 6:08 PM IST

গুৱাহাটী, 29 ডিচেম্বৰঃ শ্বহীদ ন্যাসত আছুৰ সংবাদমেল ৷ সংবাদমেলখন সম্বোধন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংকৰ নাথে ৷ নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধীতাৰে পৰৱৰ্তী কাৰ্যসূচী ঘোষণা কৰে আছুৰ সভাপতিগৰাকীয়ে ৷ 31 ডিচেম্বৰ আৰু 1 জানুৱাৰীত সকলো লোককে ঘৰে ঘৰে নাগৰিকত্ব সংশোধনী আইন বিৰোধী সংকল্প ল’বলৈ আহ্বান জনায় ছাত্ৰ সন্থাৰ সভাপতিগৰাকীয়ে ৷

শ্বহীদ ন্যাসত আছুৰ সংবাদমেল

আনহাতে, 3 জানুৱাৰীত আইনখন বাতিলৰ দাবীত জিলা তথা মহকুমা সদৰত জোৰ সমদল কাৰ্যসূচীৰ আহ্বান জনাইছে আছুৱে ৷ সমান্তৰালকৈ 9 জানুৱাৰীত ৰণশিঙা আৰু বাদ্যযন্ত্ৰ বজাই অঞ্চলে অঞ্চলে প্ৰতিবাদ সাব্যস্ত কৰাৰ কথাও ঘোষণা কৰে উক্ত সংবাদমেলত ৷ তাৰোপৰি 11 জানুৱাৰীত জোঁৰ সমদল লৈ প্ৰতিবাদৰ লগতে 13 আৰু 14 জানুৱাৰীত উৰুকাৰ মেজিত জাতিধ্বংসী আইনখনৰ প্ৰতিলিপি দাহ কৰি অসমৰ জনতাক প্ৰতিবাদ সাব্যস্ত কৰাৰ বাবে আহ্বান জনায় ছাত্ৰ সন্থাৰ সভাপতি দীপাংকৰ নাথে ৷

শ্বহীদ ন্যাসত আছুৰ সংবাদমেল

আনহাতে, আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে জনায় যে, নাগৰিকত্ব সংশোদনী আইনখনৰ বিৰোধীতা ৰাষ্ট্ৰসংঘয়ো কৰিছে ৷ অসমে কোনোধৰণৰ বিদেশীৰ বোজা গ্ৰহণ নকৰে বুলিও ব্যক্ত কৰে আছুৰ সাধাৰণ সম্পাদকগৰাকীয়ে ৷ আছুৰ উপদেষ্টা সমুজ্বল কুমাৰ ভট্টাচাৰ্যই জনায় যে, পূৰ্বতে ৰাজ্যৰ কামৰূপ, দৰং, নগাঁও, শিৱসাগৰ, গাৰো হিলছৰ লগতে কেইবাঠাইতো ইনাৰ লাইনৰ ব্যৱস্থা আছিল যদিও কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে 2019 চনৰ 11 ডিচেম্বৰত উক্ত ইনাৰ লাইন পাৰমিত ব্যৱস্থা কাঢ়ি লৈ গৈছে ৷ সমান্তৰালকৈ খেলো ইণ্ডিয়াত প্ৰধানমন্ত্ৰী অংশগ্ৰহণ কৰিলে তীব্ৰ সমালোচনাৰ সন্মুখীন হ’ব বুলিও হুংকাৰ প্ৰদান কৰে আছুৰ উপদেষ্টাগৰাকীয়ে ৷

