ETV Bharat / state

মহানগৰীৰ বেলতলা অগ্নিকাণ্ড

author img

By

Published : Nov 19, 2019, 4:21 PM IST

মঙলবাৰে মহানগৰীৰ বেলতলাত সংঘটিত হয় অগ্নিকাণ্ডৰ ঘটনা ৷ এটা চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত নিমিষতে চাৰাখাৰ হয় অবনী ডেকা নামৰ এজন ব্যক্তিৰ বাসগৃহ ৷

বেলতলা অগ্নিকাণ্ড

গুৱাহাটী, 19 নৱেম্বৰঃ মঙলবাৰে মহানগৰীৰ বেলতলাত সংঘটিত হয় অগ্নিকাণ্ডৰ ঘটনা ৷ এটা চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত নিমিষতে চাৰাখাৰ হয় অবনী ডেকা নামৰ এজন ব্যক্তিৰ বাসগৃহ ৷ বেলাতলাৰ ত্ৰিপুৰা গলিত সংঘটিত হয় অগ্নিকাণ্ডৰ ঘটনাটো ৷

বেলতলা অগ্নিকাণ্ড

লগতে পঢ়কঃ গোলাঘাটৰ উদয়ন চাহ বাগিচাত হাতী মানুহৰ ভয়ংকৰ সংঘাত

ইফালে, অগ্নিকাণ্ডটোৰ ফলত সৌভাগ্যক্ৰমে ৰক্ষা পৰে এটা বৃহৎ জনবসতি পূৰ্ণ অঞ্চল ।

Intro:বেলতলাত বিধ্বংসী অগ্নিকাণ্ডBody:মংগলবাৰে মহানগৰীৰ বেলতলাত সংঘটিত হয় এক বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা। বেলতলাৰ ত্ৰিপুৰা গলিত সংঘটিত হয় এই ঘটনা। ছিলিণ্ডাৰ বিস্ফোৰণ ফলতে অগ্নিকাণ্ড সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। ঘটনাত এটা ছিলিণ্ডাৰ বিস্ফোৰণ হয়। জুইৰ লেলিহান শিখাই নিমিষতে চাৰখাৰ কৰে এটা বাসগৃহ। সৌভাগ্যক্ৰমে ৰক্ষা পৰে এটা বৃহৎ জনবসতি পূৰ্ণ অঞ্চল। ইফালে জুইত জাহ যোৱা বাসগৃহটো অৱনী ডেকাৰ বুলি জানিব পৰা গৈছে।Conclusion:Asrar Ansari
Guwahati
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.