ETV Bharat / state

ৰিতুল শইকীয়া এতিয়াও আলফাৰ জিম্মাতে আছে: জিপি সিং

author img

By

Published : Apr 28, 2021, 6:45 PM IST

জিপি সিঙে সাংবাদিকৰ আগত বুধবাৰে আৰু কয় যে, ক'ভিডৰ এই মহামাৰীৰ সময়ত সকলো আৰক্ষী বিষয়া-জোৱান ৰাইজৰ সেৱাত ব্যস্ত হৈ থাকিবলগীয়া হৈছে । তেনে ক্ষেত্ৰত আৰক্ষীৰ এটা বৃহৎ দল ৰিতুল শইকীয়াক উদ্ধাৰৰ বাবে ব্যস্ত থাকিবলগীয়া হৈছে । গতিকে আলফাই ৰিতুল শইকীয়াক সোনকালে মুকলি কৰি দিয়াটো উচিত যাতে অভিযানত নিয়োগ কৰা আৰক্ষীৰ দলটোৱে ৰাইজৰ সেৱাত ব্যস্ত হ’ব পাৰে ।

ৰিতুল শইকীয়া এতিয়াও আলফাৰ জিম্মাতে আছে: জিপি সিং
ৰিতুল শইকীয়া এতিয়াও আলফাৰ জিম্মাতে আছে: জিপি সিং

গুৱাহাটী,২৮ এপ্ৰিল: "অ' এন জি চিৰ অপহৃত অভিযন্তা ৰিতুল শইকীয়া এতিয়াও আলফাৰ জিম্মাতে আছে । নাগালেণ্ডৰ ম'ন জিলাত আলফাই তেওঁক আৱদ্ধ কৰি থৈছে । " এই মন্তব্য অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালক প্ৰধান (আইন শৃংখলা) জিপি সিঙৰ । তেওঁ লগতে আৰু কয় যে, ৰিতুল শইকীয়াক উদ্ধাৰৰ বাবে অভিযান অব্যাহত আছে আৰু খুব সোনকালেই তেওঁক উদ্ধাৰ কৰা হ’ব ।

লগতে জিপি সিঙে সাংবাদিকৰ আগত বুধবাৰে আৰু কয় যে, ক'ভিডৰ এই মহামাৰীৰ সময়ত সকলো আৰক্ষী বিষয়া-জোৱান ৰাইজৰ সেৱাত ব্যস্ত হৈ থাকিবলগীয়া হৈছে । তেনে ক্ষেত্ৰত আৰক্ষীৰ এটা বৃহৎ দল ৰিতুল শইকীয়াক উদ্ধাৰৰ বাবে ব্যস্ত থাকিবলগীয়া হৈছে । গতিকে আলফাই ৰিতুল শইকীয়াক সোনকালে মুকলি কৰি দিয়াটো উচিত যাতে অভিযানত নিয়োগ কৰা আৰক্ষীৰ দলটোৱে ৰাইজৰ সেৱাত ব্যস্ত হ’ব পাৰে । আনহাতে, অসম আৰক্ষীত কৰ্মৰত হৈ থাকিও আলফাৰ এজেন্ট হৈ কাম কৰি থকা আৰক্ষী জোৱানক ইতিমধ্যে বৰ্খাস্ত কৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে বুলিও তেঁও কয় ।

লগতে পঢ়কঃ পুনৰ সৰ্বসাধাৰণক মাধমাৰ: 1 মে'ত মুকলি হ'ব বগীবিল টোলগেট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.