লগতে পঢ়ক- নলবাৰীত খিলঞ্জীয়াৰ গণ হু‌ংকাৰ

Intro:শ্বহীদ ন্যাসত আছুৰ সংবাদমেল। সংবাদমেল সম্বোধন সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংকৰ নাথৰ।
নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধীতাৰে পৰৱৰ্তী কাৰ্যসূচী ঘোষণা কৰে দীপাংকৰ নাথে।
দীৰ্ঘদিনীয়া হব কা বিৰোধী আন্দোলন ,
31 ডিচেম্বৰ আৰু নতুন বৰ্ষৰ 1 জানুৱাৰীত কা বিৰোধী সংকল্প ঘৰে ঘৰে নিজৰ পৰিয়ালৰ লগত লবলৈ আহ্বান।
গাঁৱে গাঁৱে কা বিৰোধী সজাগতা সভা আহ্বান ।
3 জানুৱাৰী তাৰিখে কা বাতিলৰ দাবীত জিলা মহকুমা সদৰত জোৰ সমদল কাৰ্যসূচী।
9 জানুৱাৰীত ৰণশিঙা বজাই আন্দোলন, বাদ্যযন্ত্ৰ বজাই প্ৰতিবাদ কৰা হব প্ৰতিটো অঞ্চলত কা বিৰুদ্ধে।
11 জানুৱাৰীত জোঁৰ সমদল লৈ প্ৰতিবাদ।
13 আৰু 14 জানুৱাৰীত উৰুকাৰ মেজি আৰু ঘৰৰ জুহালত কা প্ৰতিলিপি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰিব অসমৰ জনতাই।

Body:সাধাৰণ সম্পাদক লুৰিনজ্যোতি গগৈয়ে জানিবলৈ দিয়ে যে উত্তৰ পূৰ্বাঞ্চলৰ বাবে যে ক্ষতিকাৰক এই কা সেই কথা অমিত শ্বাহ ডাঙৰীয়াইও এতিয়া ভাল কৈ বুজিছে। গতিকে অতি শীঘ্ৰে এই কা আঁতৰাব লাগে। পৃথিৱীৰ বিভিন্ন প্ৰান্তত এই নাগৰিকত্ব সংশোধনী আইন কিমান ক্ষতিকাৰক সেই কথা।কথা সকলোৱে বুজিছে লগতে ৰাষ্ট্ৰসংঘইও নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰা বুলি স্পষ্ট ভাষাৰে জানিবলৈ দিলে লুৰিনজ্যোতি গগৈয়ে। লুৰিনজ্যোতি গগৈৰ স্পষ্ট ভাষ্য এইখন অসম বিদেশীৰ ধৰ্মশালা নহয়। অসমে আৰু কোনো বিদেশীৰ বোজা গ্ৰহণ নকৰে।
bite:- লুৰিনজ্যোতি গগৈ।
সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা সমুজ্জল কুমাৰ ভট্টাচাৰ্যই জানিবলৈ দিয়ে যে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে সাংবিধানিক ৰক্ষা কৱচ দিয়া দূৰৰ কথা থকা ৰক্ষা কৱচ কাঢ়ি লৈ গৈছে। ডিচেম্বৰ 11 তাৰিখ 2019 ত অসমৰ পৰা ইনাৰ লাইন পাৰমিত ব্যৱস্থা কাঢ়ি লৈ গৈছে।
পূৰ্বতে ইনাৰ লাইন পাৰমিত ব্যৱস্থা অসমৰ বাবে আছিল বুলি জানিবলৈ দিলে সমুজ্জল কুমাৰ ভট্টাচাৰ্যই।
কামৰূপ ,দৰং , নগাঁও, শিৱসাগৰ , গাৰো হিলছ আৰু বহু স্থানত আছিল ইনাৰ লাইন পাৰমিত ব্যৱস্থা। কিন্তু সেই ব্যৱস্থা কাঢ়ি ঘোৰ অন্যায় কৰিছে কেন্দ্ৰীয় চৰকাৰে।

Conclusion:লগতে অসমত হব লগা ক্ৰিকেট অফু খেল' ইণ্ডিয়াত চকু ৰাখিব সদৌ অসম ছাত্ৰ সন্থাই। লগতে যদি কোনো2 কাৰণত খেল' ইণ্ডিয়াত প্ৰধানমন্ত্ৰী আহে অংশ গ্ৰহণ কৰিবলৈ তেন্তে প্ৰতিবাদৰ সন্মুখীন হব মন্ত্ৰী গৰাকী এই কথা।জানিবলৈ দিলে সমুজ্জল কুমাৰ ভট্টাচাৰ্যই।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.