ETV Bharat / state

শনিবাৰে বিজেপি বিধায়িনী দল আৰু কেবিনেটৰ জৰুৰী বৈঠক - BRAHMMAPUTRA GUEST HOUSE ASSAM

শনিবাৰে পুৱা ১১ বজাৰ পৰা ব্ৰহ্মপুত্ৰ ৰাজ্যিক অতিথিশালাত আহ্বান জনোৱা হৈছে বিজেপি বিধায়িনী দলৰ এক জৰুৰী বৈঠকৰ । দলৰ সকলো বিধায়কক এই বৈঠকত উপস্থিত থাকিবলৈ ইতিমধ্যে নিৰ্দেশ দিয়া হৈছে । সমান্তৰালভাৱে কেবিনেট বৈঠকৰো আহ্বান জনোৱা হৈছে একেদিনাই ৷

EMERGENCY CABINET AND LEGISLATIVE MEETING IN SATURDAY
শনিবাৰে বিজেপি বিধায়িনী দল আৰু কেবিনেটৰ জৰুৰী বৈঠক
author img

By

Published : Dec 20, 2019, 6:44 PM IST

গুৱাহাটী,২০ ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী আইন বিৰোধী জনজাগৰণ দেখি একপ্ৰকাৰ থৰকাছুটি হেৰাইছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰাজ্য চৰকাৰ আৰু বিজেপি দলৰ। বৄহস্পতিবাৰে নিজ দলৰে একাংশ বিধায়কে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি ৰাইজৰ মুখামুখি হ'বলৈ আহ্বান জনোৱাৰ পিছত ততাতৈয়াকৈ শুকুৰবাৰে পুৱাই মুখ্যমন্ত্ৰীয়ে এক সংবাদমেলৰ আয়োজন কৰে। তাৰ পিছতেই তেওঁ ৰাওনা হয় নলবাৰীত বিজেপিয়ে অনুষ্ঠিত কৰা শান্তি সমদলত ভাগ লবলৈ।

EMERGENCY CABINET AND LEGISLATIVE MEETING IN SATURDAY
ব্ৰহ্মপুত্ৰ ৰাজ্যিক অতিথিশালা

ইয়াৰ পৰৱৰ্তী পদক্ষেপ হিচাপে কাইলৈ অৰ্থাৎ শনিবাৰে পুৱা ১১ বজাৰ পৰা ব্ৰহ্মপুত্ৰ ৰাজ্যিক অতিথিশালাত আহ্বান জনোৱা হৈছে বিজেপি বিধায়িনী দলৰ এক জৰুৰী বৈঠকৰ । দলৰ সকলো বিধায়কক এই বৈঠকত উপস্থিত থাকিবলৈ ইতিমধ্যে নিৰ্দেশ দিয়া হৈছে । বিধায়িনী দলৰ বৈঠক শেষ হোৱাৰ পিছতে তাৎক্ষণিকভাবে একে স্থানতে মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত হ'ব এখন কেবিনেট বৈঠক । বৃহস্পতিবাৰে এই কেবিনেট বৈঠকখন অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও শেষ মুহূৰ্তত ইয়াক বাতিল কৰা হৈছিল।

লগতে পঢ়কঃ হঠাৎ বাতিল জৰুৰী কেবিনেট বৈঠক

Intro:গুৱাহাটী, ২০ ডিচেম্বৰঃ "কা" বিৰোধী জনজাগৰণ দেখি একপ্ৰকাৰ থৰকাছুটি হেৰাইছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰাজ্য চৰকাৰ আৰু বিজেপি দলৰ । বৄহস্পতিবাৰে নিজ দলৰে একাংশ বিধায়কে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি ৰাইজৰ মুখামুখি হবলৈ আহ্বান জনোৱাৰ পিছত ততাতৈয়াকৈ আজি পুৱাই মুখ্যমন্ত্ৰীয়ে এক সংবাদমেলৰ আয়োজন কৰে । তাৰ পিছতেই তেওঁ ৰাওনা হয় নলবাৰীত বিজেপিয়ে অনুষ্ঠিত কৰা শান্তি সমদলত ভাগ লবলৈ ।Body:ইয়াৰ পৰৱৰ্তী পদক্ষেপ হিচাপে কাইলৈ অৰ্থাৎ শণিবাৰে পুৱা ১১ বজাৰ পৰা ব্ৰহ্মপুত্ৰ ৰাজ্যিক অতিথিশালাত আহ্বান জনোৱা হৈছে বিজেপি বিধায়িনী দলৰ এক জৰুৰী বৈঠকৰ । দলৰ সকলো বিধায়কক এই বৈঠকত উপস্থিত থাকিবলৈ ইতিমধ্যে নিৰ্দেশ দিয়া হৈছে ।Conclusion:বিধায়িনী দলৰ বৈঠক শেষ হোৱাৰ পিছতে তাৎক্ষনিকভাবে একে স্থানতে মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত হব এখন কেবিনেট বৈঠক । বৃহস্পতিবাৰেই এই কেবিনেট বৈঠকখন অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও শেষ মুহূৰ্তত ইয়াক বাতিল কৰা হৈছিল ।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.