ETV Bharat / state

ই টি ভি ভাৰত EXCLUSIVE : কয়লা-চুপাৰিৰ পিছত এইবাৰ "হজ"ৰ নামত ছিণ্ডিকেট!

author img

By

Published : Nov 30, 2019, 4:23 PM IST

কয়লা,মাছ,চুপাৰি,শিল,বালি আদিৰ পিছত এইবাৰ পবিত্ৰ "হজ" যাত্ৰাৰ নামত ছিণ্ডিকেট ! কোনো বিৰোধী পক্ষৰ পৰা অহা নাই এই ছিণ্ডিকেটৰাজৰ অভিযোগ । আহিছে শাসক পক্ষৰ ফালৰ পৰাই । জ্যেষ্ঠ বিজেপি নেতা তথা ৰাজ্যৰ সংখ্যালঘু উন্নয়ন ব'ৰ্ডৰ অধ্যক্ষ মমিনুল আৱালে এই গুৰুতৰ অভিযোগ উল্থাপন কৰিছে ।

SYNDICATE IN HAJ YATRA
SYNDICATE IN HAJ YATRA

গুৱাহাটী,৩০ নৱেম্বৰ: ই টিভি ভাৰতৰ জ্যেষ্ঠ সাংবাদিক গৌতম বৰুৱাৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত মমিনুল আৱালে কৰিছে এই বিস্ফোৰক মন্তব্য । তেওঁ কয় যে বিগত ২০১৭ বৰ্ষৰ পৰা অসমৰ পৰা প্ৰতি বছৰে প্ৰায় চাৰি হাজাৰকৈ হজযাত্ৰীক মক্কালৈ পঠিওৱাৰ নামত এক বৃহৎ কেলেংকাৰী চলি আহিছে । ইতিমধ্যে এই কেলেংকাৰী আৰু ছিণ্ডিকেটৰাজৰ বিষয়ে তেওঁ কেন্দ্ৰীয় মন্ত্ৰী মুখটাৰ আব্বাছ নাকভি আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালকো অৱগত কৰিছে বুলি মন্তব্য কৰে আৱালে।

ই টি ভি ভাৰত EXCLUSIVE
২০১৭ চনলৈকে প্ৰতিজন হজ যাত্ৰীৰ বিমান ভাৰাৰ নামত ৬৫,৯৮৮ টকাকৈ সংগ্ৰহ কৰা হৈছিল যদিও অকস্মাতে ২০১৮ বৰ্ষৰ পৰা এই পৰিমাণ ১,১৩,২৫০ টকালৈ বৃদ্ধি কৰা হয় । অথচ কলকাতাৰ পৰা যোৱা প্ৰতিজন হজ যাত্ৰীৰ পৰা বিমান ভাৰা লোৱা হয় ৮৮,০০০ টকা। মমিনুল আৱালৰ প্ৰশ্ন -হজ যাত্ৰীৰ নামত কোনে চলাইছে এই ছিণ্ডিকেটৰাজ ? আৰু কি কি বিস্ফোৰণ ঘটালে মমিনুল আৱালে ? চাওক এই বিশেষ সাক্ষাৎকাৰ -
এইবাৰ " হজ " ৰ নামত ছিণ্ডিকেট

লগতে পঢ়কঃআৰ্ছেনিকৰ কৰাল গ্ৰাসত দৰঙৰ পাতি দৰঙ

Intro:গুৱাহাটী, ৩০ নৱেম্বৰ: কয়লা, মাছ, চুপাৰি, শিল, বালি আদিৰ পিছত এইবাৰ পবিত্ৰ "হজ" যাত্ৰাৰ নামত ছিণ্ডিকেট ! কোনো বিৰোধী পক্ষৰ পৰা অহা নাই এই ছিণ্ডিকেটৰাজৰ অভিযোগ । আহিছে শাসক পক্ষৰ ফালৰ পৰাই । জ্যেষ্ঠ বিজেপি নেতা তথা ৰাজ্যৰ সংখ্যালঘু উন্নয়ন ব'ৰ্ডৰ অধ্যক্ষ মমিনুল আৱালে এই গুৰুতৰ অভিযোগ উল্থাপন কৰিছে ।

Body:ই টিভি ভাৰতৰ জ্যেষ্ঠ সাংবাদিক গৌতম বৰুৱাৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত মমিনুল আৱালে কৰিছে এই বিস্ফোৰক মন্তব্য । তেওঁ কয় যে বিগত ২০১৭ বৰ্ষৰ পৰা অসমৰ পৰা প্ৰতি বছৰে প্ৰায় চাৰি হাজাৰকৈ হজযাত্ৰীক মক্কালৈ পঠিওৱাৰ নামত এক বৃহৎ কেলেংকাৰী চলি আহিছে । ইতিমধ্যে এই কেলেংকাৰী আৰু ছিণ্ডিকেটৰাজৰ বিষয়ে তেওঁ কেন্দ্ৰীয় মন্ত্ৰী মুখটাৰ আব্বাছ নকভি আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালকো অৱগত কৰিছে বুলি মন্তব্য কৰে আৱালে ।

Conclusion:২০১৭ চনলৈকে প্ৰতিজন হজ যাত্ৰীৰ বিমান ভাৰাৰ নামত ৬৫,৯৮৮ টকাকৈ সংগ্ৰহ কৰা হৈছিল যদিও অকস্মাতে ২০১৮ বৰ্ষৰ পৰা এই পৰিমাণ ১,১৩,২৫০ টকালৈ বৃদ্ধি কৰা হয় । অথচ কলকাতাৰ পৰা যোৱা প্ৰতিজন হজ যাত্ৰীৰ পৰা বিমান ভাৰা লোৱা হয় ৮৮,০০০ টকা । মমিনুল আৱালৰ প্ৰশ্ন - হজ যাত্ৰীৰ নামত কোনে চলাইছে এই ছিণ্ডিকেটৰাজ ? আৰু কি কি বিস্ফোৰণ ঘটালে মমিনুল আৱালে ? চাওক এই বিশেষ সাক্ষাৎকাৰ -
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.