ETV Bharat / state

গনেশগুৰি উৰনীয়া সেঁতুত বৰ অসমৰ প্ৰতিছবি প্ৰতিফলিত

বিভিন্ন জাতি জনগোষ্ঠীৰ পৰম্পৰা, লোকাচাৰ ৰীতি-নীতি, বিহু, ঝুমুৰ, চাহ বাগিছাকে আদি কৰি ভিন্ন ছবি অংকন কৰিছে চৰকাৰ তথা প্ৰশাসনে ৷ যি দৃশ্যই সকলোকে মন্তমুগ্ধ কৰি তুলিছে ৷

author img

By

Published : Oct 20, 2020, 7:26 PM IST

ganeshguri fly over assam  picture reflection
গনেশগুৰি উৰনীয়া সেঁতুত বৰ অসমৰ প্ৰতিছবি প্ৰতিফলিত

গুৱাহাটী,20 অক্টোবৰঃ সম্পূৰ্ণ হৈ উঠিছে গনেশগুৰিৰ দ্বিতীয় খন উৰনীয়া সেঁতুৰ কাম ৷ বৃহস্পতিবাৰে জনসাধাৰণৰ বাবে চৰকাৰে মুকলি কৰি দিব উৰনীয় সেঁতুখন ৷

ইতিমধ্যে সকলো কাম সম্পূৰ্ণ কৰি তুলিছে সংশ্লিষ্ট বিভাগে ৷ উল্লেখযোগ্য যে, উৰনীয়া সেঁতুখনৰ আন এক দৃশ্যই মন মোহিছে সকলোকে ৷ সেঁতুখনত প্ৰতিফলিত হৈছে বৰ অসমৰ প্ৰতিছবি ৷

ganeshguri fly over assam  picture reflection
গনেশগুৰি উৰনীয়া সেঁতুত বৰ অসমৰ প্ৰতিছবি প্ৰতিফলিত

বিভিন্ন জাতি জনগোষ্ঠীৰ পৰম্পৰা, লোকাচাৰ ৰীতি-নীতি, বিহু, ঝুমুৰ, চাহ বাগিছাকে আদি কৰি ভিন্ন ছবি অংকন কৰিছে চৰকাৰ তথা প্ৰশাসনে ৷ যি দৃশ্যই সকলোকে মন্তমুগ্ধ কৰি তুলিছে ৷

ganeshguri fly over assam  picture reflection
গনেশগুৰি উৰনীয়া সেঁতুত বৰ অসমৰ প্ৰতিছবি প্ৰতিফলিত

উল্লেখযোগ্য যে, চৰকাৰ তথা প্ৰশাসনে সুন্দৰকৈ নিৰ্মাণ কৰি দিছে উৰণীয়া সেঁতুখন ৷ কিন্তু এইখন উৰণীয়া সেঁতুৰ সৌন্দৰ্য কিমান দিনলৈ বৰ্তি থাকিব মানুহ নামধাৰী মুখা পিন্ধা একাংশ ভদ্ৰ লোকৰ কুদৃষ্টিৰ পৰা ৷

এচাম লোকে য’তে ততে থু-খেকাৰ, পিক পেলাই কৰ্দযময় কৰি তুলে সমগ্ৰ মহানগৰীৰ পৰিবেশ তথা বাতাৱৰণ ৷ তেনে স্থলত এই সৌন্দৰ্য কিমান দিনলৈ বৰ্তি থাকিব তাক লৈহে এতিয়া চিন্তিত হৈ পৰিছে মহানগৰীৰ সচেতন লোক সকলে ৷

লগতে পঢ়কঃ ৰাজ্যত নিয়ন্ত্ৰণহীন যোগান বিভাগ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.